পৃষ্ঠা:হেমকোষ.pdf/৭৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৬৮ মাহেন্দ্ৰ-যোগ ৭ মাসি, বি. (সং.) মাস সম্বন্ধীয়, মাহেকীয়া, ভনীয়েক (আইৰ ভনীয়েকৰ নিচিনা, এমাহ থকা বা মাহেকত এবাৰ, monthly. এতেকে। বিমাতা, আইৰ সতিনীয়েক, মাহ, স. শ. (সং. মাষ, মাটি মাহ; তাৰ a maternal aunt, a step-mother. নিচিনা, এতেকে। মানুহে খোৱা সকলো- মাহী কাট, সেটা বন্ধ মুগা বা এৰিআদিৰ বিধৰ ছেইত হোৱা গুটিৰ আৰু সেই গুটি দৰে পোক উৎপন্ন কৰ; যেনে, এৰিয়ে ধৰা গছৰ সাধাৰণ নাম; যেনে, মাটি-মাহ, মাহি কাটিছে। লেটাৰ গন্ধ পাই মাখিয়ে মণ্ড-মাহ, কলা-মাহ, মচুৰ-মাহ ইত্যাদি। পোক দিয়ে, সেই পোক মুগা আদিৰ গাৰ ছালত হোৱা মাটি-মাহৰ নিচিনা পৰা হোৱা যেন ভাবি মানুহে “মুগা 9f94ccha, the generic name for আদিয়ে মাহী কাটিছে” বোলে, to all kinds of beans or pulse, a wart. produce small maggots as cocoons. মাহ, স, শ, (সং. মাস, বছেৰেকৰ এক মাহী-মেল, স. শ. (অং. মাহী, ঐ+ মেল, অংশ) মাস, বছেৰেকৰ বাৰ ভাগৰ ৰজাৰ সম্বন্ধীয়া মানুহক দিয়া মানুহ) 2015, a month. ৰজাৰ মাহীয়েকক দিয়া মানুহ, মাটি, an মাহনি, স. শ. মাহৰ খেতি, মাহ হোৱা ঠাই, t tostate assigned to the step mother a field where pulse is grown. of the Raja মাহাত্ম্য, স. শ. (সং. মাহান্না--মহাত্মন, মাহীমেলীয়া বৰুৱা, সেই মেলৰ প্ৰধান শ্ৰেষ্ঠ লোক ) মহিমা, দেৱতাৰ শক্তি, far, the head oflice of ditto. মহাত্মা; যেনে, শিৱৰ মাহাত্মা; প্ৰতাপ, মাহুদি, স. শ. (সং. মহৌষধি, বৰ ক্ষমতা, গৌৰৱ, glory, divine vower, মাহুদি-লতা, দৰব) এবিধ দৰবত দিয়া greatness, majesty, might. লতাৰ নিচিনা গছ, শুংশুঙ্গীয়া গছ, a মাহিমূহ, বি, বেগতে কামলৈ আগ বাঢ়িব kind of malicinal plant. নোৱৰা; শীঘ্ৰে কাম কৰিব নোৱৰা, মাহে, ক্ৰি. বি. (অৎ, মাহ, ত্ৰিশ দিন) পাকৈত বা খৰ নোহোৱা, নিচেই জুৰ; মাহেকত, per mensem, monthly. যেনে, মাহিনুহা মানুহে ততৈয়াৰ কাম মাহেক, ২. শ. (অৎ, মাহ, বছৰৰ এভাগ +

  1. 87 castra, slow, not active and এক, সংখ্যা) এমাই, one montli.

shar]. স. শ. কামত ধৰিবলৈ কৰা হেঁহকা মাহেকীয়া, বি. এমহীয়া, এমাহ হোৱা; পিছলা, কামত ধৰি পিলিকি থকা কাৰ্য; যেনে, মাহেকীয়া লৰা, মাহেকত এবাৰ যেনে, এলেহুৱা মানুহৰ মাহিনুহাতে দিন হোৱা; যেনে, মাহেকীয়া শবাধ; এমাহ $79, slowness, sluggishness. থকা; যেনে, মাহেকীয়া অশৌচ, of one সমা—এলেহুৱা, মাহিমুৱা, দুইও প্ৰায়ে month, one month old, monthly, একে অৰ্থকে বুজায়; কিন্তু এলেহুৱা done or happening ouce a month, মানুহে কামত ধৰাত পলম কৰে, ধৰিলে lasting one month. 1. *. wtf বেগাই কৰিব পাৰে; মাহিনুহা মানুহে শ্ৰাদ্ধ, মুতকৰ উদ্দেশে মাহেকত এবাৰ কৰা কামৰ আৰম্ভত যে পলম কৰে, কাম *74€, a monthly offering made to কৰিবলৈ ধৰিলেও বেগাই কৰিব নোৱাৰে, a dead person. এতেকে এলেহুৱাতকৈ মাহিমুহ অধম। মাহেন্দ্ৰ-ক্ষ, স, শ. (সং. মাহেন্দ্ৰক্ষণ, মাহিলি, ক্ৰি. বি. (অং, মাহ, বছৰৰ এভাগ ) মাহেন্দ্ৰ-যোথ, মাহেন্দ্ৰযোগ - মাহেন্দ্ৰ, মাহেকত, মাহেপতি; যেনে, মাহিলি পাচ মহেন্দ্ৰ অৰ্থাৎ ইন্দ্ৰ সম্বন্ধীয় + ক্ষণ, কাল বৰ টকা, monthly. শুভ সময়, বৰ শুভ যোগ, যি সময়ত মাহী, স. শ. (সং. মাতৃম্বৎ; হি মৌসী; আৰম্ভ কৰা কাৰ্য্য বিফল নহয়, a very বং, মাসী, আইৰ ভনীয়েক) আইৰ auspicious moment.