পৃষ্ঠা:হেমকোষ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আঁচ 18 আঁজোৰপিজোৰ এই খান কাকত নহয়, আকবাক মাথোন, a scribble or scribbling. আঁচু, স. শ. (অ, আ, চিন) আঁক, ৰেখা, চিন; ফাট, a line, it imark, a crack. স, ধা পাচে আহি তুলিবলৈ অপৰিপাটি- ৰূপে লিখ; যেনে, আজী আচিছে, to craft, to compose and write rongh- ly, to be copicil afterwards 27.9. আঁচো, (স্ত্ৰী) আঁচতী। আঁচ মা, আঁচ দি, আ টান, to draw a line. আঁচন, কৃদ. স. আঁচ দিন, আঁক টান, the act of drawing a line. আঁচনি, স. শ. পাচে আহি তুলিবলৈ অপৰি- টিপে লিখা কাকত; যেনে, আজীৰ আঁচনি,। a rough draft, আঁচল, স. শ. { সং. অঞ্চল, হিং, ব, আঁচল, কপোৰৰ আগ) কাপোৰৰ আগ the end of a clothi. আঁচল, স. শ. ( অ. আঁচল, কাপোৰৰ আগ। এতৰপঁয়া এৰীয়া কাপোৰ, an eria cloth) used single. আঁচু, স. শ. ( অ, আঁচল, কাপোৰৰ আগ ) কাপোৰৰ আঁচল ফুল দিবৰ কাৰণ tratay 791, colored thread. আঁচুলী, স. শ. (অ. আঁচু, ঐ-+ কী, ক; সং. ক, কৰ) এবিধ গছ, তাৰ শিপা হালধীয়া আৰু আচুবেলোৱাত 999 h, a tree, the root of which is yellow and use for coloring thread. (C. Zanthorrhizon). আঁচু-কাঠ, স. শ. (অ, আ + কাঠ আঁচু Fa, Fec the above. আঁচুলী,। বি. (অং আঁচু, বোলোৱ? আঁচুলীয়া, দূতা) আঁচুৰ ফুলযুক্ত, attor- ed with coloured tlırcad. আঁচুৱা, স. ধ. (অ. আঁচো, খাই মুখ ধো) খোৱাৰ পাচত মুখ ধু; যেনে, লৰাক আঁচুয়াইছে, to cause to was the mouth after eating. . আঁচো, অ, ধা. (সং, আচমন; হিং. আনা, বং. আৰ্চন, মুখ ধোৱন) ভোজ- নৰ অন্তত মুখ ধো; যেনে, হিন্দুৱে ভাত খাই চোৱে { ভাত খাই মুখ ধোৱাতে হে খাটে, আন বস্তু খাই মুখ থোক মুধোৱা পোন বোলা যায় ), to was the month after taking a meal. আঁচোৰ, স. শ. (বাং. আঁচড়, জোঙ্গা বস্তুৰে কৰা ক্ষত} জোঙ্গা বস্তুৰে ঘঁহি লগোৱ ঘ), জোঙ্গা বস্তুৱে কৰা ক্ষত; যেনে, মখৰ আঁচোৰ, a satel. স. ধা, জোঙ্গা বস্তুৰে ঘহি ক্ষত কৰ; যেনে, নখেৰে বা কাই- টেৰে চুৰিলে, ফণীয়া, ফণীৰে পৰিস্কাৰ কৰ; যেনে, চুলি আচোৰে, try serateh; to comb, to dress with a comh- কুদ, স, আচোৰোতা, (স্ত্ৰী) চোৰতী। আচোৰণ. কুদ, স, আচোৰা কাৰ্য, tie at of scratching or combing. আঁচোৰ আঁচুৰি, স. শ. এটাই আনটোক 1264a, a mutual seratching আঁচো পিচোৰ, স. শ. (অ- আচোৰ + পিচোৰ, অনুৰূ, } আঁচোৰ-আদি, scratch and so fortlı. আঁলি, স. শ. (সং, অঞ্জলি, একেলগে পতা দুয়ে হাত) একেলগে মেলা দুয়ো হাতৰ তলুৱাৰ ঠোলা; দুয়ো হাতৰ তলুৱাৰ ঠোলাত মিমান ধৰে, সিমান বস্তু; যেনে, olfa sifat 512t, it cavity formed by joining the palms of the hands together; the quantity held in the cavity su forined. আজো, স, শ, ঠেকাৰে মৰা টান, a short, sudden pull, a jerk. 4.44. চোকৰে টান মাৰ; যেনে, জেৎ, আঁজু- face, to give a short qull, to twitch. আঁজোৰ মাৰু, বেগতে বলেৰে টা, চোকৰে টান মাৰ, to give a short pull, to twitch. আঁজোৰাআঁজুৰি, স, শ, টমাটনি, এটাই আনটোক আজোৰা কাৰ্য, a mutual priling, a struggle. আঁজোৰ্পিজো, স. শ. (অ. আজোৰ+ {