পৃষ্ঠা:হেমকোষ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসুখী। অস্ত্ৰচিকিৎস। অসুখী, বি. (সং. অসুখী, সুখহীন ) দুঃখী; Te-cay, unhappy, sorrowful. অসুখীয়, বি. (সং অসুখ। কেতিয়াও সুখ নোপোৱ, অসম্ভগীয়া, সুগীয়, bhaloitually inharry, discontent. সম.--অসুখী, অসুখীয়া। অসুখী শব্দে কেৱল দুখ-পৱা বুজায়; অসুখীয়া শব্দৰ অৰ্থ স্বভাৰত সুখ-সন্তো-নোপোৱা। অসুচ, ম. শ. ( অআ, নহয়"+ সুচল, ভাল জুতি। সুচলৰ অভাৱ, বিজুতি, সহজে কৰিব বা পাব নোৱৰা অৱস্থা, কষ্ট, inconvenience. অসু, স. শ. {সং. অসুৰ, দৈত্য --অ, নহয় + সুৰ, দেৱতা) দৈত্য, দানৰ; এতেকে দয়ামৰম-নথকা মানুহ, বলী আক যাহিয়াল 1793, a dem1031; a very misolierous and incl man, a strong courageous man. মাৰ যাওন বা অদৃশ্য হওন, ( গ্ৰন্থাদিত খাটে ); যেনে, সূৰ্য্যৰ উদয় নাই, অস্তও E, the setting of the heavenly bottlies, বি. তললৈ নামি নেদেখা যোব। বা শাৰ যোৰ, যেনে, সূৰ্য অস্তুহল, gojhe below the horizon or out of sight, as the sun Ojoll. অস্ত যা, মাৰ যা, নেদেখা হ, { গ্ৰহ-নক্ষলত খাট আৰু বৰ খ্যাতন লোকৰ মৃত্যুকে বুজায় }; যেনে, সূৰ্য অস্ত যায়; মহা- কবি কালিদাস অস্ত যোৱাৰ পাচত ভাৰত তেওঁ সমান কবি জন্ম নাই। অস্ত-গত, বি. (সং. অশুগত, মাৰ যোৱ) মাৰ দোয়, দেখা হো; সনে, অস্ত- 51375, gaine coon the horizon, as the same or moon. অস্তগি৭ি, ৮. শ. (সং. শুগি৭ি, সূৰ্য মাৰ যেৰ পৰ্বতপশ্চিম-ফালৰ এটা কাল্প- নিক পত; ইয়াৰ পিফাললৈ গলেই সূৰ্য্য নেদেখা হয় বুলি বিশ্বাস কৰা যায়, a lous momain in the west Jsehin which the suit is believe to set. অমিত, বি. (সং. অস্তমিত, অস্ত হোৱা


অম, গিৰি + ইত, গত, যোৱা যোব, অদৃশ্য হোৱা; মেনে, “অস্তমিত দিবাকব। below the lorizon, sotax the sun or 10X). অস্তাচ, স. শ. (সং. অস্তাচল, অস্তগিৰি ) “আস্তগিৰি ” চোৱা। অস্তিত্ব, ৪. শ. (সং. অস্তিল, বিদ্যমান —-অস্তি, আছে) স্থিতি, সত্তা, exist(:e. স, স. শ. (সং. অস্ত্ৰ, কট-ছিঙ্গা সঁজুলি -~-অস, নিক্ষেপ ক) কটা-ছিঙ্গা বা প্ৰহাৰ কৰি দুখ দিয়া বা বধ কৰা সঁজুলি, দা, যতী, হিলৈ, ইত্যাদি, a weapo, it missile. " অস্ত্ৰচিকিৎস, স. শ. (সৎ, অস্ত্ৰচিকিৎসক, অন্ত্ৰ দ্বাৰা চিকিৎসা-কৰোতা-অন্ত্ৰ, কটা- ছিঙ্গা সঁজুলি+ চিকিৎসক, বৈদ্য অস্ত্ৰ দ্বাৰা ৰোগ-চোবজ, a kirgot. অসূয়া, . .। . শুয়া, গুণত দেয়া- ৰোপ-...-অস্থ, গুণত দোষ দি লোকব va 3413 Catarat4, letraction, this-paraqement. সম..---হিংসা, অস্তয়া, ঈৰ্ষা, (খিয়াল। হিংস হলে যালৈ যি হয়, তাৰ অনিষ্ট কথায় বা কপাবলৈ যত্ন কৰায়, অস্তয়াই কেৱল লোকৰ গুণত দোষ দিয়ায়; যেনে, অমুক সুশিক্ষিত হয়, কিন্তু মদপী; লোক উন্নতি বা ভাল হো দেখিলে মনত যি অসুখ বা অসন্তোষ জন্মে, তাৰ নাম ঈৰ্ষ বা খিয়াল। ঈৰ্ষাৰ পৰ৷ হিংসা জম্মিব পাৰে। আৰ্সেৰিতব্য, “অসেব্য ” চোৰ। অৰ্সেব্য, বি. (সং. অসেৰা, অশয়ৰ আমোগা • ---তা, নহয় + সেৰা, সেবাৰ বা ব্যৱহাৰৰ যোগ্য } উপাস বা ব্যৱহাৰ কৰিবৰ itsit, not fit to be served or used. অসেঁৱনীয়, “অসেব্য” চোৱা। আসৌন্দৰ্য, ও, শ, (সং. অসৌন্দৰ্য্য, অশোভা --া, নহয় + সৌন্দৰ্য, শোভা) অশোভা, ugliness. অস্ত, স, শ, (সং. অন্ত, নিক্ষিপ্ত, তললৈ পেলোৱ-অস্, ক্ষেপণ কৰ) তললৈ নামি ? 1