পৃষ্ঠা:হেমকোষ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আতিগুৰি শিলো, অনুৰূ.) অনেক বাৰ মৰা আঁজোৰ, টনা-আঁজোৰা, many pulls, guccessive pull. আঁটু, স. বা.(ব. আঁটন, পূৰ্ণ হওন) যথেষ্ট হ, যিমান লাগে, সিমান হ; যেনে,এই ধনেতাক it, to suffice for, to be enough for. আট, কদ, স. যিমান লাগে সিমান হওন, the act of being sufficient. আটুকাল, স. শ- ( হিং. অটক; বং, আট- কা, অনুমান) উমান, গম, সঁহাৰি, শব্দ আদিৰ দ্বাৰা কোনো মানুহ বা জন্তু ওচৰ চপাৰ বোধ; যেনে, সি চোৰ অহাৰ আঁটকাল পাই উঠিল, a conjecture formed from sounds, &c., of the approaclı of a person or animal. জাটকাল ল, উমান ল, কোনো নেদেখা কথা নিশ্চয় কৰিবলৈ মন দি থাক্‌, গম ল; যেনে, সেই কথাটোৰ আঁটকাল লব, to be on the watch to find out or scertain some thing inscen. আঁই, স, শ. (সং. অষ্ঠীৱতৃ; বং, আঁটু, জানু ) তপিনা আৰু ঠেঙ্গৰ মাজৰ হাড় SW zy cetat, the knee. আই কাঢ়, দুই আই আৰু দুই হাতত ভৰ দি লৰি-চৰি ফুৰ; যেনে, লৰাই আঁঠু কাঢ়িছে, to go about on the hands and knees, to move on all fours. আঠু কাঢ়ি বহ, দুটো আঁই কেঁাই উপ- CT- , to sit down, contracting the knees. আঁই চোঙ্গা, সম্মান দেখাবৰ নিমিত্তে দুয়োটা আঁঠু কেঁাচাই অলপকৈ মাটিত লগা, to salute by bending the kacce. আই পাৰ, সম্মান দেখাবলৈ আঁঠু দুটা মাটিত পেলাই বহ; যেনে, ৰজালৈ আঁঠু পাৰিছে, to sit in a kneeliny posture or contracting both the knees. আই ল, সম্মান দেখাবলৈ দুয়োটা আই কোচাই মাটিত বহ; যেনে, বজালৈ বা গোসইলৈ মানুহে আঁই নয়, to kncel out of respect. 5 আঁই-মূৰ, স. শ. (অ. আই+মূৰ, মন্তক) ভাৰ ঘিলাৰ বাহিৰ ভাগ, the out side of the knee. আঁঠু-মূৰীয়া, বি. আঠুৰ মুৰলৈকে নমা, ওলমি আই পোৱা; যেনে, আ-মূৰীয়া চুৰিয়া, coming dowu the knee. আঁঠুৱনীয়া, বি. (অ, আঁঠু, জামু) আঁঠুতল যোৱা, আঁঠুৰ সমান ওখ; যেনে, আঁই- in otra, knee deep, coming up to the knee. আঁঠুৱা, স. শ. (অ. আঁঠু, জানু, আগেয়ে স্পাই নপৰাকৈ তাৰ ভিতৰলৈ সোমাৰ পৰা নগৈছিল) মহ-আদি সোমাব নোৱা- ৰিবৰ কাৰণে শয্যাৰ চাৰিও ফালে দিয়া Piattaa stret, a musquito curtain. অত্, স. শ.(সৎ, অস্ত্ৰ, হি. বৎ. আঁত, নাড়ী) পেটৰ নাড়ী; the entiails. আঁামৰ,বহু দিন অনাহাৰে থকাত খাব নোৱৰা , to lose appetite by a loug fast. আঁত, স. শ(সং. অন্তু, মুৰ) মেৰাই খোৱ সূতাৰ মূৰ; এজেকে কোনো কথাৰ উৱা- fars, the end of a skein or ball of thread; a clue. আঁত, বি. (সং. অন্তৰ, দূৰ নিলগ, দূৰ; পৃথক, far, distant, স. শ.দূৰ ঠাই, দূৰৈ, distance. অ, ধ, দূৰ হ, নিলগলৈ যা, to move off, to be separated. আঁতৰা, স. . (অ. আঁতৰ ঐ নিলগ কৰু, 997 *, to remove to separate. আঁতৰা-আঁতৰি, বি. ইটোৰ পৰা সিটো frast, mutually distant. আঁতৰা-আঁতৰিকৈ, ক্ৰি. বি. ইটোৰ পৰা সিটোক নিলগকৈ, at a distance from one another, আঁতৰে, ক্ৰি. বি. পৃথকে; বেলেগে। আঁতি-গুৰি, স. শ. (অং. অস্ত, শেষ+গুৰি, আদি) কোনো লোকৰ আদি-মূল; যেনে, অচিনাকী মানুহৰ আঁতি-গুৰি সুধিব লাগে, কোনো কথাৰ আদি অন্ত; যেনে, সেই কথাৰ আঁতি-গুৰি কোৱ, the origin of a person; particulars of & matter.