পৃষ্ঠা:হেমকোষ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমঞ্জ। অসহ। 1) আসাম হৈছে, lie country of Assam. অসমঞ্জস, বি. (সং, অসমঞ্জস --অ, নহয় + সমঞ্জস, উচিত) অনুচিত, অযুগুত, im- proper. . অসময়, স. শ. (সং. অসময়, অনুচিত কাল- অ, নহয় + সময়, কাল) অকাল, অনুচিত কাল, যি কথাৰ, কাৰ্যৰ বা বস্তুব যি সময় নহয়; আবতৰ, time not proper for a particular purpose, improper timc; not proper season. অসমৰ্থ, বি. (সং. অসমৰ্থ---অ, নহয় +সমৰ্থ, পাৰক) অপাৰগ, নোৱৰা, incapable, unable. অসমৰ্থতা, গু, শ, অপৰিকতা, inalvility. অসমান, বি. (সং. অসমান,সমান-নোহোৱা-- অ, নহয় + সমান, তুল্য) সমান-নোহোৱা, ওখ-চাপৰ, খলা-বমা; যেনে, অসমান ঠাইত গাড়ী চলোৱা টান; যি আন কোনোৰ তুল্য নহয়, বিযুৰীয়া, uneven; uncqual . সমা—‘অসম,” “অসমান”-“অসম” বুলিলে যাৰ তুল্য নাই তাক বুজায়; যেনে ইংৰাজ জাতিৰ অসম বুদ্ধি। অসমান। এই শব্দ যি আন কোনো সমান নহয়, ভাত খাটে; যেনে, অসমান মানুহৰ বিবাদ হলে দুৰ্বল ফালৰ সৰ্ব্বনাশ। অসমীয়া, বি. ( অং. অসম, এক দেশৰ নাম) অসম অসম দেশত হোৱা, Assamese, born or proluced in Assain. অসম্পন্ন, বি. (সং. অসম্পন্ন, অসিদ্ধ—অ, নহয় + সম্পন্ন, সিদ্ধ) সম্পূৰ্ণৰূপে সিদ্ধমোহোৱা, unaccomplished, unfinished. সম্পন্ন, গু, শ, (স.) সম্পন্ন-নোহাৱা বা সিদ্ধি-নোপোৱা অৱস্থ, the state of not being wcomplished. অসম্পৰ্ক, স. শ. (সং. অসম্পৰ্ক, সম্পৰ্কশূন্যতা -অ, নাই+সম্পৰ্ক, সম্বন্ধ) সম্বন্ধৰ অভাৱ, absence of connection. অসম্পৰ্কীয়, বি. সম্বন্ধ নথকা, uneonnected. অসম্পূৰ্ণ, বি. (সং. অসম্পূৰ্ণ, সম্পূৰ্ণ-নোহোৱা -~-অ, নহয়+সম্পূৰ্ণ, শেষ হোৱা) শেষ- নেহোৱা; সমুদায় ভাগ নথকা, un- finished : incomplete. অসম্বন্ধ, স, শ, (সং. অসম্বন্ধ, সম্বন্ধৰ অভাৱ-~- অ, নাই+সম্বন্ধ, সম্পৰ্ক) অসম্পৰ্ক, সম্বন্ধৰ yota, absence of connection. অসম্বন্ধীয়, বি. (সং) অসম্পৰ্কীয়, un- nected, laving no relationship. অসম্বন্ধীয়া, বি. (সং. সম্বন্ধীয়) সম্বন্ধ নলগা, সম্পৰ্ক-নথকা , যেনে, অসম্বন্ধীয়া মানুহ, having 10 connectiv, bearing no relationship. অসম্ভৱ, বি. (সং. অসম্ভৱ, সম্ভৱ-নথকা---- অ, নহয় + সম্ভৱ, হব পৰা হব নেই, আগন্তুক-নথকা, improbable, not possible. . তসত্তাৰিত্ব, ক্বদ. বি. (সং. অসস্তাৱিত, সম্ভাৱনা-নথকা--সম, উপস. + ভূ, হ) আগেয়ে নোহাৱ; এতেকে সম্ভাবনা নথকা; যেনে, গৰুৰ পেটত বাঘ হোৱাটো setiae fent, extraordinary, un- nisual; lienee impossible. আম্ৰম, স, শ, সৎ, অসম, অসন্মান-- নাই + সম্ৰম, মান ) ওসমান, disrespect. অসহজ, স. শ. (অং. অ,নাই+সহজ, অভ্যাস। অভ্যাসৰ অভাৱ, অনভাস, Wut of Tactice, বি. অভ্যাস নথকাৰ গুণে ভালকৈ মনত নপৰা, ৰা কৰিব নোৱৰা; যেনে, মন্ত্ৰটো অসহজ হৈছে, forgotten owing to want of practice. . অসহন, বৃদ, স, {সং. অসহন, সহন নকৰা --- , নাই + সহন, সহ) নসহ, সহি 747), intolerance. অসহনীয়, বি. (স.) অসহ্ন, সহিব মোৰা মনে বা গাই যিমানত বৰ কষ্ট নেপায়, তাকৈ অধিক পীড়া দিয়া; যেনে, অসহনীয় বাকা, অসহনীয় বেদনা, ul.caralıle, insufferable. অসন্থ, কদ, বি. {স অস, অসহনীয়, ক?