পৃষ্ঠা:হেমকোষ.pdf/৮৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ শপু, স, ধ. (সং. শ” গালি দি) গালি পাৰ; যেনে, গালি শপিছে, to revile, to abuse. শপ, স. শ. (সং. শপথ~-ধৰমৰ নাম কৈ কৰা প্ৰতিজ্ঞ। দেৱতাৰ বা ধৰমৰ নাম লৈ বা পবিত্ৰ বস্তু বা দেৱতাৰ মূৰ্তি আগত থৈ কৰা স্বীকাৰ বা অস্বীকাৰ, an oath, asseveration. দেৱতা বা ধৰমৰ নাম কৈ শপত খা, অঙ্গীকাৰ ক; যেনে, জেনে কাম নকৰিবলৈ শপত কৰিছে বা খাইছে; পবিত্ৰ বস্তু বা দেৱতাৰ মূৰ্তি আগত থৈ স্বীকাৰ বা অস্বীকাৰ ক; যেনে, চুৰ নাই কৰা বুলি কামাখ্যাত শপত কৰিছে, to swear, to take oath. শপত দি, দেৱতা, গোসাই বা কোনো মৰমৰ লোকৰ নাম কৈ, বিপৰীত আচৰণ কৰিলে যেন তেওঁৰ দ্ৰোহী হব লাগিব, বা তেওঁ নাশ পাব এনে ভাৱে আদেশ বা প্ৰাৰ্থনা কৰ; যেনে, অমুকক পুতে- কৰ শপত দি কৈছে, to adjure, to conjure. শপ, স, ধ, শপত দি, গোই, দেৱতা বা প্ৰিয়লোকৰ নাম কৈ প্ৰাৰ্থনা বা আদেশ কৰ, to adjute, . শপতাশপতি, স. শ. এজনে আনজনক শপ দিয়া কাৰ্য, the act of adjuring cach other. শষ, স, শ, (সং, শব্দ, ধ্বনি) ধ্বনি, মা, & sound. শ, স. শ. {সং. শব্দ-শব্দ, ধ্বনি ক} ধ্বনি, মাত, অৰ্থযুক্ত মাতৃ; যেনে, মানুহ, ঘৰ, আছে, কৰ; ( বাকৰণ} জন্তু বা বৰনাম; যেনে, ঘৰ, হলিম, a somd, a word, a noun. . শব্দভেদী, বি. (সং. শব্দভেদিন। ধ্বনি + ভেদিন, ভেদন কৰা। কোনো বৰ মাত শুনিয়েই তাৰ গাত অস্ত্ৰ লগাব পৰা; যোন, শব্দভেদী বীৰ; মাত অনু- সৰি কোনো বস্তুত লাগিব পৰা ( অপ্ৰত খাটে); যেনে, শব্দভেদী বাণ, at epithet of Arjuna, the name of a fabled arrow or dart. শায়মান, বি. (সং: শায়মান ধ্বনি) শব্দৰে বা ধ্বনিৰে পূৰ, ধ্বনিত; যেনে, মেঘৰ গৰ্জন আকাশ শব্দায়মান Cene, filled with sounds, resounded. শব্দাৰ্থ, স. শ. (সং. শব্দাৰ্থ--শব্দ, অৰ্থ- মাত+ অৰ্থ, শব্দে বুজোৱা বস্তু) শব্দৰ অৰ্থ, কোনো এক বা অধিক মাতে বুজোৱা বস্তু বা বিষয়, the meall- ing of words, literal meaning. শম, স. শ. (সং. শমন--শম্, শান্ত ক; মৃতুৰ দ্বাৰা সকলোকে শান্ত কৰে) মৃত্যু অধিপতি, যম, the regent of death. শমী, স, শ, (সং. শমী, এবিধ গছ) এবিধ হোত ব্যবহৃত কাঁইটীয়া গছ, a kind of tree (Acaciu suma ). শম্ভু, স, শ, {সং. শম্ভু-শম, শুভ+ ভূ, হ) feta, Siva. শয়ন, দ. স. (সৎ, শয়ন শী, শশা) শোন, শোৱা কাৰ্য, the act of sleeping.

  • গৃহ,

( স.. শয়নগৃহ, শয়নাগাৰ,। শয়নাগাৰ --- শয়ন + গৃহ, অগাৰ, ঘৰ শোৱনি ঘৰ, G4741, a sleeping room. শয়েকীয়া, বি. (অ. শ, পাঁচ কুৰি + এক। এশ সম্বন্ধীয়; এশ টকা মূলাৰ, relating to one hundred, of the value of one hundred rupees. শয্যা, স, শ, (সং. শয্যা, শ, শো} শোৱা পাটী, তুলীৰে সৈতে পাট আদি, a bed. শ, স, শ, (সং. শৰ, পীড়া কৰ) বাগ, mta, an arrow, } স. শ. (সং. শম্বৰ, এবিধ শৰ পহ, পহু) এবিধ বহুত কৰা মেলা শিঙ্গৰে ডাঙ্গৰ পহু, a kind of leer with large branching horns. শচন্দ্ৰ, স. শ. {সং. শৰন্দ্ৰশৰৎ, এক ঋতু+চন্দ্ৰ, জোন) শৰৎ কালৰ { আহিন