পৃষ্ঠা:হেমকোষ.pdf/৮২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শালা ৮৪ ৰ শালা, স. শ. {সং. শালা - ৰঙ্গ, আনন্দ + শাল, ঘৰ) গান বাদ্য কৰা ঘৰ, নাচ ঘৰ, ভাৱনা দেখোৱা ঘৰ, ৰং- ঘ, ডাঙ্গৰ লোকে জন্তুৰ বা মানুহৰ যুঁজ লগাই ৰং কৰা ঘৰ, , hotte uliette music or singing is carried on. অসমীয়াত এই শব্দ “ৰঙ্গশা” এনেও হয়; যেনে, “পশি বঙ্গশাল বধিলা গোপাল।” শঙ্কব। ৰা(-), বি. (সং, ৰঙ্গ, বৰণ; কং, ৰাঙ্গা, হেঙুলীয়া) তেজ-বৰণীয়া, হেঙুলীয়া, real, crimson. স. শ. ৰঙ্গা বৰণ, led tofit, ৰঙ্গা অং-৬), স, শ, { অং. বঙ্গা, ঐ + আলু, এবিধ মূল } এবিধ ৰঙ্গা বৰণীয়। সোৱাদ কেঁচাই খোৱা মূল, talkind of sweet yarn of a dull red color. ৰা কাই(-ও-), স. শ. (অং. বঙ্গা, হে- লীয়া+কাঠ, গছৰ এক ভাগ। এবিধ ৰঙ্গা বৰণ্টয়া চন্দন কাঠ, eal saintial wood. বঙ্গ-চঙ্গা(--), বি. ৰ চঙ্গীয়, বিবিধ বনণীয়া, চিত্ৰবিচিত্ৰ, decorate with many colors, slowy: বঙ্গলি( --), বি. (অং. বঙ্গা, তেজ বৰ্ণীয়।) জ্যোতিৰ্ময়, বৰ জুইৰ দৰে illuminated by many lamps or a huge tire. ৰঙ্গিয়াল-ঙি), বি. ( অং. ৰং, আনন্দ ৰঙ্গুৱা--), ধেমেলীয়া, আমোদী; ৰং লগোৱা, আনন্দজনক, sportive, jolly, playful, gladdeniny, cheering, pleasing ছ, স. বা. (সং ৰ নিৰ্মাণ কৰ} , নিৰ্মাণ কৰ; ঘাইকৈ ভণু, গদ্য বা পদ্য কৰ, পুথি প্ৰস্তুত কৰ; যেনে, “ শঙ্কৰে ৰচিলা কি বোল ৰাম ৰাম, construct, to compose, to make a book, চ, স. শ. {সৎ, চক-~-বচ, নিৰ্মাণ ক) নিৰ্মাণকৰ্ত্তা, ৰচনা কৰোতা, পুথি কৰোতা, a maker, an author. ৰচকী, স. শ. (সৎ, ৰ, সাজু) গা সজাই বা ধুন মাৰি ফুৰা তিৰোতা, পুৰুষৰ মন আকৰ্ষণ কৰিবলৈ মনৰ ভাব আৰু গাব ভঙ্গি দেখাই ফুৰা ভিৰী, a ray light- minded woman. বি. ধুন মাৰি গা ঘেলাই ফুৰা, চঞ্চলা (স্ত্ৰী); যেনে, ৰচকী তিৰীত বিশ্বাস নাই, gay, light- minded ( Feni. }. চক্-পচ, স. শ. ধুন মাৰি গা-দেখোৱা আচবণ বা কাৰ্য, vain or light ananmc. ৰচপা(-1), চিত্ৰ বিচিত্ৰ, showy. ৰচন, কুদ, স. {সং. ৰচন-বধূ, নিৰ্মাণ কৰ) নিৰ্ম্মাণ, পুথি কৰা কাৰ্য, the act of constructing or composing, ৰচনা, স, শ, লিখা গদ্য বা পদ্য; যেনে, ছাতৰে ৰচনা কৰে; উৎসৱ ঘৰৰ সম্মু- থত ওলমাই দিয়া ফল-ফুল-মালা আদি; যেনে, বিয়া-ঘৰৰ বচন ভাল হৈছে, a literary composition, at essay, Farlands, &ư., suspended at the loor of the house on any joyous occasion. চিত, কদ. বি. (সং, ৰচিত-চু, নিৰ্মাণ ক) নিৰ্মিত, সজা, ৰচনা কৰা, ভণিত, fafere, made, composed, written. চি, স, শ. ( ই. বিছিট) কোনো বস্তু পোৱাৰ কথা লিখা কাকত, receipt. . বজু, অ, ধা. (সৎ, বাজু, শোভা পা) শুৱা, মানী হ, উপযুক্ত হ; উচিত হ, সঙ্গত হ ( এই ধাতুৰ ক্ৰিয়াৰে সম্বন্ধ থকা শব্দৰ অধিকৰণ কাৰক হয়); যেনে, বঁৰ লোকৰ আচৰণ সামান্য নৰজে, to be suitable, to become, to be consis. tent with. . স, শ, সৎ, বঙ্গম্ - ৰ বৰণ ৰঙ্গ, গ) ৰাজসিক , অংকাৰ আৰু সংসাৰৰ সুখ সন্তোষৰ বা গোৱা গুণ; ধূলি, that inherent quality of human beivgs which produces | a }