পৃষ্ঠা:হেমকোষ.pdf/৮১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মেনকা। মেনকা, স. শ. হিমালয়ৰ ভাৰ্য্য আৰু পাৰ্ক- জীৰ মাক; এজনা অপেম্বৰ, in the Rig Peila, a daughter of Frishan. asua, an apaitras sent to seduce the sage Viswamitra from his devo- tions, and succeeding in this ohject, she becarrie the mother of the nymph Sakuntalā. (Dowson). মেনা, বি. তললৈ ওলমা শিংযুক্ত (মহত

  1. CU ), drooping-horned ( said of

a buffalo ). (1) calli মেমেধা, স. শ. ধনিয়া শাক, the orianglet plant. মেমেৰা, বি. ক্ষীণ, দুৰ্বল, মঙ্গহাল নোহোৱা, lean, emariatel. মেৰু-ছাগ, স. শ. (সং. মেg; হিং, মেঢ়া; ব, মেড়া, এবিধ জ ) মে, এবিধ বৰ নোমাল ছাগ-জাতিৰ জস্তু, a lam, a xbeep. মেৰ, স, শ, পাক জৰী বা ৰ নিচিনা বস্তুৰ পাক লোৱ ভাগ; যেনে, তিনি মেৰ দি বান্ধিছে; নৈৰ বেঁকা ভাগ, মোচৰ খুৰণীয়া বস্তুৰ কেইয়ো ফালৰ দাতি, বেৰ, ওটি-ধান খবৰ কাৰণ চাহৰ ওপৰত ইকৰা আদিৰ সজা ঘূৰণীয়া বেৰ, a twist, a curl, a coil, a bend of a river, circumference, a corn-bin. মেৰু খ, পাক খা, মেৰাই ধৰ, to coil up, to be twisted. মেৰা, } . ধা, { অ, মেৰ, পাক) পকা, মেৰিয়া, নুবিয়া, পাক খুৱা, to wrap round, to twist. মেৰা, স, শ, একে লগে পকোৱা দুই বা অধিক ভাল জৰীৰ এড়াল, গুণ, কেইবা ডলীয়া এধাৰ মণিৰ এডাল, & stand of a rope, &c. মেৰু, স. শ. (সং মেৰু-মি, সেচন কৰ) হিন্দু-শাস্ত্ৰৰ মতে পৃথিবীৰ মাজ ভাগত থকা এটা পৰ্ব। সি ৮৪, যোজন ওখ, তাৰ মূৰত ব্ৰহ্মলোক আৰু ভাৰ চাৰিও ফালে সূয্যে গতি কৰে তাতে মে। পৃথিবীৰ দিন-ৰাতি হয়, the Hindu Olympus. (Dowson), মেৰুণ, স. শ. (সং, মেদোদঃ, গাত হোৱা টেমুনা) বিষ নথকা টেমুনা; গছৰ গাৰ উঠঙ্গা, a wen, a tumor unattender with pain, a wart on trees. মীয়া, বি. মেৰুণযুক্ত, laving a wen or art. মেৰুদণ্ড, স. শ. { সং. মেৰুদণ্ড-মেৰু, মধ্য + দণ্ড, ভঁৰ) ৰাজ-ড়, পিঠিৰ মাজৰ ডাঙ্গৰ হাড়, the backbone. মেটো-মেৰেটি, স. শ. গা কেঁাচাই আকও দীঘল কৰা আৰু লৰোৱা কাৰ্য্য; যেনে, আধা-মৰা সাপে মেৰেট-মেৰেটি কৰে, the twisting and turning of the body . মে-ঢৰা, স, শ, (অ. মেৰ, পাক + ঢৰা, আসন) এবিধ ঘূৰণীয়া আৰু বাঁহৰ কাঠীৰে কৰা আসন, a round mat for sitting on. মেৰ-তলী, স. শ. (অ. মেৰ, পাক+সং স্থলী, ঠাই; পকাই জি সুযোৱা ঠাই) খোচোনা, মেখেলা বা চুৰিয়া খহি নপ- ৰাকৈ ৰাখিবলৈ ভাৰ যিভাগ কঁকালৰ দাতিত ওজি সুমোৱা যায়, that part of a waist cloth which is tucked tip about the bips to fasten it. মেল, স. শ. (সং. মৈল--মিলু, একত্ৰ হ। কোনো কথাৰ আলচ কৰিবলৈ বা গোচৰ সুধিবলৈ একে ঠাইতে বহা মানুহবিলাকৰ সমাজ, a meeting, an assembly of persons come together to decide some question. মে পাত্, অনেকে গোট খাই বহু; কোনো কথাৰ আলচ বা বিচাৰ কৰিবলৈ কিছু মান মানুহ চপা, to sit together, to call a meeting. মে মাত, আলচ বা বিচাৰ কৰিবলৈ কিছু মান মানুহ চপ, to call a meeting. মেল কৰ, অনেকে গোট খাই কোনো বিষয়ৰ আলচ কৰ বা গোচৰ সোধূ, to discuss ,50