পৃষ্ঠা:হেমকোষ.pdf/৮০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মেটেৰাই 968 মে-ধি। imitative sown used to express that made by the bureaking of a reed and the like. মেটেৰাই, ক্ৰি. বি. মেটেৰ শব্দ কৰি, মেটেৰ কৰে, with a snapping soud. মেটেলি, স. শ. তেলৰ কুপাৰ ঠিলা, the stopper of av sil boitle. মেট মেট, অনুক, গধূৰ বস্তু লৰোতে হোৱা

    • 09714, an imitative sound

used to express that made by a heavy thing when shaken. মেটমেটনি, স. শ. গধূৰ বস্তু লৰোতে হোৱা

  • 7, the sound inade his a livary

thing when slaken. মেটমেটা, অ. বা. ওপৰত কোৱা শব্দ কৰ, সঞ্চালিত হৈ শব্দ কৰ, ঘটু ঘট শব্দ ক; যেনে, বতাহত ঘৰটোৱে মেটমেটাইছে, to make the shore sound. মেটমেটীয়া, বি. মেটমেট শব্দ কৰা, এতেকে গধূৰ ( ভাৰত খাটে), heavy (sajd of a load , মেঠ, স. শ. {সং. মেধ, দেৱতাক দিয়া উপ- হৰ) অনুগ্ৰহ পাবৰ আশাৰে দিয়া ভেটী; অধিক পাবৰ আশাৰে দিয়া অলপ 1%, a present made with the liope of gaining a favor, it small pre- sont made with the hope of get- tiug one of greater value in return. মেঠন, স. শ. “মেঠোন” চোৱা। যেঠনি, স, শ. পিয়াহৰ ওপৰে মেৰাই পিন্ধা 016471, the Assamese femalo's lover garment when work on the breasts. . মেঠনি মা, পিয়াহৰ ওপৰে মেখেলা পিন্ধু, to wear the female lower garment on the breasts. মেঠনিয়া, আ. . (অং. মাঠ, লেহেম) লেহেম কৰু, লাহে লাহে কাম কৰু, to ye slow, to work slowly. মেঠোন, স. শ. এবিধ পৰ্বত থকা বনৰীয়া

94, the Indian Bison (Garcus

gature). মেত, স, শ, (হিং. মেহতৰ; বং, মেভৰু, মল মূত্ৰ চাওঁতা) মৰ চোৱা, শৌচৰ ঘৰ-অঁতোৱা মানুহ, a seavenger, a sweeper. (স্ত্ৰী) মেৰণী। মেদ, স. শ. (সং. মেদ-মিদ, তেলেতীয়া হ) জন্তুৰ তেল, fat. স. শ. (সং. মেদ, তেল } মেদনি, জুলীয় বস্তুৰ তলত পৰা মল, গেদ, (tegs, lees. মেদ, বি. (সং. মেদ, জন্তুৰ তেল, তেল ধৰিলে গা গধূৰ আৰু মোটা হয়, এতেকে) সৈধা, গা-ডাঙ্গৰ আৰু বৰকৈ লৰি চৰি মুফুৰা; লেহেম, বেগাই কাম কৰিব নোৱৰা, মাই, কামত চাকা নোহোৱা; যেনে, মেদ। মানুহ; ঢেপা, ভালকৈ পাগত মুঠা, কনকনীয়া নোহোৱা; যেনে, মেদ চৰু বেগতে ফুটে, slow, not well baked, as an earthen pot. মেদিনী, স, শ. {সং. মেদিনী—মেদ, জন্তুৰ তেল) পৃথিবী ( আদিতে ব্ৰহ্মাই বধ কৰা দুটা দৈত্যৰ তেলেৰে আচ্ছাদিত হৈছিল, এতেকে }, the earth. মেদেলা, বি. (সং. মেদ, জন্তুৰ তেল ) তেল- যুক্ত, পুষ্ট, বৰ ডাৰ গা-যুক্ত; যে"েন, মেদেলা পুৰুষ; বৰ ধনী, অধিক ধন বস্তু থকা; যেনে, মেদেলা চহকী, fat, otpulent, rich. মেদিলি, স. শ. ( অ৭. মেদ, গেদ) তেলৰ গেল, ভেলৰ পত্ৰৰ তলিত গোট খোৱা 3-T, regs, lees, or sediment মেদেলুৱা, স. শ. (সং. মেহুৰ, সুন্দৰ } এবিধ জুটুল। ক্ষুদ্ৰ গছ, a kind of shrub. মে-বি, স. শ. (সং. মেধঃ, দেৱতাক দিয়া উপহাৰ) এই দেশৰ দিহিত বাজে আনবিলাক সৰ শিষ্যৰ পৰা কৰ তোলা anti, an officer appointed by the gosains of Assam (except the Dihingia gosain) to collect the an- nual contributions from their disciples.