পৃষ্ঠা:হেমকোষ.pdf/৮৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 or usage of লৌকিক, বি. (সং. লৌকিক—লোক, অগ, মনুষা) সংসাৰৰ, মনুষ্যসম্বন্ধীয়, দেশত চলিত, সকলো মানুহে কৰা জনা; (ICR, COTTA* $81, worldly, human, familiar to all people. লৌকিকতা, গু. শ. {সং) লৌকিক হোৱা অৱস্থা, দেশৰ ৰীতি, সমাজৰ ব্যৱহাৰ; শিষ্টাচাৰ, custom society, civility. লোৱালপা, বি. (অং. লোৱা, অনুব্ধ. + লপা, মিছলীয়া) মিছলীয়া, এক সময়ত এক আন সমত আন এক কথা কোৱা; অস্থিৰ, চঞ্চল, লম্পট; যেনে, লোৱালপা মানুহ; মিছা; লৰ চৰ হোৱা; যেনে, লোৱালপা কথা, untruthful, fickle, mtrie. স. শ. চঞ্চলতা, অৰিা; হক ৰক কথা; যেনে, তে লোৱালপা Geyty, fickleness, utruthfulness. লৌহ, স. শ. (সং. লৌহ-লোহা, লল) ভৰিত লগোৱা লোৰ শিকলি, an iron fetter, . লোৱা, স, ধ, (অং. লোহা, লল, লোৰ গুড়িৰ দৰে টান হয়, এতেকে) আজ, ভাঙ্গি টান কৰু { পিঠ-ওড়িত খাটে , to harrlun by heating an rice-flour, লোৱা, অ, ধ. ( অং. লো, চকুৰ পানী) লোক বোৱা, পানী উলিয়া { চকুত খাটে }; যেনে, চটা লোৱাইছে, to shed tears as the eye. . লোৱা, স, ধা. { অং.. ল, গ্ৰহণ কৰ) গ্ৰহণ

  • 1, to cause to be received.

লোৱা-চুৰ, স, শ. (সং. লৌহচূৰ্ণ, লোৰ গুড়ি) লোৰ ভেৰ, লোৰ মল, কমাৰ শালত লো পাওঁ হিৰ হোৱা লোৰ অসাৰ 575, the scorice of iron. লোৱাৰি, স. শ. { অং. লোহা, লো) কুন্দাৰৰ মূৰ জোঙ্গা বটালীবিশেষ, & turne's gouge. . লো, বি. লোৰে সজা তীখ লগোৱা, লোৱালি, ধৰ চোকা, made of iron, very sharp লোহ, স, শ, (সং, শোভন, লোভ দেখোৱা লোভ দেখাই দিয়া প্ৰবৃত্তি, প্ৰলোশন, 6o. alfa, a gentle persuasion, allurement. লোহা, স. শ{সং. লৌহ; হিং. বং. লোহা, লো) লো, এবিক টান ধাতু, iron. লোহা-জাৰণ, স. শ. (সং. লৌহজাৰণ, লোহ, লো+ জাৰণ, ভস্ম) দৰবৰ নিমিতে

    • 1 68717 5. oxide of iron,

লো. বি. (সং. লৌহময়, লোৰ নিচিনা) লোৰ দৰে টান; ললাৰে চুi, lated like iron, made of iron. লোহিত, বি (সং. লোহি-হ, উৎপন্ন হ) ৰক্ষা, red. স. শ. ৰঙ্গা বৰণ; তেৰ; 3*** bat. the red color, klood, the Brahmaputra. লোহোৰা, স. শ. (হি লোহন্তা, লোৰ পাত্ৰ -লোহ লো} লোৰ পাত, কেৰাহী, an 711, iron. লৌহময়, বি. “লোহাময়' চোৱা। শ, ব্যঞ্জনবিলাকৰ নিশ সংখ্যাৰ আখৰ, ইয়াৰ নাম ভালব্য, the thirteenth letter of the consonants. শ, স. শ, (সং. শৰ, মৰা দেহ) জীৱ যোবা 414, 771 cup, a dead body, a corpse. শ, সংখ্যা, (সং. শত, পাঁচ কুবি) পাচ fa, a huvdred. শইকীয়া, স. শ. (অঃ, শয়েকীয়া, এশ সম্বন্ধীয়। এশ কঁাড়ীৰ ওপৰৰ বিষয়া, an officer over one hundred men, a centurion. শখ, ‘শঙ্খ"চোৱা। কৃ, স, শ. (সং, অঞ্চ } এক দুই আদি বুজোৱা চিন; যেনে, ১, ২, ৩ ইত্যাদি, an arithmetical sign or figure. (* চলিত নহয়)। কালি, স. শ. (সং. শঙ্কু, যাঠী) পানীৰ iron pan. .