পৃষ্ঠা:হেমকোষ.pdf/৮৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজলক্ষণ। ভ্ৰষ্ট, নষ্ট) ৰাজ্য হেৰুওৱা, ৰজা ভগ, dethroned, deposed. ৰাজ্বলক্ষণ, স. শ (সং ৰাজন, জা+ লক্ষণ, চিন) ৰজাৰ বা ৰজা হব লগীয়া লোকৰ গাত থকা স্বাভাৱিক চিন; যেনে, তেওঁৰ গাত ৰাজলক্ষণ আছে, any natural mark indicating royalty. লক্ষ্মী, “ৰাজলক্ষ্মী চোৱা। ৰা-শস, স. শ. (সং. বজ্যশাসন, প্ৰজা পালন) নিয়মৰ দৰে দুষ্টক দমন আৰু সন্তক পালন কৰা কাৰ্য, the ad of administering or morerning a comtry, sway. বাজুসভা, স. শ. (সং. ৰা, ৰজা সভা, সমাজ) ৰজাৰ সভা, ৰজাৰ ৰৰ চৰা, ৰাজ্যৰ কাম কৰিবলৈ একে ঠাইতে বহা ৰজা আৰু পাত্ৰ মন্ত্ৰী আদি, a eaut, or {{১tincil. ৰা হ'স, স. শ. (স. ৰাজহংসজন্, ৰজা + হংস; হাই জাতিৰ প্ৰধান, এতেকে) ৰঙ্গা ঠে; আৰু ঠোটেৰে বগা গাৰে এবিধ বনৰীয়া হাঁহ, ৰাজহাহ; fosate, a white goose with red legs and bill, an orslinary gouse. ৰাজ্বহাই, স. শ. (সৎ, ৰাজহংস, ঐ) এবিধ ডাজৰ জাতিৰ হাঁহ (বনৰীয়া বা ঘৰ- Bird), a goose ( wild or tame ). অজুহাড়, স. শ. {সং. ৰাজা, প্ৰধান+হাড়, অস্থি) পিঠিৰ থিয় ঘাই হাৰ, the back bone, the spine. ৰাতি, স. শ(সং. ৰাত্ৰি, নিশা) নিশা, সূৰ্য্য মাৰ যোৱাৰ পৰা আকও ওলোৱ- লৈকে কাল, night. ৰাতি, স. শ. (সং. ৰক্তিকা, এটা লাতুৰ মণিৰ সমান গধূৰ) এটা লাতুৰ মণিৰ সমান গধুৰৰ জোখ, এক অনাৰ ছ ভাগৰ 4975, one-sixth of an anna in weight. ৰাতিপুৱা, স. শ. (অং, ৰাতি, নিশা+ পুৰা, প্ৰভা) পুৱা বেলা, প্ৰাত কাল, niorning, ৰান্ধনি। ৰাতিপুৱাই, ক্ৰি. বি. নিচেই পুৱাতে, early in the morning. তু, বি. (সং. ৰক্ত, ৰা) বঙ্গা, red. ৰাত্ৰি, স. শ. (সং. ৰাত্ৰি, দান কৰ, বিশ্ৰাম দিয়ে, এতেকে) বাতি, নিশা, night, ৰাতৃমাল, স, শ, লৰাৰ মূৰত হোৱা এবিধ খহু বা ঘ, a kind of soro on the lead of a child. ৰাত্ৰি-চ, স. শ. (সং, ৰাত্ৰিৰ - ৱি, ৰাতি + চৰ, গতি কৰ, ৰাতি ফুৰে, এতেকে) ভূত, প্ৰেত, ৰাক্ষস, চোৰ, a ghost, yubolin, a demon, a thicf. fa. te ওলাই ফুৰা; ৰাতি আহাৰ বিচৰা, going about at night, nocturnal, ৰাত্ৰি-জাগৰণু, কদ, স. (সং. ৰাত্ৰিজাগৰণ~- ৰাত্ৰি, নিশা + জাগৰণ, সাৰে থকা) ৰাতি tra e PrŐ, the act of sitting up at night, vigilana. ৰাধা, স. শ. কৃষ্ণৰ বৰ প্ৰিয় এজনা গোপীৰ 077-7, the name of a cowherless, the favonrito mistress of Krishna. বাধাকান্ত, স, শ, সং, ৰাধাকান্ত--ৰাধা, ঐ+ কান্ত, স্বামী) কৃষ্ণ, Krishna, ৰাধানাথ, স. শ. (স’ ৰাধানাথ—ৰাধা, ঐ+নাথ, স্বামী কৃষ্ণ, Krishna, ৰাধিকা, স. শ. “ধ” চোৰ। ৰাধেয়, স. শ. (সং. } ৰাধাৰ পুত্ৰ, কৰ্ণ, ( কৰ্ণৰ জন্মৰ পাচত কুস্তিয়ে তেওঁক পৰি- ত্যাগ কৰিলত ধৃতৰাষ্ট্ৰৰ সাৰথিৰ ভাৰ্য্যা ৰাধাই তেওঁক ভুলি লয়, এতেকে সেই to), a name of Karpa, a hero of the Mahabharata. বন্ধু, স, ধ, (সং, ৰন্ধন; পাক কৰা কাৰ্য-Kuldhar Rabha (talk) ৰধ, পাক কৰ) খাবৰ নিমিত্তে সিজা, সিদ্ধ কৰ, পাক কৰ, to cook. ৰাদ্ধঢ়, কদ, স, খোৱা বস্তু সিজোৱা আৰু পাতত বাঢ়ি দিয়া কাৰ্য্য, the act of cooking and serving up food. ৰান্ধনি, স, শ, বান্ধোতা, পাক কৰো, 67278, a man who cooks, & male cook. (স্ত্ৰী) ৰান্ধনী।