পৃষ্ঠা:হেমকোষ.pdf/৮৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮০৫ টন worldly coveting, pride, sensuality, &c., dust, চু, স, শ, (সং. ৰজক--ৰঞ্জ, বৰ লগ; কাপোৰৰ বৰণ উলিয়ায়, এতেকে) ধোবা, a washerman. ৰজ, স. শ. {সং. ৰজত-ৰঞ্জ, বৰণ লগা, চকমকায়, এতেকে) ৰূপ, এবিধ বগা মূলাৱা ধাতু, silver, ৰজনী, স. শ. (সং. ৰজনীৰঞ্জ, বৰণ লগা, দশে দিশ কল কৰে) ৰাতি, night, ৰজনীচৰ, স. শ. (সং. ৰজনীৰৰজনী, ঐ + চৰ, গতি কৰো; ৰাতি ওলাই ফুৰে, এতেকে) ভূত, পিশাচ, ৰাক্ষস, a goblin, , ghost, a demon. ff. qft ওলাই ফুৰা, ৰাতি আহাৰ বিচৰা; যেনে, ৰজনীচৰ জন্তু, jocturial, going about at niglit. ৰজনীনাথ, স. শ. (সং. বজনীনাথৰজনী, ঐ + নাথ, গৰাকী) জোন, চন্দ্ৰ, the moon. ৰজনীপতি, স. শ. (সং. ৰজনীপতি-ৰজনী, ঐ + পতি, স্বামী) জোন, চন্দ্ৰ, the moon, ৰজন্জনা, বি. (ৰাজ্যে জনা} প্ৰখ্যাত, প্ৰৌঢ়ী, সকলোৱে জনা; যেনে, কথাটো ৰজনজনা হল, brutited abroad, macle public. জঃ, স, শ, (সং. বজ-~-ৰঞ্জ, বৰণ জ, গা) তিৰোতাৰ মাসিক স্ৰৰ; বজো গুণ, অহঙ্কাৰ আৰু সংসাৰৰ সুখৰ অভিলাষ জন্মোৱা ঋণ, the menstrual discharge, that inherent quality of human beings which produces worldly covoting, seusuality, pride, &c. জস্বলা, বি. (সং. ৰজম্বলজ, মাসিক আৱ ) ঋতুমতী, মাসিক আৱ হোৱা, menstruous. স. শ. ঋতুমতী তিনোত, a woman in her monthly courses. ৰজা, স. শ. (সং. ৰাজা, ভূপতি) ৰাজা, দেশৰ গৰাকী, a king. ৰজা, স. . (অৎ, বন্ধু, উপযুক্ত হ) উপযুক্ত কৰ, উচিত কৰ, সঙ্গত কৰ, to cause to be suitable to or consistent with. ৰজোগুণ, স. শ. (সং. ৰজোগুণ-জ, সংসাৰৰ সুখৰ ইচ্ছা আদি+ গুণ, স্বভাৱ বা ধৰ্ম) ৰাজসিক গুণ, ইন্দ্ৰিয়ৰ সুখৰ ইচ্ছা আৰু অহঙ্কাৰ আদি জমোৱা গুণ, the inherent quality in humanity, which produces covetousness, &c. ৰজাদৰ্শন, স. শ. (সং. বজোদৰ্শন-জ, মাহেকীয়া সাৱ+দৰ্শন, দৃষ্টি) তিবোৰ

  • , the appearance of catumenia.

ৰজোনিবৃত্তি, স. শ. (স. ৰজোনিবৃত্তি, ৰজঃ, মাসিক স্ৰৱ + নিত্তি, ক্ষান্তি ) তিৰোতাৰ মাসিক স্ৰাৱৰ ক্ষান্তি (গুচল), cessation of menses. জোবন্ধু, স, শ, (সং. জোবন্ধ-জ+ বন্ধ, আটক) তিৰোতাৰ মাসিক স্ৰাৰ বন্ধ হোৱ পীড়া, (lysmenorrhara. ৰঞ্জ, স. দাস, বঙ্গ, বৰণ লগা বৰণ লগা, চিত্ৰ কৰ, বৰ্ণৰ দ্বাৰা শাভিত কৰ; আনন্দৰ দ্বাৰা মোহিত কৰ, to color, to paint, to delight. ৰঞ্জ, কদ, স. (সং. ৰঞ্জন, বৰণ লগা } বৰণ লগোৱা কাৰ্য; আনন্দ দিয়া কাৰ্য্য; আনন্দ দিওঁতা, the act of painting or delighting, a delighter, one who gives pleasure. ৰঞ্জিত, কৃদ. বি. (স.) বৰণ লগোৱা, বৰ্ণৰ দ্বাৰা শশাভিত; আনন্দিত, colored, delighted. . অ ধা, (সং, ৰট, কথা ক) কাউৰীয়ে শুভাশুভ বুজোৱাৰ দৰে বিশেষ এক প্ৰকাৰৰ শব্দ ক; যেনে, কাউৰীজনীয়ে ৰটিছে; কাউৰীৰ দৰে উচ্চ শব্দ কৰ; যেনে, কাউৰীয়ে ৰটে, to eaw as a crow, to predict ill or well. 4. 44. প্ৰকাশ কৰ, ব্যক্ত কৰু, কৈ ফুৰ (দুৰ্য্যশত খাটে); যেনে, লোকৰ দুনাম নৰটিবা, to traducc, to publish ill repute. ৰট, কদ, স. { অং. টু, দুৰ্য্যশ ক) দুশ