পৃষ্ঠা:হেমকোষ.pdf/৭৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মানী ৭৭ মাস মাৰ্জনী, স. শ. (সৎ, মাৰ্জনী, মাজনী--মৃত্ব, ঘঁহি পৰিাৰ কৰ মাজলী, মাহি পৰিষ্কাৰ কৰা যতন, বাঢ়নী, a brush, a broom. মাৰ্জাৰ স, শ. (সং• মাৰ্জাৰ, মেকুৰী--মৃঙ্গ, মা; তাৰ গাটো মজাৰ দৰে পৰিষ্কাৰ, এতেকে) বিল, মেকুৰী, a cat. (স্ত্ৰী) মাৰ্জাৰী। মাৰ্জিত, কদ, বি. (সং. মাৰ্জিত, মজাজ, মাজ) ঘহি পৰিষ্কাৰ কৰা, নিমজ কৰা; ঘহি চোকা কৰা; যেনে, মাৰ্জিত অস্ত্ৰ; অভাসৰ দ্বাৰা ভী হোৱা; যেনে, নাৰ্জিত বুদ্ধি, cleansert by rubbing, whetted, sharpened. মাৰ নাও, স, শ. (বং মাড়, একে লগে জোটা দুখান নাও) এখানৰ সঁতিত অন এখান বান্ধি বহলোৱা দুখান সৰু ats, two boats lashed together siilc hy side. মা, আনু. অব্য. (যা. মাত) হাতে; যেনে, খাজাঞ্চীৰ মাৰ্কত ধন পালো, হাতত, লগত; যেনে, চাকৰৰ মাৰ্কত পঠালো, from, through, by. মা-ভা, গ. শ. (অং. মা, চাউল মাৰ্ভা, আদিৰ আঠা+ ভাত, সিজোৱা চাউল) গত বাটি কৰাৰ আগেয়ে কপাহী সৃত ঠঙ্গা কৰিবলৈ আধা খুন্দা ধান সিজাই কৰা মাড়, a size made ly boiling half-ground paddy for stiffening cotton thread preparatory to weaving. মাল, স. শ. (সৎ, ম, বাহুৰে যুজোভা) বাহুযুদ্ধ কৰো, a wrestler. মাল, স. শ. (যা, মাল, সম্পত্তি) সম্পত্তি, T%, property. মালতী, স. শ. (সং মালতী--মাল, বিষ্ণু +অতৃ, গতি কৰ, বিষ্ণুৰ প্ৰিয়, এঙ্গেকে) এবিধ বৰ সুগন্ধি উত্তম ফুল, a kind of jasmine. মা, স. শ. (সং. মালা-মা, লোহ্) জৰীৰে গঁথা ফুল, মনে মনে উচ্চাৰণ কৰা দেৱতাৰ নাম বা মৰ লেখ ৰাখিবলৈ স্কুলৰ মালাৰ দৰে গধা কাঠৰ বা আন বস্তুৰ গুটি; এতেকে, শ্ৰেণ, শাৰী; যেনে, yaextent, a garland, a rosary, a chaplet, a line, a row. মালাকাৰু, স. শ. ফুলৰ মালা ফৰোতা, মলীয়া, a garland maker. . মালা-মণি, স, শ, মালাৰ দৰে জৰীৰে গাঁথা মণি, ওলমা মণি, a necklane. মালি, স. শ. ( যা. মালিক) গৰাকী, cyfarta, an owner, a master. মালিহা, স. শ. কিনিবৰ আৱশাক বা ইচ্ছা নথকা বস্তুৰ দৰ জিজ্ঞাসা, the act of asking the price of an article with- olt intention of buying. মালিহা মা, কিনিবৰ ইচ্ছা নকৰাকৈ দৰ cotty, to ask the price of an article not intended to buy. মালী, স, শ, (সং. মালি-মালা, গথ। ফুল+ই) মলীয়া, মালা গাঁথ মানুহ; ফুলৰ ব্যৱসায় কৰে; বাৰী চোৱা, a garland maker, a florist, a gar- (dener. (স্ত্ৰী) মালিনী। মা-ভোগ, স, শ. (সং. মাল, বিষ্ণু+ ভোগ, ভোজন; বিষ্ণুৰ ভোজনৰ বোগ্য) এবিধ অতি সোৱাদ আৰু সুগন্ধি কল; যেনে, মা-ভোগ কল; এবিধ জল্পনীয়া চাউল হে ধন; যেনে, মাল-ভোগ ধান্; এবিধ বন শাক; যযনে, মাল-ভোগ শাক, a kind of sweet and good smelling plantain, a kind of pol- herb, a kind of rice. মাল্য, স, শ, ফুলৰ মালা, a garland. মা-খুঁ, স. শ(সং, মল্লযুদ্ধ, বাহুৰে কৰা যুঁজ) বাহৰে বাহুত আঘাত কৰি বা কঁকালে ককালে কৰা যুঁজ, wrestling. মাস, স. শ. (সং, মাস, চন্দ্ৰ। পূৰ্বে চৰ গতি ধৰি ৩ টা তিথি হলে এমাহ গণ্য হৈছিল; এতেকে সেই নাম। কিন্তু এতিয়া চন্দ্ৰ, সূৰ্য্য, নক্ষত্ৰৰ গতি ধৰি ছয় প্ৰকাৰে মাহ গণ যায় } বছেৰেকৰ বাৰ ভাগৰ ott, a month, .