পৃষ্ঠা:হেমকোষ.pdf/৮৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰান্ধনি-ঘৰু, ৰান্ধনি-ঘৰ, স. শ. ভাত ৰন্ধ। ঘৰ, ৰান্ধনি y, a cook-room. ৰান্ধনি-শাল, স. শ. ( স. ৰন্ধনশালা, ৰান্ধনি-ঘৰ) ভাত ৰন্ধা ঘৰ, আখল, a kitchen, a cook-room. বাপু, স. শ. (সং. ৰাগ, অনুৰাগ ) স্পৃহা, অনুৰাগ, ৰতি; যেনে, সেই বস্তুত তাৰ বাপ নাই; মনোযোগ; যেনে, পঢ়াত বাপ নহলে বিদ্যা নহয়, attachment, fondness, attention বাবা, স. *. (অং. ৰা, শব্দ। বা, বতাহ, শব্দ আৰু বায়ু) জেঙ্গা, জঞ্জাল, চিন্তা, ভাৱনা; যেনে, তামাক এই কথাৰ ৰা-ব নেপায়, responsibility, care, anxiety. ৰ-বাহ, স. শ. (সং, ৰাজা, ৰজা+ অ, বাঁহ, এবিধ তৃণ ) ধূমেৰে খুলিবৰ বা চমটাৰে কোবাবৰ আজ্ঞা পোৱা জগৰী- যাক পিঠি ওপৰ কৰি মাটিত পেলাই তাৰ গাত পথালিকৈ দি হেচি ধৰা বহ, the bamboo laid across a criminal ordered to be logged axl latidl flat on the ground with the face down- svarls in order to prevent him from moving or shaking lois body. বা, স, শ, (সং, ৰামৰম্, আনন্দিত কৰ, যোগী সকলৰ মনক আনন্দিত কৰে, এতেকে বিষ্ণু; তেওঁৰ অৱতাৰ এই কাৰণ, জমদগ্নিৰ পুতেক পৰশুৰাম, দশৰথৰ পুভেক ৰামচন্দ্ৰ; কৃষ্ণৰ ককায়েক কলম, Ramn or Ramachantra, the seventh incarnation of Vishnu. ৰামায়ণু, স, শ, {স, ৰামায়ণৰাম, ৰাম- চন্দ্ৰ+ অয়ন, নিবাসৰ ঠাই) ৰামচন্দ্ৰৰ জন্ম আৰু কাৰ্যবিলাকৰ বৰ্ণনা কৰি বাল্মী- কিয়ে ৰচনা কৰা এখন পুথি, the first of the Sanskrit epies describing the adventures of Ramachandra. কলা, স. শ. (সং. ৰামৰম্ভ, এবিধ কলা গছ---ৰাম, ৰং লগোৱা + কলা, এবিধ গছ) এবিধ কলগছ, a kind of plan- taio tree, 52 চন্দ্ৰ, স. শ. (সং.) দশৰথৰ পুতেক, ৰামৰ নাম, a name of Rama, son of Dasaratha. ৰাম্-জখলা, স. শ. এবিধ গাত অনেক ধোপ নিচিনা ভাজ থকা লতা (ৰামচন্দ্ৰই স্বৰ্গলৈ উঠোঁতে ভাবে জখলা কৰিছিল বুলি ইতৰ মানুহে কয়, এতেকে সেই নাম), a kind of creeper. ৰা-তাল, স. শ. (সং. ৰাম, ৰামচন্দ্ৰ +ভাল, এবিধ বাদ্য; বৰাগীয়ে তাক বজাই ৰামৰ নাম লয়, এতেকে) হাতে পতি দুটা লৈ বুজোৱা চাৰি চটা বাঁহৰ এবিধ খাদ্য, কৰল, তাক কোনোৱে এহাতে দুটো মাথোন লৈও বজায়, & kind of musical instrument made of four or two pieces of split bamboo. ৰাতুলসী, স. শ. এবিধ তুলসীৰ নিচিনা 15, a kind of basil. Ocymuit gratissimvit. (Hanyhton). ৰা-নৱমী, স, শ, (সং. ৰামনৱমীম, ৰামচন্দ্ৰ + নৱমী, এক তিথি; সেই দিন ৰামচন্দ্ৰ উপজিছিল, এতেকে সেই নাম। চত মাহৰ শুক্লা নৱমী তিথি, the nintli lunar «lay of the bright lalf of. Chait on which Rama was born. ৰা-পাৰ, স, শ. এবিধ পানীত চৰা চৰাই; ( ভকতীয়া মাত} কুকুৰা, a kind of aquatic bird, ৰাম-শিয়াল, স. শ. এবিধ নোমাল নেজেৰে সৰু শিয়াল, a fox. কাম.। বায়ত্ব, স. শ. (যাৎ ৰৈয়ত প্ৰজা, ৰজাৰ অধীন মানুহ, a subject, a govern- ment tenant. ৰাৱ, সশ, (সৃৎ, ৰাৱ-ৰু, শব্দ ক) শব্দ, মাত, a sound. ৰাৱণ, স. শ. ৰামচন্দ্ৰে বধ কৰা লঙ্কাৰ ৰাসৰ 151, the king of Lanka or Ceylon, killed by Rana. ৰাৱণাৰি, স. শ. (সং. ৰাৱনাৰি-ৰাৱা, ঐ+ অৰি, শ} ৰামচন্দ্ৰ, Raza, ৰাশল, স. শ. এবিধ মাছ, a kind of fish,