পৃষ্ঠা:হেমকোষ.pdf/৮৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লাগী হৈ পৰা কাড়বিলাক, a shower of arrows. . শৰ্ম্মা, স. শ. (সং. শৰ্ম্মণ, সুখী, অশুভ নাশ কৰু ব্ৰাহ্মণৰ উপাধি, বামুণৰ নামৰ পাচত যোগ কৰা শব্দ, a title of Brahmans. শল, স. শ. (সং, শকুল; বৎ, শলি, এবিধ মাছ) এবিধ কাঠ মাছ, a kind of fish. শল, স. বা. (সং, শ, ঢা) কাঠত লগোৱা বৰণ নেৰাবৰ কাৰণ তাক লাৰে ঢাকৃ; যেনে, চাল পীবাৰ খুৰাৰ বৰণ লাৰে

  • 74, to cover over with lac, as

something painted. শলখ, স. শ. এবিধ ডাঙ্গৰ গছ, a kind of timber tree. শলখা, স. শ. (সং. শলা, শল!) বিন্ধাত সুমাই দুৱাৰ মৰা চুটি মাৰি; নঙ্গলাৰ ws, door intch, the bar of a gate. , শলা, স. শ. (সং. শলাকা, কাঠী, দীপ কাঠী) পোৰ, বাঁহৰ বা কাঠৰ মূৰ জোঙ্গা গোটা কাঠী; দীপ কাঠী; জলি থকা প্ৰদীপ; যৰৰ সূতা মেৰোৱা লোৰ ", a spike or pin of iron, barnloo or wood, a lucifer match, a lighted lamp, a spindle. শলাকানি, স. শ(অং. শলা, চাকি। কানি, কটা কাপোৰ) চাকি লগাবলৈ পকোৱা ফটা কানি বা ভূল, শিহা, fequy, a lamp wiek. পলা, স. ধ: {সং, প্লাহ্, প্ৰশংসা কৰ) প্ৰশংসা কৰ, গুণ বখ, ভাল বেল, to praise. অ. বা. ওঁ বুলি সম্মতি দি; যেনে, মোৰ কথাত তেওঁ শলাগলে, to assent. স. শ. উপকাৰ স্বীকাৰ, গুণ লন; প্ৰশংসা, gratitude, talk- fulness, praise. শলা পা, প্ৰশংসা ল; যেনে, যি ভাল ফাম কৰে, সি সকলোৰে শলাগ পায়, to be praised. . শলাগ , . উপকাৰ পীকাৰ ক; যেনে, ছেওঁৰ মই শলাগ লৈছো, to be thant- ful. শলাল, বি. (সং. শৃগাল, শিয়াল) শিয়া- লৰ দৰে টেঙ্গ, ধূ, esuing, art- ful. শলাশল, বি. শলাৰ দৰে গোটা, নভগ নিছিগা { চাউলৰ সমূহত খাটে); যেনে, পলাশল চাউল, tanbirolcent, whole ( said of a quantity of rice ). শলি, স. শ. ( অং. শা, জোঙ্গা কী? বাৰ, লোৰ বা কাঠৰ গোটা দীঘল কাঠী; যেনে, চৰাই সজাৰ শলি, a thin, long and round slip of bamboo or wood, an iron svire. শলি, স. শ. (সং. শলাকা, দীপ কাহী; বং. শলিতা, শলা কানি) শলা কানি, a lamp wick শলিয়া, স. শ. (সং. শল্য, কেঁটেল; প্ৰায় তাৰ নিচিনা, এতেকে) এধি ডাঙ্গৰ নিগনি, মাটিৰ ওপৰত থকা এজাতি 47, vifar, a large kind of mouse. শাৰি, স. শ. সৰু শল মাছ, a small sab fish. শমাৰি, স. শ. (সং. শেল, যুৱলিৰ শাল। মাৰি, এ ডোখৰ কঠ বা বহ। গৰুৰ বা মহৰ ডিঙ্গি দুই দাঁতিত লগা, যুৱলিৰ শাল; দোলাৰ ওপৰৰ পোন মাৰি, the pin of an ox yoke, the horizontal bar at the top of a dola. শস্যোদ্ধা, স. শ.। সং. শলোদ্ধাৰ-বল্য, শেল + উদ্ধাৰ বাহিৰ কৰণ) গাত সোমাই ৰোৱা যাষ্ঠী বা কড়ি আদি বাহিৰ কৰণ; { অপকাৰ মনত শেলৰ দৰে গোমায়, এতেকে। প্ৰতিহিংসা, পোটক তোলন, extraction of an arrow, &c., from the indy, revenge শৰ্শণীয়া, বি. ( অং. শলি, গোটা কাঠী) শলিৰ দৰে পোন আৰু নিমজ; যেনে, শশলীয়া বাহু, smooth and straight. শ, স, শ, (সং, শশৱ পৰিবৰ্তি;