পৃষ্ঠা:হেমকোষ.pdf/৯২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৰ্বোত্তম্। বা অধিকাৰ; জগতৰ ঈশ্বৰ, master of all, the Supreme Being. সৰ্বোত্তম, বি. (সং. সৰ্বোত্তম-সৰ্ব্ব, সকলো +উত্তম, ভাল ) সকলোতকৈ শ্ৰেষ্ঠ, আটা- ইতকৈ ভাল, best of all. সৰ্বোপৰি, ক্ৰি. বি. (সং. সৰ্ব্বোপৰিসৰ্ব্ব, সকলো + উপৰি, ওপৰত) সকলোৰে ওপৰত; যেনে, সৰ্বোপৰি ঈশ্বৰ আছে, above all, সৰ্ব্বেষধি, স, শ, (সং. সৰ্ব, সকলে। ঔষধি, দৰব) অনিষ্ট গ্ৰহৰ পৰা হব পৰা অশুভ গুচাবলৈ গা ধোৱা পানীত মিহ- Cantay fogata 77, certain drugs put into bathing water to avert the misfortune likely to arise from unpropritious stars, . অনুব্ধ, শুকান তৃণ আদিৰ ওপ- ৰত সাপৰ দৰে বগাই যোৱাত উঠা শব্দৰ নিচিনা মাত, an imitatives sound used to express that caused by something creeping wver dry সৰু সহজ সলা, স. বা. বদলা, এটাৰ বাৰে আন এটা দি বা 'ল, সলনি কৰ; যেনে, ধানলৈ চূণ সলায়, পৰিবৰ্জন কৰ, to eliairgre, to substitute. সলিমাটি, স, শ, ভঙ্গা মাটি, খেতি কৰা মাটি, cultivated land. সলিল, স. শ. (সং, সলিলস, গতি কৰ, বৈ যায়, এঙেকে) জল, পানী, water. সলিসিয়া, বি. (হি. ব. সিয়ান, চতুৰ) চতুৰ, বুজন, কি কৰিলে কি ফল হয় বুজিব tay, shrewd, astute, discernings, knowing সশৰীৰে, ক্ৰি. বি. { সং. সশৰীৰ শৰীৰযুক্ত ) শৰীৰে সৈতে, শৰীৰ নেৰাকৈ; যেনে, Talca 719 59, with the boily, or corporeal frame. সষ্ট, বি. (সং. সৌষ্ট, শ্ৰেষ্ঠ) সাজ, কোনো tu afaca ya, ready or prepared for luing sumctlying. সঙ্গ, বি. (সৎ, সাঙ্গ, পূৰ্ণ ) সম্পূৰ্ণ, পূৰ; যেনে, “হৰি নামে কৰে সবাকো সাঙ্গ,” সমূলি নষ্ট, complete, tvlially less troyed. স, স. বা. {সং. সহ মনে মনে ভুঞ্জি থা) স, স্থিৰ মনেৰে ভুক্ত; যেনে, সুখ সহে, শৰ মাত সহিব নোৱাৰি, to bear, 1 brook, to endure. সহকাৰী, বি. (সং. সহকাৰি-সহ, একে লগে + কাৰি, কৰে} লোকৰ লগত কাম কৰা, কামৰ তলতীয়া, পালী বা দুৱলীয়া, assistant, subordinate. (স্ত্ৰী) সহকাৰিণী। সহচৰ, স, শ, (সং. সহচৰ-সহ, সৈঙে + চৰ, গতি কৰ লগৰীয়া, সঙ্গী, অনুচৰ, লগত ফুৰা মানুহ, a companion, ৪ follower, সহজ, স. শ. (সং. সহজ, স্বাভাৱিক গুণ— সহ, একে লগে+জল, ওপ। অনেক বাৰ কাৰ্য কৰাত হোৰ পাগলি, অভ্যাস; যেনে, মোৰ আখৰ লো সহজ হৈছে, skill acqui from doing grass, &c. অ• ধা. সৰ সৰ শব্দ কৰ, 10 সৰা, make the above sound. সৰসৰীয়া, বি. সৰ্গৰীয়া, অনৰ্গল, খকজ। সৰীয়, { নলগ, lowing smoothly, Inent. কৰে, ক্ৰি. বি. সাপৰ দৰে শীঘ্ৰে বুকু চেৰাই, ( গতিত খাটে); যেনে, সাপটো সৰ সৰ কৰে গল; ঠহ নধৰাকৈ, অনৰ্গলৰূপে; যেনে, শ্লোকটো সৰ সৰ কৰে আহিছে, creepping smoothly and rapidly, without obstruction. সুলনাসজনি, স, শ, { অং সলা, পৰিবৰ্তন ক) সালসলনি, এটাৰে আনটো সলোৱা কাৰ্য্য, the act of exchanging. সনি, স. এটাৰ মূৰে হোৱা আন এটা; পৰিবৰ্তন কৰা বস্তু; যেনে, ধানৰ সলনি কপাহ দিয়া; প্ৰতিনিধি; যেনে, তোমাৰ সলনি মই যাওঁ, a change, a substitute