পৃষ্ঠা:হেমকোষ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আইচুদেউতা। আউলীয়া। CG মিহল; লাইফু-দেউতা, স. শ. (অং আই, মাতৃ+ আইচু-দেও, দেউতা, দেও, ডাঙ্গৰ লোকৰ উপাধি) বৰ সম্মান দেখোৱাত ব্যৱহৃত আহম-ডাঙ্গৰীয়াৰ বা আন বৰলোকৰ ঘৈণীৰ উপাধি, the title of an Aham or other married lady of high rank, ‘আইচু” চোৱা। আইটী, স. শ. { অং. আই+ট উপস.) মৰ- মেৰে মত ভাল লোকৰ ছোৱালীক Tratay ate a term of affection used in addressing or speaking of a girl. আইতা, স. শ. (অ, আই, মাতৃ + দেউতা, দেৱতা ) ওপৰৰ শ্ৰেণীৰ আহমবিলাকে

    • 713 word sal by the

Ahams of higher ranks in rudress- ing or speaking of their mothers, আই দেও, স. শ. (অং, আই, মাতৃ+দেও, ভাঙ্গৰ লোকৰ উপাধি) ৰজাৰ ৰা আন আহম-ডাঙ্গৰীয়াৰ বিবাহিতা বা অবিবাহিতা জীয়েকৰ উপাধি; আন ডাক্ষৰ লোকৰ জীয়েককে সম্মান দেখাৰ কাৰণ সেই উপাধি দিয়া যায়, a princess; the title of a married or unmarried daughter of an Aham nobleman; the danghters of other gentlemen of rank are also given that title out of compliment. আই-দেউতা, স.ম. (অ, আই, মাতৃ + দেউতা, দেৱতা ডাঙ্গৰ লোকৰ তিৰোতা, আই-দেও; ভাল লোকে মাকক মতা to, a word used in speaking of or aldressing a lady of a higl. rank; a word used by the people of higher classes in speaking or addressing their mothers. আইনত স, শ, এবিধ মাছ ধৰা ঘতন, a kind of fisła trap, ( $97.) আউট, স, শ. বা. (বং আওট, পাগ) ধাতু কাত দি পৰিষ্কাৰ কৰ; যেনে, সোণ আউটিলে শুদ্ধ হয়। পগা, পতাই ঘন কৰ; যেনে, গাখীৰ আউটিছে, to smelt; to thicken by boiling, as milk. আউটি, স. শ. (অং, আউঠি, কাপোৰৰ সঁতি) কোনো ঠাইৰ বিশেষ এফাল, ফাল, অঞ্চল, যেনে, আমাৰ আউটিত সকলে ভালে আছে, a particular quarter of a town or village. আউঠি, স. শ. পঁতি; ঘাইকৈ কাপোৰৰ দাতি; যেনে, চুৰিয়াৰ আউঠি ছিগে, side, the border of a clotlı. আউনী, স. শ(সং. অৱনী, মাটি, আউনী-পাণ, মাটিভ বগায়, এভাকে। এবিধ বনৰীয়া পাণ, a kind of wild creeper like the pan. আউল, স. শ.{ব. এলো, এলুয়া, বিশৃঙ্খল ) বিশৃঙ্খলা, যোট-পেট, লেট পেট, সান- যেনে, পুথি খানৰ আউল লাগিছে; দূতাৰ আউল লাগিল, le- rangement, a tangle fac ference stay deranged, tangled. আউল ভা, শৃঙ্খল কৰ; যেনে, পুথিৰ ৰা ofera of set utføts, to put in order, to arrange what is deranged. atua লাগ,বিশৃঙ্খল হ, to be doranged আউল লগ, বিশৃঙ্খল কৰু, to lenalige. আউল, স. বা. (অং) বিশৃঙ্খল কৰ, আউল 2957), to derange, tu disorder. আউলি-জাউলি, বি. (অং. আউলি, আউল, বিশৃঙ্খল +জাউলি,জাউল, অনুৰূ.) শোকত বকুল হৈ কাপোৰ চুলি-আদি-নেসামা, শোক বিহ্বল; যেনে, অমুকে আউলি- জাউলি হৈ কান্দিছে, ()vejavelmed, witli sorrow. (স্ত্ৰী) আউলী-জাউলী। আউলী-বাউলী, বি. (অ. আউলী, আউল , +বাউলী, বাতুলী, স্ত্ৰীলিঙ্গ) বলিয়াৰ নিচিনা হৈ কাপোৰ কানি এৰা; যেনে, অমুকী আউলী-বাউলী হৈ ফুৰিছে, mad or maniacal, distracted. (F) আউলীয়া, বি. { অং আউল, বিশৃঙ্খল). আউল-লগা, সানমিহলি-হোৱা; আঁত

  • 1, derrnycd, confused; tangled,