পৃষ্ঠা:হেমকোষ.pdf/৮০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মেটেৰ- মৃদদীয়া। মৃদঙ্গীয়া, বি. মৃদঙ্গৰ নিচিনা, resembling the above. স. শ. মৃদং বজাওঁ, one who plays on the above. (at) মৃদঙ্গয়ানী। মৃদু, বি. (সং. মৃদু-দ, ঘ) কোমল, মিহি, খহটা নোহোৱা; যেনে, মৃদু তুলা- পাত; গাত বা কাণত ককশ বোধ নোহোৱা; যেনে, মৃদু বতাহ, মৃদু বাক্য, soft, smooth, gentle, mill. মৃদু, গু. শ, স. } মৃদু গুণ, softness, moothnesh, millness, মেও, কামুক, মেকুৰীৰ মাৰ নিচিনা শব্দ, au imitative sound used to express the mewing of the cat. মেকাহি, স. শ. এবিধ গছ; তাৰ পৰা ওলোৱা ধুনৰ নিচিনা আঠা, a kind of free and its resin. মেকুৰী, স. শ. ( অ, মেও, বিড়ালৰ শব্দ। ক) বিল, বিৰলী, বাঘ-জাতিৰ এবিধ ঘৰচীয়া জন্তু, a it. (স্ত্ৰী. পু)। মেকুৰী-খুজীয়া, স. শ. {অ, মেকুৰী, ঐ+ ধুজীয়া, খোজৰ নিচিনা) মঙ্গহাল আৰু নিৰোগী মানুহ বা লৰাৰ গাত হোৱা সৰু খাল, a dimple. মেখেলা, স, শ, (সং. মেখলা, তিৰোতাৰ কটি সূত্ৰ) ভিৰোৰ অধোব, চুটি-

  1. fruta, kind of petticoat used

by an Assamese female. মেগেলা, স, শ, এবিধ কঠ-কৰা বন, মেগেল-বন, a kind of rush. মেঘ, স. শ. (সং. মেঘ-মিহ, পানী ছটিয়া) ভাৱৰ, সূৰ্য্যৰ ভাগৰ দ্বাৰা আকাশলৈ tutt atat tot, a cloud. মেচু, স. শ. {স- মিন্টু, পড়া ক) ভাঁজ,

  • P1, a bend, a curve.

মেচ্ খা বা মেম্ ল, বেঁকা হ, দেখ, to be bent. মেচা, বি. ভাল লোৱা, কুঁজা হোৱা, bent, bowed. (স্ত্ৰী) মেী। মেচাকি, স. শ. (সৎ, মেচক, কলা) এবিধ গছ, a kind of trce. যেচেকা, স. শ. (সং, মেচক, কলা বৰণীয়া) কলা আঁচযুক্ত, এবিধ হামালৰ বা মেকু- ৰীৰ নিচিন বনৰীয়া জন্তু, a kind of wild animal. মেচুমে চী, . (সং. মেচক, কলা বৰণ } কলা বৰণৰ বিশেষণ, অতিশয়ৰূপে, চিকৃ- চিকীয়া (কলাত খাটে ); যেনে, মেচ্‌- CABINY *T), excessively (said of black). যেঞ্জ, স. শ. মাং.) ওখ পীৰাৰ নিচিনা ভেজন বা লেখনৰ আধাৰবিশেষ, talike. মেজাৰি, স. শ. আদাকৰিছৰ পাত-খোৱা মুৰ্গ আৰু তাৰ সূতা, a kind of silk. মে-জি, স. শ. (সং. মেধ, হোম | মাঘৰ বিহুৰ দিন প্ৰাতঃস্নান কৰা মানুহবিলাকে জাৰ গুচাবৰ কাৰণ জুই জালিবলৈ নৈৰ বা পুখুৰিৰ দাতিত সজ। খেৰৰ বা কাঠৰ দম; এতেকে কাঠ বা খেৰৰ ওখ দম, a large fire made with wood or straw on the bank of a river or tank for tlie benefit of those who bathe carly in the worning of the Mugh biku, a stack of wood, a hay-riek. যেটু, স. শ. টেমুনা, a tumor, a small rotuberance. বি. উহা, টেমুনাযুক্ত। যেনে, গালখান টেমুনা হৈছে, tumored. মেটুৰামেটুৰি, স. শ. মেটুৰাৰ সমূহ, many tumors. বি. অনেক মেটুযুক্ত, অনেক ঠাইত উখহা; যেনে, গড়ৰ গাটো মেটু- Caefa, full of tumors. মেটেকা, স, শ, (সং. মেচক, কলা বৰণ ) নীল বৰণীয়া ফুল ধৰা, আৰু পানী বন্ধু যোৱা ঠাইত গজা এবিধ গছ, a kind of plant growing on marshy land. . মেটেকা-লী, স. শ. বহুত মেটেকা থকা Cattela, ste, a place abounding with meleku. মেটে, অনুক, খাগৰি বা তাৰ নিচিনা বন্ধু ভাগেতে হোৱা শব্দৰ অনুকাৰ, fun