পৃষ্ঠা:হেমকোষ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আওঠাওলগ। আওবাৰ, আওপকীয়া, বি. (অ, আপাক, বিষম বা টান পাক) বৰকৈ পাকখোৱ বা জোট- গা; যেনে, আওপকীয়া বান্ধ; বেকা ভাৱে চলা; যেনে, আওপকীয়া মানুহ, complicated, tangled; not acting or talking in a straightforward manner, , ঠাই, গেৰেকনি, a place where filth and refuse are thrown. আওঠাওল, অ, ধা. (অং, আউঠি, কাপোৰৰ দাঁতি+ওল, সেৱা কৰ) অতি হীন ভাৱে আপৈচন ধৰ। বৰ হীন ভাৱে খাটু (যি শব্দেৰে সৈতে ইয়াৰ সম্পৰ্ক থাকে, তাৰ সম্বন্ধ কাৰক হয় }; যেনে, তেওঁৰ আওঠাওলগিও সন্তোষ লগাব catafacert, to perform very mcau service; to cringe. আওডল, স. বা. (স', আলোড়ন, সালন) পানীত বুৰাই অলপকৈ সঞ্চালিত কৰি বা লৰাই ধো, অলপকৈ ধো; যেনে, কাপোৰ opeutforce, to irash by putting under water and shaking, to wash slightly, অ, ধা পানীত কোনো বস্তু পেলাই অলপকৈ লৰা; যেনে, বাৰে বা হাতেৰে আওলি নাও চলাইছে, to slightly move anything to and fro in water, to dabble. আওডুবি, স. শ. (অং. আও, বৰ+ডুবি, কুঁঢ়) ডাঙ্গৰ ডুবি, বৰ দ কুঁঢ় a very deep place in a river. আওলীয়া, বি. (অং আও, এফাললৈ + ঢাল, পাৰ্শ্ব } এফাললৈ ঢাল-লোৱা; যেনে, বৰষুণজাক আওলীয়া হৈ গল; একতীয়া, এবৰীয়া; যেনে, নাওখান আও- ঢলীয়া হৈছে;, একালে চাপ, আও- গৰীয়া; যেনে, চোতালখান আওলীয়া, lapsided, leaning on one side; sloping, declivous. আওলীয়াকৈ,ক্ৰি. বি. একতীয়াকৈ, a slant. আওটালে, ক্ৰি. বি. বেয়া ফালে, যি ফলে • হব লাগে সেইফালে নহৈ আন ফালে; যেনে, গহু লে আওটালে পৰিল, on a wrong side, (said of dying). আওমাআউনি, স. শঅৰিয়াঅৰি, বগিয়া- বগি; টনাটনি, emulation, rivalry; a mutual struggle, the act of dragging one another. আও, “অন্ধ” ছোৱা। আপা, স, শ. (অ, আ, বিষম বা টান +পাক, মেৰ) সূত। আদিৰ বৰ টান - বিষম পাক, এৰুৱাব নোৱৰা মে; বিষম লেঠা; যেনে, অমুক আওকত পৰিছে, entanglement of threadl, &c., comp- lication of matters. আওফাল স. শ. (অং. আও, বিপৰীত+ কাল, দিশ) ভাল বা উপযুক্ত ফালৰ বিপৰীত কাল, বাওঁফাল, আচল ফাল, the wrong side, the left side. আওফালে, ক্ৰি. বি. বেয়া-ফালে, যি ফালে হলে ভাল, তাতকৈ আনফালে; যেনে, বৰষুণজাক আওফালে গল; বাওঁফালে; যেনে, জৰীডাল আওফালে টানিছে, in the wrong side, on the left side. আওবৰীয়া, বি. (অৎ, আও, অশুভ + বাৰ, সপ্তাহৰ এদিন) বেয়া বাৰৰ বা বেয়া at atay, born or produced on an inauspicious day. আওবাট, স. শ. (অং, আও, বেয়া বা অনুপযুক্ত। বাট, পথ, বেয়া বাট; আচল বাটতকৈ আন বাট; এতেকে, বেয়া ৰীতি, a bad or wrong way; evil carise, wrong mode of action or conduct. আওকাটে, ক্ৰি. বি. বেয়া-বাটে; যিটো বাটে দি যলৈ যাব পাৰি, তাতকৈ আন এটা বাটে, বেয়া ৰীতিৰে, by a bad or wrong way; in an evil course of mode of action. আওবাৰু, স. শ. (অ, আ, বেয়া+ বাৰ, সপ্তাহৰ এদিন) বেয়া বা অশুভ বাৰ; যি বাৰ যি কামৰ নিমিত্তে ভাল, ভাতকৈ estar ata, an inauspicious day;