পৃষ্ঠা:হেমকোষ.pdf/৮০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মুৰে শপতা। 963 মুন্ত্ৰ। মূৰে শপতা, কোনো কাৰ্য কৰিলে বা ন- মুৰ্তি-পূজা, স. শ. (সং. } প্ৰতিমা পূজা, কৰিলে কোনো প্ৰিয় লোকৰ মৃত্যু হব প্ৰতিমাত কৰা ভক্তি, idolatry. বুলি শপত দি, to adjur, মূৰ্তিমন্ত,। বি. শৰীৰযুক্ত, আকুতি থকা; মূৰে-মূৱে, ক্ৰি. বি. বাঢ়ি নথকাকৈ আৰু মুৰ্তিমান্, ভয়ানক, having a visible কমে নোহাৱাকৈ, কথমপি, কোনো form, awful. মতে; যেনে, ধনে মূৰে মূৰে জুৰিলে, মূব-ফুৰণি, “মূৰ-ঘূৰণি” চোৱা। burely, without leaving a balance. মুল, স. শ. (সং. মূল-মূল, শিপা মেল। মূৰ্খ, বি. (স. মূখ—মূহ, নিৰ্ব্বোধ হ) নিৰ্বোধ, শিপা, আপু; কুশৰ মূল; গুৰি আদি; মূঢ়, অজ্ঞান, একো নজনা, stupid, যেনে, এই কথাৰ মূল কি? যি পুথিৰ ignorant, 'স, শ, একো নজনা মানুই, পৰা আন পুথি ভঙ্গা বা লিখা যায়। মূল Wies, an ignorant person. ৰামায়ণ; যি শব্দৰ পৰা আন শব্দ ওলায়; মূৰ-ঘূৰণি, স, শ. (অং মূৰ, মস্তক + ধূৰ, যেনে, মূল শব্দ; বাঢ়িলৈ ধৰে দিয়া পাক্ ল মূৰটোৱে পাক লোৱা যেন ধন, কেৰিত লগোৱা ধন, the root of cata, giddiness. u tree, root, or origin, the original মুচ্ছা, স. শ. (সং. মূচ্ছা-মূৰ্ছ, মুছছ যা। text of any mwok, the root of a মূছ, অচেতন হোৱা অৱস্থা, as sool, worl, capital, principal. fainting. মূলা, স. শ. (সং.) ঊনৈশ সংখ্যাৰ নক্ষ, মূৰ্ছিত, কদ, বি. (স.) মূছু যোৱা, the ninteentli lunnur austerism. অচেইন হোৱা, বিজ্ঞান, fainted, মূলা, স, শ, (সং. মূলক, এবিধ মূল) এবিধ Swooncu মানুহে খোৱা শাকৰ আলু, a ractish. মূৰ-টালি, স. শ. (অ, মূৰ, শিৰ+ টাল, মূলাধা, স. শ. (সং. মূল, গুৰি আধাৰ, লৰা) মূৰৰ জোকাৰ, মূৰ লাৰণ, a snake ধাৰণ কৰোতা) আহাৰ ধাৰণ কৰা জো- of the heal. লোক্ষাৰ তলৰ ভাগ, ডাঙ্গৰ নাড়ীৰ শেষ মূৰ-টালি মাৰ, মূৰ জোকাৰ, to snake stst, the rectum. the head. মূলীভূত, বি. (সৎ, মূলীভূত-মূল, আদি মূৰ্তকীয়া, বি. (অ. মূৰ, মস্তক + বাং. তক্‌, +ভূ, হ} মূল হোৱা, আদি বা গুৰি পৰ্যন্ত, সমান) বয়সী মানুহৰ মুৰৰ হোৱা, উৎপত্তি কৰা; যেনে, মূলী- সমনীয়া, এতেকে ডাঙ্গৰ দীঘল হোৱা; ভূত কাৰণ, forning the lasis, যেনে, মূৰ্তকীয়া ভাই; কৰিবলৈ টান মূলেই, ক্ৰি. বি. সমুলি, গোটেই, নিচেই; আৰু পৰিশ্ৰম লগা , যেনে, মূৰ্তকীয়া। যেনে, ধন মূলেই নাই, untinely, কাম পৰিছে; বৰ গধুৰং ভাৰত খাটে); totally. যেনে, মূৰ্তকীয়া বোজ, grown up, etv মূলে-মূলে, ক্ৰি. বি. মূলধনৰ সমানে, যিমান important and laborivus, very ব্যয় কৰা হয় সেই পৰিমাণে, লাভ বা heavy. বাঢ়ি নোহাৱাকৈ; যেনে, এই খেপত্ত মুৰ্কি, স. শ. (সং. মূৰ্তি--মূৰ্ছ, বিজ্ঞান হ) মূলে-মূলে খৰচৰ ৰূপ কেইটকা উঠিল, আকৃতি, গড়, প্ৰতিমা, forin, slape, Larely, without interest or gain. au image. মূলধ, স, শ, (সং. মূলধন-মূল, আদি। মুক্তি-পূজ, স. শ. (সং. মূৰ্তিপূজক-মূৰ্তি, ধন, বিত্ত। বাঢ়িলৈ ধৰে দিয়া ধন; প্ৰতিমা+পূজক, পূজা কৰোতা) প্ৰতিমা বেপাৰত লগোৱা ধন, principal, পূজা কৰা লোক, an idol worshiper, capital. . an idolater. . মূ-মক্স, স. শ. (সং. মূলম, ছাই মন্ত্ৰ-মূল,