পৃষ্ঠা:হেমকোষ.pdf/৯২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

again and again, practice, habit. বি. ঢিলা, উজু, easy. সহজে, ক্ৰি. বি. (সহজৰ দ্বাৰা পৰিশ্ৰম নোহোৱাকৈ, অনায়াসে, easily. সহদাপত্যে, ক্ৰি. বি. (সং. সহদাপত্য সহ, সৈতে + দাৰা, ভাৰ্য্যা + অপত্য, সন্তান। পুত্ৰ ভাৰ্য্যা সমন্বিতে, লৰা তিৰে- Dica rito, with wife and children. সহদেৱ, স. শ. এজনা পাণ্ডৱ, পাণ্ডু ৰজাৰ সৰু জনা ভাৰ্য্যা মাদ্ৰীৰ দ্বিতীয় পুল, the youngest of the Pandards. (Dowson). সহধৰ্মিণী, স. শু. (সং. সহধৰ্মি, একে ধৰ্ম্মত প্ৰৰ্তা লোক ) ৰ্যা a wife, সহধৰ্মী, বি. (সং. সহধৰ্মি---সহ, সমান। ধৰ্ম্ম, স্বাভাৱিক গুণ, ঈশ্বৰৰ উপাসনা একে গুণযুক্ত; একে ধৰ্ম্মত চলা, একে

    • VA, possessing the same

quality, following the same reli- gion. স. শ. একে গুণযুক্ত বস্তু; একে ধৰ্ম্মত প্ৰবৰ্ত্তা লোক, a thing OkSeSg- ing the same quality as another, a co-religionist. সহ, কদ, স. (সং, সহন—স, ধৈৰ্য ধৰি থা) ধৈৰ্য্য, সহি থকা কাৰ্য, ]atience, endurance, forbearance. সহনীয়, বি. সহ্ন, সহিব পৰা, learable. সহনশীল, বি. (সং. সহনশীল-সহন, ঐ+ শীল, স্বভাৱযুক্ত) সহি থকা স্বভাৱযুক্ত, অপকাৰৰ প্ৰতিকাৰ নকৰা; যেনে, সহন- শল মানুহৰ বিবাদ নাই; দুখত বিচলিত নোহোৱা, ধৈৰ্য গুণ থকা, forbcaring, enduring, patient. সহনশীলতা, গু. শ. সহি থকা গুণ, forbear- ance, patience. সহবা, স. শ. (সং. সহৱাস--সহ, একে লগে+ৱ, নিবাস কৰ) ভাৰ্য্যা স্বামীৰ সম্বন্ধেৰে কৰা নিবাস, মত তিৰোতা স্বৰূপে একে লগে খকা কাৰ্য, ৩০-habi- tation as husband and wife. সহমৰণু, , , (স, সহুমৰণ-সহ, একে সহোদৰ, লগে +মৰণ, মৃত্যু স্বামীৰ লগত ভাৰ্যাৰ মৃত্যু, সতী যোৱা কাৰ্য, concremation, the aet of a widow's burning herself with the corpse of her dernased husband. সহযোগী, স. শ. (সং. সহযোগি -- সহ, সৈতে+যোগিন, লগ লগা; যুজ, লগ লাগ) আনে সৈতে সমানে কোনো এক ৰাজ কাৰ্য্যত নিযুক্ত লোক; আনে সৈতে সমানে একে কাম কৰোতা, & colleague, a co-operator, a co-adjutor. সহজল, স. শ. (অৎ, জলা, ফুটা) সৰু ফুটা, নিচেই ক্ষুদ্ৰ বিন্ধা, a very small hole, সহস, সংখ্যা (সং. সহশ্ন, হাজাৰ হাজাৰ, WT, a tholisand. সহস্ৰচে, স, শ. (সং. সহশ্ৰলোচন সহ, হাজাৰ + লোচন, চকু এহেজাৰ চকু যাৰ, ইন্দ্ৰ, Indra (lit.; with a thousand cyes). সহায়, স. শ. (সৎ, সহায়-সহ, একে লগে + যা, গতি কৰ) লগৰীয়া, লগত যাওঁ; যেনে, সহায় নোহোৱাকৈ বিদেশলৈ নে- যাবা; এতেকে ৰাখো, ঢাকোতা, আপ- দৰ পৰা উদ্ধাৰ কৰো; ৰক্ষক, a com- panion, a belper, a patroli. সহায়তা, ও, শ, সহায়ৰ কাৰ্য, হাত উজান, assistance, aid. সহিতে, আ. অব্য, (সং. সহিত, একে লগে) সৈতে, একে লগে, with, together with. সহিষ্ণু, বি. (সৎ, সহিষ্ণুস, ধৈৰ্য্য ধৰি থাক) সহি থকা, সহনশীল, ধৈৰ্য্য ধৰি থকা, forbearing, bearing patiently, enduring. সহিষ্ণু, গু. শ. সহি থকা গুণ বা স্বভাৱ, Cett, patience, forbearance. সহোদ, বি. (সং. সহোদৰ-সহ, সৈতে বা একে+উদৰ, গৰ্ভ) একে মাতৃৰ পৰাজ; যেনে, সহোদৰ ভাই born of the sarn mother, স, শ, একে আইৰ পৰা ওপজা ভাই বা ককাই, a brother born of the same mother. (0) Ceket