পৃষ্ঠা:হেমকোষ.pdf/৮৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শী লৰ মাছ বা কাছ খোঁচা এবিধ শূল, a fish spear. কৃচুৰ, স, শ, (ব. শঙ্খচু, এবিধ এক চুল, ১ সাপ। এবিধ গাত লণীয়া আৰু কলা আঙ্গঠিৰ নিচিনা বেৰ থকা সাপ, সি বঙ্গালী শঙ্খচূৰতকৈ বেলগ, & kind of snake with alternate yellow and lılack rings. শছ, অ, ধ. (সং. শ, শুদ্ধ কৰ; বং শোন, বহিৰ্বাৰ ধো) ১ল-ত্যাগ কৰি বহিৰাৰ ধো, শুচি হ; যেনে, শৌচ কৰি

    • 82x, to wash the anus after

going to stool. শ, অ, ধ. (সং. শান্ত, স্থিৰ ভাগৰ পলুৱাই স্থিৰ হ, শ্ৰিম কৰু, জিৰা, to take a rest, to the calm. শত, স. শ. { সং. শান্ত, তাপ গুচাই গ শান্ত কৰে, এতেকে) লালী বৰষুণ, কেইবা দিনলৈকে একে ৰাহে হৈ থকা বৰষুণ, rain continuing for several days. শ, স শ. { সং, শক, কাদিত ৰজা) শকাদিত ৰজাৰ দিনৰ পৰা চলা এটা বছৰৰ লেখ; এতেকে সেইৰূপে চলা অন বছৰৰ লেখ; যেনে, খ্ৰীষ্টৰ শক, the era of saka any era. শকটু, স. শ. (সং, শকট—শ, পাৰগ হ} বোজা কঢ়িওৱা গাড়ী, a cart. শত, বি. (সং. শক্ত, বলী) ডম্বৰ, পুষ্ট; ভাঠ, পৃঃ, large, stout, strong, firm. শকৈ, ক্ৰি. বি. ভাঙ্গৰকৈ, দৃঢ়ৰূপে, বলেৰে; যেনে, শকতকৈ

  • f&T, strougly, largely, witla

force. শকাষ, স, শ, (স', শকাৰুক, এজনা ৰঞ্জা+অৰু, বছৰ) শকাদিত্য ৰজাৰ দিনৰ oray 607 57, the era of Suka. শকাৰু, স. শ. {স শকাৰণ+কাৰ, আখৰ) শ আখ , the letter শ। শকুলা, স. শ. (সৎ, শকুলা-শকু, চৰাই

  • লা, এই ফৰ) বিশ্বামিত্ৰ মুনিৰ পৰা

মেনকা অপেৰাৰ গৱত হোৱা এজনা কন্যা। জন্মৰ পাচত তেওঁক মেনকাই হাবিত এৰি লৈ যোত কিছুমান চৰাইয়ে বেৰি বাকেঁতে কণ মুনিয়ে পাই ত্বলি লয়। পাচে চন্দ্ৰবংশ ৰজা দুষ্মন্তে বিয়া কৰাত তেওঁৰ পৰ মহাৰাজা ভৰত জন্ম, তেওঁৰ পৰাই তেওঁৰ দেশৰ ভাৰত 7* 2015, the daughter of Menaka by Viswamitra. Sukuutala, the heroine of the famous drama by Kalidas. শক্ত, বি. (সং, শক্ত--শক, পাৰগ হ পাৰগ, পাৰ্গত; বলৱান, শক্তিমন্ত, able, strong. শক্তি, স. শবল, ক্ষমতা, পৰাক্ৰম; এবিধ যাঠ, শেল; গোৰ্সানী, দেৱী, strength, power, a spear, the energy of a deity personified as his wife. শক্তিম, বি. (স.) বলী, বলৱন্ত, শক্তিমান্, পৰামী, শক্তি থকা, strong, powerful, mighty. শক্তিহীন, বি. (স.) নিৰ্ব্বলী, শক্তি নথকা, yast, weak, powerless. শক, স, শ, {সং, শক, পাৰগ হ} da, Indra, শশুনু, স. শ. (সং. শকুন; ব’ শগুন, গৃধ) এবিধ শ-খোৱা চৰাই, a vultue. (স্ত্ৰী) শওনী। শনীয়, বি. (সং. শকুনীয়-শঙ্কা, সংশয়।

            • CUTIT, doubtful, suspicious.

শঙ্কৰ, স. শ. (স, শঙ্কৰ~~ -১, শুভ +কৰ, কৰোতা) সদাশিৱ, Ste. শঙ্কা, স, শ, (সং. শঙ্কাশকৃ, ভয় কৰ} ভয়, সংশয়; আশঙ্কা, অনিশ্চয়তা, feat, doubt. শঙ্কাতি, বি. (সং. শঙ্কাষিত-শঙ্কা, ঐ+ অধিত, যুক্ত) শঙ্কামুক্ত, afraid, doubtful. শাহীন, বি. (স.) শঙ্কা নথকা, fearless, free froin doubt, শঙ্কি, ৰূদ, বি. ভীত, afraid, শঙ্কু স (সশঙ্কুশ, পাৰগ; টানকৈ;