পৃষ্ঠা:হেমকোষ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসতু। ৫২ অসম অসত, বি. (সং. অ, নহয়+স, সাধু) অধৰ্মী, দুষ্ট, dishonest; wickecl. অসতী, বি. (সং. অসতৰ স্ত্ৰীলিঙ্গ) দুষ্ট, বিশেষকৈ পৰপুৰুষেৰে সৈতে খোৱা- লোৱা কৰা, amchaste, স. শ. দুষ্ট স্ত্ৰী, an uncliaste woman. অসত্য, বি. (সং. অ, নহয়+সত্য, সঁচা) মিছা, fals, স. শ. মিছা কথা, all uitrutlı. অসত্যবাদী, বি. (সং. অসত্যদি, মিছলীয়?- অসত্য, মিছা+ৱাদি, কোৱা) মিছলীয়া, telling falsehootis. স. শ. মিছা কথীয়। মানুহ, a liar, (স্ত্ৰী) বি. স. শ. অবতা- বাদিনী। অসদাচাৰ, স. শ. {স, জাসদাচাৰ, মন্দ- ব্যৱহাৰ-অস, দুষ্ট + আচৰি, ব্যৱহাৰ মন্দব্যৱহাৰ, বেৰ। কাম, misode-1, 1 misceal. অসদাচাৰী, বি. (স’-- অসদাচাৰি মন্দ- ব্যৱহাৰত প্ৰবৰ্ত, দুষ্ট, following evil practices, wickel. অসদৃশ, বি. (সং. অসদৃশ, পৃথক—অ, নহয় + সদৃশ, তুল্য) একে দৰৰ নোহোৱা, 99 07177, dissimilar. সদ্ব্যহাব, স. শ. (স', অসদ্ব্যৱহাৰ, অসদ চাৰ---ত, নহয় + সদ্ব্যৱহ, সদাচাৰ বেয়া আচৰণ, অসদাচাৰ, misconclutt. অসহ্যৱহাৰী, বি. অসদাচাৰী, following evil practices, wicked. অসদ্ভাৱ, স. শ. (সং. অসাৱ, বেয়া স্বভাৱ; অভাৱ-—তা, নহয় + সদ্ভাৱ, ভাল স্বভাব, বৰ্তমান) বেয়া স্বভাৱ, কুভাৰ, অবৰ্তমান, 974, la disposition; non-exist. নোপোৱা স্বভাৱলৈ আঙ্গুলিয়ায়; যেনে, অসন্তুষীয়া মানুহক কেৱে সন্তোষ দিব নোৱাৰে। অসন্তুষ্ট, বি. (সং. অসন্তুষ্ট-অ, নহয়+সস্তুষ্ট, ৰং পেৰা) সন্তোষ-নোপোৱ, বেজাৰ বা খংক, কুষাৰি কৰা, tispleased. অসন্তুষ্টি, স. শ. (সং.) অসন্তোষ, বেজাৰ, কুষাৰি, বেয়া-পাওন, displease, lit- satisfaction. অসন্তোষ, স. শ. (সং. অসন্তোষ, কুৰি--- অ, নহয় + সন্তোষ, ৰং ) বেজাব; কুৰি, cafet, sorrow, want of plea- sure!; displeasure. অসন্দিগ্ধ, বি. (সং, অসন্দিগ্ধ অ, নহয় + সন্দিগ্ধ, আশা-থকা } আশঙ্কা-নথকা, নিঃসন্দেহ; যেনে, অসন্দিগ্ধ মনেৰে, conltless; having no suspicion, অস, বি. (সং. অসম্মত, মা ি...", নহয় + সম্বৰ, মাস্তি) অমান্তি, মত নিদিয়া, unwilling, reluctaut. অসন্মান্, স. *. ( অমান, অসম --অ, নাই+ সম্মান, সম্ভ্ৰম ) অসম, অনাদ, Tai, disrespect. অসভ্য, বি. (সং. অসত্য, সভা-নোহোৱা - অ, নহয় + সভা, সৃভাৰ যোগা) সভাৰ অযোগ্য, বিয়লীয়, বনধীৰ (মানুহহে খাটে } uncivilizel, অস, বি. (সং. অসম, অতুল্য, খলাৰমা অ, নহয় + সম, সমান সমান-নোহাৰ, খলা নমা; অতুল্য, যাৰ সমান নাই, javing 10) tuual, mulnting, 7. *.catta দেশৰ নাম, সৌমাৰ গঠ; এই দেশত প্ৰথমে আহম-জ্ঞাত ৰজা হোৱাত ইয়াৰ আদিবাসীবিলাকে তেঁওবিলাকৰ প্ৰতাপ দেখি তেঁওলোকৰ সমন কেও নাই এনে ভাবি সিবিলাকক “ অসম” বুলিলে; পাচত সেই শব্দ আহম বিলাকে উচ্চাৰণ কৰাত স’ৰ ঠাইত “হ” হৈ ক্ৰমে “আহম” বা আহোম হল; আৰু এই দেশ তেঁও- বিলাকৰ অধীন এতেকে ইয়াকো “অসম ” বেলা গল। সেই অসমেই বিদেশৰ ence, absence. অপহৃষীয়, বি. (সং. অসন্তোষ অং, ঈয়া, প্ৰত্য.) সন্তোষ নোপাৱা,শুগীয়, bhabitt. ally dissatisfied, discontenteel. সমা—অসন্তুষ্ট, আসস্তুষী, সন্তোষ- নোপোৱ বা কেৰ্মাৰ হোৱাকে “অসন্তুষ্ট” বোলা যায়; যেনে, সেই কথা শুনি তেওঁ অসষ্ট হল। “অসন্তুষীয়া, ই সন্তোষ-