পৃষ্ঠা:হেমকোষ.pdf/৮৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৰ বৃষ্টি শৰৎ। কাতিৰ নিৰ্ম্মল জোন, the autumnal moon. শৰণু, স. শ. (সং. শৰণ, ঋড়া কৰ; গুড়াৰ পৰা ৰক্ষা কৰে, এতেকে। আয়। যেনে, কৃষ্ণৰ চৰণে লৈলো শৰণ; বিষ্ণু কত হোৱা বা আশ্ৰয় লোৱা, হা- পুৰুষীয়া ধৰ্মৰ শিক্ষা : যেনে, কমলাবাৰীত শৰণ ' বলে; কোনো অপকাৰৰ পৰা ৰক্ষা পাবলৈ ৰজা বা ডাঙ্গৰ লোকৰ নাম কৈ কৰা চিৎকাৰ; যেনে, ৰজাৰ শৰণ, protection, refuge, the act of being initiated into the Vaisnava religion, the act of crying out for protec- tion in the name of the ruler of the country or a person in anthority. . শৰণ দি, অয়ৰ পৰা ৰক্ষা পাবলৈ ৰজা বা ডাহৰ লোকৰ নাম কৈ চিৎকাৰ কৰু, to cry out for protection or Justice. শৰণ ল, আলয় ল; ভকত হ, to take refuge, to be a disciple, শৰ লগা, কত কৰ, বৈষ্ণৱ ধৰ্ম্মৰ শিক্ষা fr, to prosely tize, to initiate into the Vaisnava religion. শৰণাগ, বি. (সং. শৰণগত - শৰণ, আশ্ৰয়+ আগত, তাহা) আশ্ৰয় লবলৈ অহা, আশ্ৰয় প্ৰাৰ্থনা কৰা, নিভয় খো, appealing or asking for protection or refuge. শৰণাপন্ন, বি. (সং. শৰণাপন্ন — শৰণ, আশ্ৰয়+আপ, পোৰ) আশ্ৰয় লোৱা, লোকৰ অধীনতা স্বীকাৰ কৰা, ৰশ হোৱা, taking protection or refuge, under the protection of another. শৰণাৰ্থী, বি. (সং. শৰণাৰ্থি আশ্ৰয় + অৰ্পিন, খোজা। আয় খোজ, অভয় ভিক্ষা কৰা, শৰণাগত, appealing for protection or refuge. . শৰণীয়া, বি. (স- শৰণ, আশ্ৰয়। আশ্ৰয় লোৱা, সেৱকীয়া; ভকন্তু হোৱা, নাম কথা শিকা; ভকীয়া, হিন্দু ধৰ্ম লোৱা; যেনে, শৰণীয়া কছাৰী, taking refuge, under protection, converted to Hinduism. শৰ পশ, আশ্ৰয় ল, শৰণাপন্ন হ। যেন, “কৃষ্ণৰ চৰণে পশিলা শৰণ,” to take or ask for protection or refuge. স, শ, (সং. শৰ৫ – শদ, ক; নতুন হিম পৰি পড়া হয়, এতেকে) এক ঋতু, আহিন আৰু কাতি দুই মাহ, ( ste, autumn (Ashwin and Kartik ). শৰৎকালু, স. শ. (সং. শৰৎকাল—শ, ঐ + কাল, সময়) শৰৎ ঋতু, the season of autumn. শৰধুৱা, বি. { অং. শৰাধ, মৃতকৰ উদ্দেশে কৰা কাম) শৰাধত লগা, শৰাধ সম্বন্ধীয়, relating to a Shradh. পৰাই, স ণ. সং. শৰৱ, খাল) দেৱতাক নৈবেদা দিয়া আৰু ডাঙ্গৰ লোকক বন্ধু ডেটা এবিধ থিয় কাণেৰে খুৰা লগে থাল, a platter or tray mounted on a leg শৰাধু, স. শ. (সং. শ্ৰাদ্ধ, মৃতকৰ বা পিতৃ- গণৰ উদ্দেশে কৰা কাম। মৃতকৰ বা পিতৃ সকলৰ উদ্দেশে জল, আহাৰ আদিৰ দান, a ceremony observed at different periods consisting of offerings of food, water, &e., to the deceased. শৰালি, স. শ. এস. শৰালিশ, পানী+ খ, গতি কৰ, পানীত চৰে, এতেকে) এবিধ পাতি হাঁহ জাতিৰ বনৰীয়া চৰাই, a teal. শৰাস, স. শ. (সং. শৰল-শৰ, কাঙ+ আসন, বহু ঠাই। ধে, a bow. শৰী, স. শ(সং, শৰীৰ-শু, পড়িত হ; ৰোগ হয়, এতেক) গা, দেহ, the body. শৰীৰী, বি.; স. শৰীৰন; শৰীৰ+ ইন) শৰীৰযুক্ত, দেহ থকা, fiaving a body, corporeal. শৰ বৃষ্টি, স. শ. (সং. শৰভৃষ্টি-শৰ, ড়। বৃষ্টি, বৰষুণ) শৰৰ খৰ, বৰষুণৰ ৰে শৰণ,