পৃষ্ঠা:হেমকোষ.pdf/৮৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰটনা ৰতি যেনে, ৰণুৱা জাহাজ, martial, pet- taining to war. ৰ-ঘোঁৰা, স. শ. হিলৈৰ টুপ ফুটোৱা ঘোঁৰাৰ মুখৰ নিচিনা অলপ বেঁকা লল, the cock or hanımer of a tnusket. ৰণু-জননি, স. শ. (অং. ৰণ-জনা) আঘাত পোৱা ধাতুৰ পাত্ৰ বা জোকাৰ খোৱা অলঙ্কৰিব শব্দ, the soumal of orna- ments or metallic vessels. ৰণুজন, অ, ধ, (অ. ৰণক জনকু, অলঙ্কাৰৰ শব্দ } টিং কবি উই, জোকাৰ খোৱা অলঙ্কাৰ বা আঘাত পোৱা কঁহী বাটি আদিৰ দৰে শব্দ কণ; যেনে, ৰান্ধনি ঘৰত কঁহী বাটিয়ে ণজনাইছে; আঘাত লগা ভাম পিতলৰ শব্দেৰ পূৰ্ণ হ, থলক লগ; যেনে, কাহীবিলাক পৰিলত ঘৰটো ৰণজনাই গল, to tikle as Ornaments metallic vessels. ৰজনীয়, বি. আঘাত লাগিলে টি কৰি উঠা, ধাতুৰ পাত্ৰৰ নিচিনা শব্দ কৰা, (1* প্ৰকাশ কৰণ, tie act of speaking ill of another. ৰটনা, স. শ. লোকৰ গ্লানি প্ৰকাশ, দুৰ্য্যশ টনি, কথন, the polication, hy word of mouth of a libel. টন্তী, স. শ. এস. টন্তী~-টু, কথা ক; সেই দিন নৈবিলাকে পাপীবোৰক প্ৰাতঃ স্নান কৰিবলৈ ৰিঙ্গিয়াই মাতে, এতেকে। মাঘৰ কৃষ্ণা চতুৰ্দ, the fourteenth of the dark half of the month of Magh. ৰণু, স, শ, (সং. বৰ্ণ, শব্দ কৰ, অস্ত্ৰ শস্ত্ৰৰ মহা শব্দ হয়, এতেকে) যুদ্ধ, সংগ্ৰাম, a mar, a battle. ৰণক-জন, অনুক, জোকাৰ খোৱা হালঙ্কাৰৰ

  • 7, an imitative sound used to

express that of tinkliug or jingling of ornaments. ৰণচণ্ডী, স. শ. (সং. ৰণচণ্ডী--বণ, যুদ্ধ + চণ্ডী, দুৰ্গা। মহিষাসুৰে সৈতে ৰণ কৰোতে দুৰ্গাই ধৰা এক ৰূপ; বন গঙ্গাল fecatoy, a name or form of Durga, a furious woman. বণ-পণ্ডি, স. শ. (মৃ. ৰণপণ্ডিত-বণ. যুদ্ধ + পণ্ডিত, বিদ্বান্) বণত বৰ পাৰ্গত লোক, বৰ ৰণুৱা, a great varior, ৰণ-প্ৰিয়, বি. (সং. বণপ্ৰিয়-~-ৰণ, ঐ+প্ৰিয়, ভাল পোৱা) যুদ্ধত বত, যুঁজাৰু, সাহসী, warlikc. , ৰণ-মও, বি. (সং, বণমত্তৰণ, ঐ+ মত্ত, বলিয়া) যুদ্ধত ব্যস্ত হোৱাত হিতাহিতৰ জ্ঞান নথকা বা অত্যন্ত নিষ্ঠুৰ হোৱা, Furiously engaged in war. ৰণ-বাদ্য, স. শ. (সং. ৰণৱাদ্য—ণ, যুদ্ধ। বাদ্য, বজোৱা যত্ন ) যুদ্ধত বজোৱা যন্ত্ৰ বা বাজনা, military or snartial music. ৰণুৱা, স. শ. (সং. বণ, যুদ্ধ ) যুঁজ কৰো, 16 a warrior, a soldier, a com- latant. বি. ৰণ কৰা যুঁজত নিযুক্ত; যেনে, বণুৱা মানুহ; বণৰ সম্পৰ্কীয়; Sonorous, ৰ-জেউতি, স. শ. ( স. ৰণ, যুদ্ধ + অং. জেউতি, দীপ্তি) ৰণৰ উৎসাহ, ৰণৰ উৎসাহত মৰণৰ ভয় পাহৰণ, excitement or cothusiasın of war. ৰণ্ডভণ্ড, বি. (সং. ৰণ্ড, নিস্ফল + ভণ্ড, অনুব্ধ,) নষ্ট; বিশৃঙ্খল, লবণতা; যেনে, মানে অসম দেশ ৰণ্ডভণ্ড কৰিলে, deinolished, confused, disordered, topsy turvy. ৰ-শিঙ্গা, স, শ. {বং ৰণশিঙ্গা-ৰণ, যুঁজ + শিঙ্গা, এবিধ পেঁপা) ৰণত বজোৱা এবিধ পেপাৰ নিচিনা বাদ্য, বিগুল, a war trumpet, a bugle. ৰহ, বি. (সং, ৰঙৰম, আনন্দিত হ; মনৰ উল্লাস হয়, এতেকে) আসক্ত, সদায় farge, Ela content, fond of, devoted to, enamoured of. ভ, স. শ. ৰত্ন” শব্দৰ অপভ্ৰংশ। তি, স. শ. (সং. ৰতি, আনন্দিত হ আসক্তি, প্ৰবল বাঙ্গা; শৃঙ্গাৰ; কী