পৃষ্ঠা:হেমকোষ.pdf/৯২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৰ্বতিকাল। all-liealing, curing all clíscases, public. সৰ্বতিকা, স. শ. (সং, সকাল সকলো কাল, চিৰকাল, all time, perpetuity, সবতিকালে, ক্ৰি. বি. সদায়, always. সৰ্বল, ক্ৰি. বি. সকলো ঠাইত, everywhere. সৰ্ব্বথ, ক্ৰি. বি. সকলো প্ৰকাৰে, by all ineans, in every way. সৰ্ব্বদৰ্শী, বি. (সং. সৰদৰ্শি - সৰ্ব্ব, সকলো+দৰ্শিন, দেখা) সকলো দেখা, all sccing. . সৰ্ব্বদা, ক্ৰি. বি. সকলো সময়ত, always সৰ্ব্বদায়, ক্ৰি. বি. সদায়, alivays, সৰ্ব্বনা, স. শ. (সং. সৰ্ব্বনামন --- সৰু, সকলে। + নাম, বস্তুৰ নাম বুজোৱা শব্দ) সকলো সংজ্ঞা শব্দৰ সলনি ব্যৱহৃত শব্দ; যেনে, মই, তুমি ইত্যাদি, a prononi). সৰ্বনাশ, স, শ, (সং. সৰ্ব্বনাশ – সৰ্ব্ব, সকল + নাশ, ধ্বস ) সমূলি নাশ, CHYTE 1, total destruction. সৰ্বব্যাপ, বি. (সং. সৱ্যাপক--সৰ্প, সকলো + ৱ্যাপক, জুৰি থকা সকলে ঠাই জুৰি থকা, সকলো ঠাইতে বিদ্যমান, omnipresent. সব্যাপকতা, গু, শ, সকলো ঠাই জুৰি সৰ্ব্বব্যাপি, বা সকলো ঠাইতে বৰ্ত- মান থকা গুণ বা শক্তি, omnipresence. সৰ্বব্যাপ, বি. (সং. সৰ্ব্বব্যাপি -- সৰ্ব্ব, সকলো + ঝাপি, জুৰি খকা। সকলে। ঠাইত বিদ্যমান, সকলো ঠাই জুৰি থকা, all-pervading. সৰ্ব্বভক্ষ,। বি. (সং. সঙ্কল্পভক্ষ, সল্প- সভ্য, } ভক্ষ্য—স, সকলো+ ভক্ষ খা} সকলো খোৱা, সকোল এস কৰা, omnivorous, all-levouring. সৰ্বশক্তিমন্ত, বি. (সং. শক্তিম সৰ্বশক্তিমানু, ----সঞ্জ, সকলে+ শক্তি মৎ, শক্তিযুক্ত সকলল কৰিব পৰা, সকলো কাৰ্য কৰিবৰ শক্তি থকা, all- powerful, all-mighty, সৰ্বেশ্বৰ, সৰ্বশে, বি. (সং. সৰ্মশেষ সকলো +শেষ, অন্ত) সকলৰে পাচৰ; যেনে, অমুকৰ সৰ্বশেষ সন্তান, last of all, স. শু. সকলোৰে শেহ, শেহান্তৰ; যেনে, সৰ্ব্বশেষত কওঁ, end, conclusion. সৰ্বসম্মতু, বি. (সং. সৰ্ব্বসম্মত—সৰ্ব, সকলো +সম্মত, মান্তি) সকলো মাস্তি হোৱা, সক- লোৰ মতেৰে মিলা; যেনে, সৰ্বসন্মত কাৰ্য্য agreeable to all, agreed to hy all. সৰ্বসন্মতি, স. শ, সকলোৰে সন্মতি, সক- CH591, common consent. সৰ্ব্বসম্মতি মতে, সকলোৰে ইচ্ছা অনুসাৰে by common consent. সৰ্ব্ব, স. শ. {সং. সল্প-সল্প, সকলে। স, ধন} সকলো ধন সম্পত্তি, সৎ সহ, one's whole property or possessions. . সৰ্ব্বস্বান্ত, বি. (সং. সৰ্ব্বস্বান্ত --- সৰ্ব্ব স্ব অন্ত, শেষ ) সকল সম্পত্তিহীন হোৰ, 9604 tetty cotty, deprived of all property or possessions. সৰ্ব্ব, স, শ, (সং. সন্ধ) সকলো ধন, সম্পত্তি, all property or possessions, সৰ্বাঙ্গ, স. শ. (সং. সৰ্বাঙ্গসঙ্কল্প, সকলো + অ, গাৰ কোনো ভাগ) সকলো অঙ্গ, গোটেই গা; যেনে, তাৰ সৰ্ব্বাত ঘা, every part of the hody. সৰ্বাঙ্গসুন্দৰ, বি. (সং সল্পাঙ্গন সৰ্ব্বাঙ্গ + সুন্দৰ, উত্তম) গাৰ কোনো ভাগত ঘুণ নথকা; যেনে, সৰ্বাঙ্গণ পুৰুষ; সম্পূৰ্ণৰূপে ভাল, কত দোষ নথকা; যেনে, সৰ্বাঙ্গসুন্দৰ পুথি, defect- less, without blemish. সৰ্বাত্মা, সশ-(সং-সৰ্বাত্ম-সঞ্জ, সকলে+ আত্ম, প্ৰাণ } সকলোৰে আত্মা বা প্ৰাণ, পৰমেশ্বৰ, the Supreme Being. সৰ্বাৰ্থসিদ্ধি, স. শ. (সং. সৰ্বাৰ্থসিদ্ধি- সৰ্ব্ব, সকলো+অৰ্থ, বা+সিদ্ধি, সফ- ল) সকলে। ইচ্ছা আৰু যত্নৰ সফলঙ্কা, fulfilment of all objects and wishes. সৰ্বেশ্বৰ, স, শ. (সং. সৰ্বেৰ -; সকলো+ঈশ্বৰ, গৰাকী} সকলোৰে গৰাকী