পৃষ্ঠা:হেমকোষ.pdf/৮৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শংধু। তাৰ দ্বাৰা বেলা নিৰ্ণয় কৰিব পৰা যায়, এতেকে) বেলা নিৰ্ণয় কৰা ১২ আঙ্গুলীয়া এভাল কাঠী, a small stick 12 fingers long used for ascertaining the hour. . ( সৎ, শ–শ, পান্ত ঋৰ, তাৰ দ্বাৰা অৰ্ধ দি বা বাদ্য কৰি দেৱতাক শান্ত কৰা যায়, এতেকে ) এবিধ সাগৰৰ শামুক, a comch shell. শচী, স. শ. ইন্দ্ৰৰ ভাৰ্যা, the wife of Indra. শীপতি, স, শ, ইন্দ্ৰ, India, শটবটু, স. শ. (সং. শঠ, দুষ্ট+বট, অনুব্ধ. } দুষ্টৰ দৰে মুখেৰে দেখোৱা বন্ধু, কপট প্ৰণয়, false friendship. শটুকটা, অ. ধা. মনত আন ভাব ৰাখি মুখেৰে বন্ধুত দেখ, to profess friend- ship falsely. শটুটীয়া, বি. মুখেৰে ৰন্ধুতা দেখোৱা, xo- fessing friendship falsely. শঠ, স. শ. (সং, শঠ-শঠ, বঞ্চনা ক। বঞ্চক, ফাকি দিওঁল; দুৰ্জন, a cheat, a roghe. শঠতা, গু. শ. { সং.) দুষ্টালি, বঞ্চকৰ স্বভাৱ 4, wickedness, dishonesty. শঠা-মিত্ৰ, স. শ. (সং. শঠ মিত্ৰ, দুষ্ট বন্ধু ) মিছা বন্ধু, কপটীয়া বন্ধু, a false friend, শ, স. শ. {সং. শণ-শণু, দান কৰ; ৰূঢ়ি শব্দ) পাটৰ নিচিনা স্মৃত হোৱা এবিধ গছ; তাৰ সূতা, hemp or flas, its fibre, শত, সংখ্যা (সং. শত, ৰূঢ়ি শব্দ) এশ, পাঁচ কুৰি, a hundred. শতী, স. শ. {সং. শভগ্নী--শত, এশ + হন, বধ ক, অনেকক বধে, এতেকে। ভিতৰত বহু ডোকা অস্ত্ৰ ভৰোৱা এবিধ চুঙ্গা, ভাক প্ৰহাৰ কৰিলে সি শক্ৰৰ মাজত ফুটি অনেক বধ কৰে; শোৰ চোকা কাইট লপোৱা এডোখৰ শিল, সি শত্ৰুৰ মাজত পৰি অনেকক বধ কৰে, the ancient Indian rocket. পক্ষ, স. শ. {স শহঞ্জ- শত এশ+ক, শনিবা বৈ বা এশ ধাৰা হৈ বোৱা) হিমালয়ত উৎপন্ন, পঞ্জাব দেশৰ এখন নৈ, শত নদী, the river Sutlej. শতধা, ক্ৰি. বি. (সং, শতধা—শত, এশ+ধ, প্ৰকাৰে এশ বাৰ বা এশ প্ৰকাৰে; যেনে, শতধা পাঠ কৰিলে, one hundred times, in a hundred ways. শতভিষা, স, শ. (সং, শতভিষা--শত, এশা +ভিবঙ্গ, উপশম ক) পঁচিশ সংখাৰ নক্ষত্ৰ, তাত এশ ভৰা থাকে, tlie twenty- fifth of the lunar mansious con- sisting of ove hundred stars. শভসহ, সখ্য, এশ হাজাৰ, এক লাখ, hundred thousand. শতিকা, স. শ. (সং. শতিক, এশ সম্বন্ধীয়। একৰ পৰা এশলৈকে বছৰৰ মুঠ, a century. শতমূল, স. শ. (সং, শতমূলী, এবিধ ক্ষুদ্ৰ গছ। বহুত শিপা ধৰা এবিধ ক্ষুদ্ৰ গছ, a kind of medicinal shrub. শত্ৰু, স. শ. (সং. শত্ৰু-—শ, নিক্ষেপ কৰ) অপকাৰী লোক, বৈৰী, at etiemy, an adversary শত্ৰু শাল, শক হিংসা কৰু, পোটক তোল, to the revenged on an enemy, শত্ৰুতা, ৫. শ. (স.) বৈৰিত, বিৰোধ, enmity. . শনা, স. ধা (সং, শা, অৰ্থ ধৰোৱা স্বতন ) শানেৰে ঘঁহি চোকা ক, শান্ দি, to whet. শনি, স. শ. ( সং. শনি---শন, দান কৰ) সপ্তম গ্ৰহ; সপ্তাহৰ শেষ ৰাৰ, the planet Saturn, Saturday. শনিবৰীয়া, বি. (সং. শনিবাৰ, সপ্তাহৰ শেষ বাৰ) শনিবাৰে হোৱা, শনিবাৰৰ সম্বন্ধীয়, born or produced on, or relating to Saturday. শনিবাৰু, স. শ. (সং. শনিৱাৰ-শনি, এজনা গ্ৰহ ৱাৰ, দিন, শনি এই তাৰ গৰাকী, এতেকে) সপ্তাহৰ শেষ দিন, Saturday.