পৃষ্ঠা:হেমকোষ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অস্ত্ৰচিকিৎসা অস্বাৰ্থপৰ। uncer- অচিকিৎসা, স, শ, (সং অচিকিৎসা, অগ্ৰৰ দ্বাৰা ৰোগৰ শান্তি----অধ, কটা- ছিঙ্গা সঁজুলি + চিকিৎসা, ৰোগৰ প্ৰতিকাৰ) ৰোগ গুচাবলৈ কোনো অঙ্গ ছেদন বা গত ক্ষত কৰণ, strgely. অৰ্থবিদ্যা, স. শ. (সং. অন্ত্ৰবিদ্যা, ৰণৰ আহিল-ব্যৱহাৰৰ জ্ঞান-অম্বু, কটা-ছি সঁজুলি+বিদ্যা, জ্ঞান) ৰণৰ আহিলা- ব্যৱহাৰৰ জ্ঞান, the military science, অস্ত্ৰ-শল্প, স. শ, সকলো প্ৰকাৰৰ কটা-ছি। বা প্ৰহাৰ কৰি কষ্ট-দিয়া বা বধ-কৰা যতন 7 Agfa, weapons and missiles. সংস্কৃত মাৰি পঠাই দুখ-দিয়া বা বধ-কৰা সঁজুলিক অৰ্থ আৰু হাতেৰে ধৰি কটা- ছিঙ্গা, দুখ-দিয়া বা বধ-কৰা সঁজুলিক শস্ত্ৰ বোনা যায়; যেনে, কড়, গুলি, ইত্যাদি অস্ত্ৰ; দা, 'তৰোল, ইত্যাদি শস্থ; কিন্তু অসমীয়াত সেই দুই শব্দৰ প্ৰভেদ নাই, সকলো অস্ত্ৰ-শব্দৰ বচ্য। অস্ত্ৰাগাৰু, স. শ. {সং. অস্ত্ৰাগাৰ, আহিলাৰ ধৰ—অস্তু, ৰণৰ অহিলা+আগাৰ, ঘৰ } ৰণৰ আহিলা যুগুত কৰা বা থোৱা ধৰ, an arsenal; an armory, a magazine. অন্ত্ৰী, বি. (সং. অঞ্জিন, অন্ধযুক্ত) অধাৰী, হাতত অৰ্ধ লোৱ, armed. অস্থায়ী, বি. { সং. অস্থায়ি, স্থায়ী নোহাৱা —-অ, নহয় + স্থায়িত্, থকা) অনিত্য, চিৰকাল-নথকা, অলপ-দিনীয়া; যেনে, অস্থায়ী শৰীৰ, transient, perishable, not lasting. : অৱৰ, বি. (সং. অস্থাৱৰ, স্থাৱৰ-নোহাৱা --অ, নহয় +স্থাৱৰ, কে ঠাইতে থকা) একে ঠাইতে লাগি-নথকা, লৰচৰ কৰিব পৰা; যেনে, অস্থাৰ সম্পত্তি, novealite, not fixed. অস্থি, স. শ. {সং. অস্থি, হাড়-অসূ, দলি- মা) হাড়, a boile. অস্থি, বি. (সং. অস্থিৰ, স্থিৰ-নোহোৱা~ অ, নহয় + স্থিৰ, একে দৰে থকা) অথিৰ, কপা, লৰচৰ হোৱা; অনিতা; যেনে, জীৱন অস্থিৰ, অনিশ্চিত; যেনে, অস্থিৰ 761, unstearly, shaking; tain; transient, not everlasting. অস্থিৰতা, গু. শ. (স.) অন্থিৰ গুণ; অনি-

  • 5701; unsteadiness, uncertaiuty,

অস্থি-সঞ্চয়, স. শ. (সং. অস্থিসঞ্চয়, হাড়-সাচন --অস্থি, হাড় সঞ্চয়, সামৰি থোৱা) মৰা মানুহ খৰি দি গঙ্গাত লগাবৰ নিমিত্তে তাৰ আধা-পোৰা হাড় আনি সামৰি COYOY YUT, the act of collecting and keeping the hones after burn- ing a dead body for the purpose of throwing them into the Ganges. অহে, স. শ. (সং. অস্নেহ, স্নেহৰ অভাৱ নাই+স্নেহ, মৰম। আৰম, unkindness, want of affection. অস্পৰ্শনীয়, বি. (সং. অস্পৰ্শনীয়, অস্পৃশা- অ, নহয় +স্পৰ্শনীয়, চুৰ পোৱা } অশুচি, 7 catcontay, not to le touched, unclean. অস্পষ্ট, বি. {সং. অস্পষ্ট, ফটফটীয় নো- হোৱা--অ, নহয় +স্পষ্ট, ফটফটীয়া) ফট- ফটীয় নোহোৱা, ভালকৈ দেখিব, শুনিব a fost contrat, indistinct, not clear or plain. অস্পৃশ্য, বি. (সং. অস্পৃশ্য, দুবৰ অযোগ্য --অ, নহয় + স্পৃশ্য, ডুব পোৱা) ছুব att 9471, not to be touched, umclean. অক্ষুট, বি. (সং. অক্ষট, অব্যক্ত—অ, নহয় +স্কুট, বাক্ত ) অব্যক্ত, নেদেখ, মুশুনা, God; waste, invisible, luidden; indistinct. অস্বস্থ, বি. (সং অস্বস্থ, স্বহ্ নোহোৱ-অ, নহয় + স্বস্থ, নীবোগ) পড়িত, নৰিয়া, sick, unwell. অস্বাভাৱিক, বি. (সং. অস্বাভাবিক, স্বাভা- ৱিক নোহাৱ-অ, নহয় + স্বাভাৱিক, সৃষ্টিৰ নিয়মৰ দৰে } সৃষ্টিৰ নিয়মৰ বিপ- ৰীত; যেনে, বাঘে খোৱাটো অস্বাভা- for ty, unnatural. অস্বাৰ্থপৰ, বি. (সং, অস্বাৰ্থপৰ, স্বাৰ্থপৰ