পৃষ্ঠা:হেমকোষ.pdf/৮২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

'ৰক্তবীজ mouth, nose, &c., or from the mouth alone. ৰক্তৰী, স. শ. {সং. ৰক্তৱীজ। তেজ+ৱীজ, শুক্ৰঃ যাৰ পৰা জন্তু উৎপন্ন হয়দুৰ্গাই বধ কৰা এটা অসুৰ; তাক কটাত তাৰ তেজ যতে পৰিছিল, তাৰে পৰা ভাৰ পুনৰায় উৎপত্তি এতেকে সেই নাম, দুৰ্গাই তাক কাটি মাটিত নপৰাকৈ তাৰ সমুদায় তেজ পান কৰি তাক বধ কৰে, a demon killed toy Durga. ৰক্তময়, বি. (সং. ৰক্তময়-জ্ঞ, তেজ+ ময়ু, স্বৰূপ) তেজৰ নিচিনা; বহুত তেজ- 5, bloodlike, bloody. ৰক্ত, স. শ. {সং. ৰক্তাৰ - ৰক্ত, তেজ +সুৰ, বৈ যা বক্তৰ স্ৰাৱ, তেজ catal, hemorrhage, bleeding. ৰক্তাক্ত, বি. (সং. ৰক্তাক্ত—ৰক্ত, তেজ। আক্ত, দুটিওৱা) তেজ লগা, তেজেৰে তিতা; যেনে, ৰক্তাক্ত বস্তু, smearer with blood. ক্তোৎপল, স, *, (সং. বক্তোৎপল~-ৰক্ত, ৰঙ্গা+ উৎপল, পদ্ম) ৰঙ্গা পহুম, the red lotus. Nymphea rubra. ( Haughton). ৰন্থ, স, ধা. {সং. ৰ পৰ দি) সঙ্কটৰ বা হানিৰ পৰা ৰক্ষা কৰিবলৈ চাই থাক্; যেনে, গৰখীয়াই গৰু ৰখে, to guard, to watcl. কুদ, স. ৰখো, (স্ত্ৰী) বৰ্তী। ৰখা, স, ধ, (অণ, ৰ বা ৰাখু} লোকৰ দ্বাৰা ৰক্ষা কৰা, to cause to be pro- tected, &c. কৃদ, স. ৰখাওঁ, (স্ত্ৰী) বৰ্তী। ৰখীয়া, স. শ. সঙ্কটৰ বা হানিৰ পৰা ৰক্ষা কৰিবৰ নিমিত্তে চাই থাকো, ৰক্ষক, a keeper, a watch. ৰগৰু, স, শ, (সং. বঙ্গ; বৃ. ৰগড়, গান বাদ্য। একে লগে মিলাই বজোৱা দুই বা অধিক বাদ্যৰ বা বাজনা আৰু গীতৰ মিঠা শব্দ; যেনে, ঢোলৰ লগত কালি ৰামনে। বজালে ৰগৰ উঠে; আনন, মেজি, এoncert, liarmony, lation, stupi- faction caused by intoxicating drugs. বঁধু, স. শ. অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ প্ৰপিতা- মহ; এতেকে তেওঁৰ বংশ, the great- grandfather of Mania, the race of Raglau. ঘু, স. শ, {সং. ৰন্থ, দীপ্তি কৰ) কদম গছ (তাৰ ফুলবিলাক শুৱনি, এতেকে ), a kind of tree. ৰঘুনন্দ, স. শ. ম. ৰঘুনন্দন : ধু, এজনা ৰজা+নন্দন, পুত্ৰ, তেওঁ ৰঘু ৰজাৰ বংশত জাত, এতেকে) ৰামচন্দ্ৰ, Itan- Isandra, king of Oudh, said to ] be thic sixth incarnation of Visluna. বঘুনা, স. শ. ( স. ৰঘুনাথ-বধু, ঘুৰ বংশ + নাথ, অধিকাৰ, অৰ্থাৎ শ্ৰেষ্ঠ। at5, a jame of Rama. ৰঘুপতি, ম, শ. (স”, ঘুপতি---ৰস্তু, ৰঘুৰ বংশ + পতি, গৰাকী, শ্ৰেষ্ঠ। ৰামচন্দ্ৰ, a name of Rama. ঘুম, স, খ, গছৰ ওপৰত গজা ঘুমলা, এবিধ ক্ষুদ্ৰ গছ, a kind of parasitic plant. ৰঙ্গ, স. শ. (সং. বঙ্গ-~ৰ, গীত বাদ্য) আনন্দ, আল্লাদ (প্ৰায় পদ্যত বাৱহৃত); মনে ভৈল ৰঙ্গ, বৰ্ণ, বৰণ, dlelight, pleasure, color, paint. ৰঙ্গচা(-e-১, স. শ. (সং. বঙ্গ, বৰণ ) অলপ ৰঙ্গা বৰণ, বঙ্গা বৰণৰ চিন; যেনে, কাপোত তেজৰ ৰঙ্গচা আছিল, a faint red colour, reddishness. ৰচীয়া (-), বি. অলপ ৰঙ্গা, ঈষৎ চুৱা(-), light-red color, radishı. ৰঙ্গম, বি. (সং. ৰঙ্গমনা, আনন্দিত মন- যুক্ত) আনন্দিত, glad. (পদ্য)। বঙ্গ-মনে, ক্ৰি. বি. মন বঙ্গেৰে, gladly. (পদ্য)।