পৃষ্ঠা:হেমকোষ.pdf/৮৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাশি এবিধ দেৱতাৰ শত্ৰু উপদেৱতা; যেনে, ৰাৱণ আদি; মানুহৰ মঙ্গহ খোৱা বন- ৰীয়া মানুহ; ভাল বেয়াৰ বিচাৰ নকৰাকৈ পেটে ধৰে মানে খোৱা মানুহ, a 'Titan, a cannibal, a glutton, a gormand. (স্ত্ৰী) ৰাক্ষসী। ৰাক্ষসে, স, শ, {স ৰাক্ষসে-ৰাক্ষস, উপদেৱতা+ইন্দ্ৰ, প্ৰধান) ৰাক্ষসৰ ৰজা, 24*, Rarunit. ৰিং, স. শ. মানুহ ম বৰ উচ্চ মাত, উকি; ette, a loud call, a scream, বিং মাৰ, চিঞৰি মানুহক মা, to call out loudly. বিং আটা, স, শ, পীড়াৰ নিমিত্তে মৰা চিঞৰ, উচ্চ কেঁকনি, loud scream of paio. . ৰাশি, স. শ, { সৎ- ৰাশিৰাশ, ব্যাপ্ত হ}। সমূহ, দম; মেষ, বৃষ আদি বাটা চিনৰ 261ti, a heap, a quantity, a sign of the Zodine, বাশিচক্ৰ, স. শ. (সং. ৰাশি, মেয়াদি+ চক, মগুল } শিবিলাকৰ মণ্ডল, the Zodia. ৰা,। স. শ. (সং. ৰাসৰস, আদি ৰাস-ক্ৰীড়া, ৰস) বৃন্দাবনত কৃষ্ণই গোপী- বলাকেৰে সৈতে কৰা আদি ৰসৰ ক্ৰীড়া, the amorous sport of Krishna with the milkmails of Trimiarauu. ৰাস্ত্ৰ, স, শ, সৎ বাসযাত্ৰাস, ঐ + যাত্ৰা, উৎসৱ) কাতিৰ পূৰ্ণিমা কৃষ্ণৰ ৰাস-ক্ৰীড়াৰ উপলক্ষে পূজা আৰু নাচ, গান ইত্যাদি, a festival in honor of Kmshwa on the full moon 1 of Kartic. হাক্, বি. প্ৰচুৰ, অধিক, plentifil, (কাম.} বাহাককৈ, ক্ৰি. বি. অধিককৈ, plentifully. ৰাহি, স. শ. (সং. ৰালি, মেষাদি) মেব আদি বাট। সূৰ্যৰ ঘৰ, a sign of Zodiac. ৰাহি আহ্, জোৰ মিল, এতেকে মন মিল, to agree like the horoscopes of brirle and bridegroom). নাহি, বি. (সং ৰাশি, সমুহ) খৰচ নন- হোৱাকৈ থকা, সঞ্চিত হোৱা; যেনে, পাঁচ 1747 pa, accumulatel, savel. ৰাহিয়াল, বি. ৰাহি কৰা, সঁচতীয়া, সঁচা; যেনে, বাহিয়াল লোক ষ্ট্ৰে চহকী হয়; এতেকে ধনী, চহকী, srvaning, frugal, rich, , prosperous. বাহু, স. শ. (সং. ৰাইৰহ, ত্যাগ ক চন্দ্ৰ, সূৰ্যক গ্ৰাস কৰিব খুজি ত্যাগ কৰে } হিন্দু জ্যোতিষৰ মতে এটা গ্ৰহ, the ascending node, or the Dragon's lient. ‘কেতু” চোৰ। ৰাহগ্ৰস্ত, বি. (সং. ৰাহুগ্ৰহ, ঐ + গ্ৰ, গিল) ৰাহুৰে গিলা বা আচ্ছাদন কৰা, ৰাহুৱে ঢাকা ( চন্দ্ৰ সূৰ্য্য, feelipsex, ৰাক্ষ, স, শ. (সং. ৰাক্ষস, ৰক্ষা পা; তাৰ পৰা ৰক্ষা বিচাৰিব লাগে, এভেকে। বিৰিঙ্গীয়া, বি. (অং. বিঙ্গা, পাল গহীন নোহোৱা, মানুহ কম হোৱাৰ কাৰণ পাতল বোধ হোৱা; যেনে, আলহীবিলাক গলত ঘৰটা বিংবিঙ্গীয়া হল; উচ্চ বা গলগলীয় নোহোৱা; যেনে, ৰিংৰিীয়া মাত; উজ্জ্বলিত নোহোৰ (বৰণত খাটে); যেনে, বিৰিঙ্গীয়া মহী, lonely attl silent, as a house, not loudl or sonorous, rale, as a colour. বিকাপি, স. শ. ( যা, ৰিকাবি, পাত্ৰ) ধোৱা খোৱাৰ আধাৰ, a support for the huka. বিকাপি, স. শ. (যাং. বিকাৰ) ঘোৰাত উঠোৰ ভৰিৰ আধাৰ, a stirrur. ৰিক্ত, বি. (সং. ৰিক্ত-বি, মল ত্যাগ কৰি পেট খালি ক) শূন্য, শুদা, উদ, empty তিক্ততা, ও, শ. শূন্য, খালী হোৱা অৱস্থা, einptiness. বিঙ্গা, বি. মানুহ কমাত পাতল বোধ হোৱা, গহীন নোহোৱা; যেনে, গৃহস্থ নথকা ঘৰ বিঙ্গ; গগলীয়া নোহোৱা, পাতল; যেনে, ৰিজ মাত; বৰ উজ্জ্বলিত নোহোৱা (বৰণত খাটে}; যেনে, বিঙ্গা মহী, lonely and silent, not loud, pale.