পৃষ্ঠা:হেমকোষ.pdf/৮১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মে মাৰ। মৈটা। মেলেছ “ম্লেচ্ছ” শব্দৰ অপভ্ৰংশ, সেই শব্দ চোৱা। মেৰ্ভগীয়া, বি. (অং. মেল, ৰজাৰ কুৰবী আদিক দিয়া মানুহ-মাটি+ডাগী, শ্ৰেণী) ৰজাৰ কুৱঁৰী বা ভাইয়েক আদিৰ মেলৰ; যেনে, মেলগীয়া বিষয়, pertaining to the estate of a king's wife. মে স. শ. (সং. মেষ—মি, বিবাদ কৰ) মেৰ-ছাগ ( ঘাইকৈ চুটি নেঞ্জীয়া বিধ, ভাৰ মতাবোৰে যুঁজে, এতেকে); প্ৰথম affat, a ram, a sheer, the sign Aries. মেহ, স. শ. (সং. মেহ-মিহ, প্ৰস্ৰাৱ কৰ) মূত্ৰ-ৰোগ, মূতেছে পোৰণিয়ে ধৰা আৰু পূজ ওলোৱা ৰোগ, urinary disease, gonorrhea. মৈ, স. শ, (অ. মেৰুণ, টেমুনা) গছৰ মেকণ, গছৰ গাৰ উঠঙ্গা, a glandular excrescence on a tree, a wart. মেহুনীয়া, বি, মেহুনযুক্ত, having a round a question or try a case at a meeting . মেল মাৰ, সমাজত বহি গোচৰ-নিষ্পত্তি কৰ, to decide a case at a meeting. মেল, স. শ. (সং. মেল, সমাজ) অসম- ৰজাই তেওঁৰ মন্ত্ৰীবিলাকেৰে সৈতে একত্ৰে কৰা ভোজন, সেই ভোজনত ৰাজ্যৰ কোনো ঘাই কথাৰ আলচ হৈছিল। অসম-ৰজাৰ কুৱঁৰী আদিৰ প্ৰতিপালৰ কাৰণ দিয়া মাটি-মানুহ, a linner given by the Assam Rajn to his minis- ters at whiclt important political matters were discussed, an estate assigned to a member of the Royal family. . মেল, স. ধ: {সং. মীল, ফুলৰ দৰে মুকলি হ} মুক্ত ক, সোলোকা; যেনে, গাঠি মেল, ঢাকনী গুচাই মুকলি কৰ; যেনে, দুৱাৰ মেল, চকু মেল; আগ বঢ়া, বহল ক; যেনে, হাত মেলা, to loose, to untie, to open, to extend, to spread out. মেল, কুদ, স, মেলা কাৰ্য, the act of untying, opening or extending. মেলা, স. বা লোকৰ হতুৱাই মুকলি কৰা, to cause to be inticul. মেলা, স. . (অ. মেল, মুকলি কৰ ফণীয়, ফণীৰে আঁচুৰি পোন কন্; যেনে, চুলি মেলায়, to comb, as the hair. মেলানি, ম. শ. (বাং. মেলানি, বিদায় ) বিদায়, যাৰৰ অনুমতি, leave lepart. মেলা মাৰ দূৰৈলৈ যাঠী মাৰ, to hurt from the hand, as a spear. মেলাহি, বি. ( অ• মে, বহুল ক) মুখ বহুল, গোতোং নোহোৱা ( পাত খাটে), broad-brimmel, wide-mouthed (as a vessel.) মেলুৱাই, স. শ. (অ. মেল, সমাজ। মেলত বহি সোধ বা আলচ Pratoj, a member of a meeting. excrescence , to মৈহমেহীয়া, বি. মিজিং-মাজা, পাকৈত নোহোৱা, শীঘ্ৰে কাম কৰিব নোৱৰা, 775, slow, not sharp and actirc. মৈ, স. শ(সং. মদিকা; বং, মই, চাহ মাটি সমান কৰা যতন} দুডাল দীঘল বাহ বা কাঠত পথালি ঙং বান্ধি সজা এবিধ খেতিয়কৰ যতন; ভাক গৰু ৰা মহৰ দ্বাৰা টনাই চহোৱা মাটি সমান কৰাত বা সিচি দিয়া গুটিৰ ওপৰত মাটি চলোৱাত

বাৱহাৰ কৰা যায়, a harrow.

মৈটকা, স. শ. (অং. মৈ, ঐ+ টকা, এমূৰ ফলা বাহ) মৈত লগাৰৰ কাৰণ এমূৰ ফল। এভোৰ বাঁহ, a piece of bamboo split at one end by which a harrow is drawn. মৈটা, স. শ. (ব.. পৈটা, পটুখটা) গছ উঠাত বাৱহৃত এডাল আখীয়া বাহৰ খল, সেই আখিবিলাকত ভৰি দি উঠা , a single bamboo used as a ladder in climbing trees. মেনুৱৈ,