পৃষ্ঠা:হেমকোষ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আওটনি আউলু-আপচু আউলু-আ স শ (অং, আউল, ছিন্ন- ভিন্ন + আপচু, কু) আপদ-বিপদ; (শাও-দিয়া মাত) যেনে; অমুকে আউলু 795 face, misfortune (a form of curse). আউল-বাউল, বি. (অং, আউল, বিল +বাউল, অনুৰ) সানমিহলি-হোৱা, বিশৃঙ্খল; যেনে, চুলিবোৰ আউল- বাউল হল, deranged, confused, dishevelled. আও, ডা. অব্য, আশ্চৰ্য বুজোৱা মাতৃ; যেনে, আও! কি ভাঙ্গৰ হাতী! an ex- clamation of surprise. আও, উপস, (সৎ, “অ” উপসৰ্গৰ অপভ্ৰংশ, নীচ, মন্দ, বেয়া, নীচ, ওভোভা, বাওঁ, মন-নিদিয়া, ইত্যাদি a prefix imply. ing bad, base, contrary, &e. আওকচু, স্ব শ. (অ. আও, বেয়া+কচু, এবিধ গছ) বেয়া কচু, বমৰীয়া কচু. the wild arum, fq. , wicked. আওকঠীয়া, স. শ. (অ, আ, বেঙ্গা+ কঠীয়া, সঁচ) বেয়া সঁচ; বেয়া জাত; যেনে, আওকঠীয়াৰ জাত, base or low origin. . আওকঠীয়া, বি. (অং. আওকাঠ, বেয়া কাঠ) | বেয়া, কাঠেৰে সজা, made of bad wood. আওকণীয়া, বি. ( অৎ, আও, এফলীয়া+ কাণ, শুনা ইন্দ্ৰিয়) কাণ-নিদিয়া, আন ফাললৈ কাণ-কৰা, আওহেলা turn- ing away the ear, inattentive. আওকথা, স. শ. (অৎ, আও, বেয়া, ওতো +কথা, বাক্য) অসত কথা, অযুত

  • ), an unreasonable statement, an

inconsistent or contradictory state- ment. আওকণীয়া, বি. (অ. আও, অসঙ্গত+কথা, বাক্য) অন্যায় বা অসঙ্গ কথা কোৱা, udreasonable in speech. আওকাই, সশ.. (অ. আও, বেয়া কাঠ, কটা গছ) বেয়া কাঠ, সাৰ নথকা কাঠ bad or inferior wood:; * আওকাণ, স. শ. (অ- আও, নলগো কাণ, শুনা ইন্দ্ৰিয়) শুনিবৰ অনিচ্ছা, কাণ 244, the act of turning a deaf car, inattention. আওকাণ কৰ, মুশুনা ভাও ধৰ, অমনোযোগ ক (এই ধাতুৰ বিষয় বুজোৱা শব্দৰ চতুণী বিভক্তি হয়, যেনে, মোৰ কথালৈ তেওঁ আওকাণ কৰিলে, to turn a deaf ear, not to listen. আওকাল, স. শ. (অৎ. আও, বেয়া+ফাল, সময়) বেয়া সময়, অমুচিত সময়, অসময়; বেয়া বতৰ, inauspicious time, a bad season, unseasonable weather. আওকিল, স. শ. (অ, আ, বিমুখ+কিল, কিলা কুটিৰ আঘাত) পাচ ফাললৈ বা এফাললৈ মৰা কিল, allow struck with the elbow, backward or side- ways, . আওখটি, স. শ. (বং, আখুটি, শৰাৰ কেউৰ) জেউৰ, লৰাই কৰা আমনি; লৰাৰ ঠেং, fretfulness of children, a childish whim; vexation caused by a child. আওথটিক, আমনি কৰু, জেউৰ খৰ, to vex; to be fretful, as a child, আওখটীয়, বি. আওখটি-কৰা, মনিকৰা, corta-441, vexaticus, teasing, fretful or whimsical, as a child. আওখল স. বা. (সং. অৱক্ষালম, অলপকৈ ধোৱন) অলপকৈ খে, নহ-মাকৈ ধে (পাত্ৰত খাটে); যেনে, টোটো আওখা- force, to wash without rubbing, to slightly wash, to rinse. আওগৰীয়া, বি. (অং আও, এফাললৈ। গৰীয়া, বাগ ক্ৰমে এফাললৈ চাপ, এঢলীয়া, হলনীয়া, sloping, deelivous, gradually descending . আঘটনা, স. শ. (অআ, বেয়া+ ঘটনা, দৈৱাত হোৱা কথা) দুৰ্ঘটনা, নহব লগাত হোৱা ঘটনা, mishap, an unforeseen event. আওটনি, স. শ. চুৱা-পানি, জাবৰ পেলোলা