পৃষ্ঠা:হেমকোষ.pdf/৮০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৃদঙ্গ, বাই + মন্ত্ৰ, দেৱতাৰ নামাদি বুজোৱা শব্দ বা আখৰ) বীজমন্ত্ৰ, one or more mystic syllables signifying the name or attributo of a deity placed at the boginning of an incantation. মূলা, স. শ. (সং. মূল্য-মূল, বেপাৰত লগোৱা ধন } বেচ, কোনো বস্তু কিনোতে দিয়া ধন; কোনো বস্তুৰ গুণ অনুসাৰে হব পৰা বেচ, যোগ্যতা, price, value, wortl. মূষিক, স. শ. (সং. মূষিক—মূ, চুৰ কৰ) এন্দুৰ, সলিয়া, a rat, a motisc. মূহী, স. শ. {সং. মূষী, ধাতু দ্ৰৱ কৰা পত্ৰ) 1, a crucible. মৃগ, স, শ. ( সং. মৃগ-মৃগু, বিচাৰ) পহু, হৰিণা-পহ; শৰ-পহু, a deer, a stag. (স্ত্ৰী) মৃগী। মৃগতৃষ্ণা, স. শ. {সং. মৃগতৃষ্ণ-মৃগ, পহু + তৃষ্ণা, পিয়াহ, পিয়াহ লগা পহুৱে পানী যেন ভৰি শ্ৰমত পাৰে) মৰীচিকা, mirago মৃগনয়নী, স. শ. ( সং, সুগনয়নী—মৃগ, হৰিণা+নয়ন, চকু। মৃগাক্ষী" চোৱা। মৃগনাভি, স. শ. { স’, মৃগনাভি-মৃগ, পছ +নাভি, নাই) গন্ধ কলাই, কস্তুৰী, anusk. . মৃগষ, স, শ. (সং, মৃগয়া---মৃগ, বিচাৰ) পহু খেদি আৰু মাৰি কৰা ধেমালি, hunt- ing, chase. মৃগৰা, স. শ. ( স মৃগৰা---মৃগ, পই +ৰা, ৰজা) পশুৰাজ, সিংহ, a tion. মৃগশিৰা, স. শ. (সং. মৃগশিৰা-~-মৃগ, পহু + পিৰ মূৰ; তাৰ আকুতি পহুৰ মূৰৰ নিচিনা) পঞ্চম নক্ষত্ৰ, the fifth lunar mansion. মৃগী, স. শ. (সং. মৃগীমৃগ, পহু+ অক্ষি, চকু; কৃষ্ণসাৰৰ দৰে শুৱনি চতু যাৰ বৰ শুৱনি চকুৰে তিৰোতা, সুন্দৰী তিৰোতা, তিৰোক চেনেহেৰে মতা ats, a gazelle-eyed woman, a term of endearment addressed to a woman. মৃগেল, স. প. {স, মৃগেন্দ্ৰ-মৃগ, পহু। ই, অধিকাৰ } পশুৰাজ, সিংহ, a lion. মৃণালু, স. শ, (সং. মৃণাল--মৃন, পঁড়া ক) পদ্মৰ মূল, পদুমৰ আলু, the white and soft part of the root of the lotus. মৃত, কুদ. বি. (সং. মৃত-২, মৰ) মৰা, জীৱ-শূনা হোৱা; চলিত হৈ নথকা; যেনে, মৃত ভাষা, dead, gome out of use, মৃত স. শ. (স.) মৰা মানুহ, পৰলোক chiatge, a deceaseil person, মৃত-কল্প, বি. (সং. মৃতকল্প-মৃত, মৰা + কল্প, তুল্য) মৰাৰ নিচিনা, মৃতপ্ৰায়, মৰিব লগা হোৱা; যেনে, নৰিয়া পৰি মৃতকল্প হৈছিল, moribund, মৃত-এ, বি. (সং, মৃতপ্ৰায়—মৃত, মৰা+ প্ৰায়, তুল্য। মৃতকল্প, moribund. মৃত্তিকা, স. শ(সং. মৃত্তিকা--মৃৎ, মাটি ) মাটি, পৃথিবী, খানি অনা মাটি; যেনে, 971-7f7y, carth dug out, earth, soil, মৃত্যু, স. শ. (সং, মৃত্যু, মৰ) মৰণ, জীৱৰ পৰলোকলৈ গমন; সম, teatli, the regent of death. . মৃতুঞ্জ, স. শ. (সং. মৃত্যুঞ্জয়-মৃত্যু, মৰণ + জি, পৰাস্ত কৰ মৃত্যুক জিনোত; মৃতুক নাশ কৰে; যেনে, মৃত্যুঞ্জয়- fm, ford, a conqueror of (leath, & name of Siva. মৃতু-মঙ্গ, স, শ, (সং. মৃতুমিল—মৃত্যু, মৰণ + মঙ্গল, কুশল) পৰালত জীৱৰ কুশলৰ নিমিত্তে মৰিবৰ সময়ত কৰা ধৰ্ম- UT, the religious ceremony per- formed at the time of the death of a person. মৃদ, স, শ. (সং. মৃদঙ্গ, এবিধ বাদ্য) খোলৰ নিচিনা, কিন্তু তাকৈ দীঘল এবিধ বাদ্য, a kind of drun. মৃদঙ্গ, স, শ, (সং, মৃদঙ্গ—মৃদ, ধুন্দু, তাক পিটা যায়, এপ্তেকে। মৃৎ, a kind of dram. ( peu)!