পৃষ্ঠা:হেমকোষ.pdf/৭৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

777 76 geta ate, a blow, death, destruction, two boats lashed to- gether. মাৰ খা, আঘাত প্ৰাপ্ত হ, কিল পা; যেনে, দুষ্টই মাৰ খায়; বন্ধ হ, আঁাপ যা {এই ডাবত কৰ্তাৰ এ বিভক্তি গুচে); যেনে, পেড়াটো মাৰ খালে, to be beaten, to be closed or shut. মাৰ বন্ধু, দুখান নাও গোটাই বান্ধ, to lasli together, as two boats. মাৰ যা, অদৃশ্য হ, নেদেখা হ; যেনে, বেলি মাৰ গল, শুকা; যেনে, চকুৰ পানী মাৰ গল, to go out of sight, to be in- visible, to dry. মাৰি দি প্ৰহাৰ কৰ, to strike, to beat. মাৰি পেলা, বধ কৰ, to kill. মাৰক, বি. (সং. মাৰক--, মৰ} বধ কৰা, প্ৰাণ মৰা; যেনে, মাৰক ৰোগ, fatal, killing. মাৰ, কুদ. স. বধ বা আঘাত কৰা কাৰ্য, the act of killing or striking. মাল, স. শ. (সং. মণ্ডল, মেল বা সমাজ ইয়াৰ মূল হব পায়) বৰ ঘৰৰ সমুখৰ ঘৰ, যত বহি তিৰোতাৰিলাকে বল কৰে আৰু সমাগত তিৰোতাবিলাকেৰে মে পাঙে, an inner apartment in whicli the females work and receive visitors. . মাশী, প. প. ঘৰৰ চাল ধৰা আৰু এ- মাৰলি, মূৰৰ পৰা আন মূৰলৈ ব্যাপা বাহ বা কাঠ, a pole or a long piece of timber or baraboo supportivg the roof of a house. মাৰাত্ম, বি. (সং, মাৰাত্মক—মাৰ, বধ + আত্মক, ইচ্ছুক) মাৰক, বধ কৰা, হত্যা pal, fatal, killing, murderous. মাৰি, স. শ(অং. মাৰ, আঘাত কৰু, তাৰ দ্বাৰা আৰাম্ভ কৰা যায়, এতেকে বাষ্টি, টান; গোটা, গা সৰু এক খণ্ড বাঁহ বা কাঠ, a stick, a rod, a slender pole. মাৰি, স, শ. (সং. মাৰি, মাৰী-, ম} মাৰী, সাজ্জাতিক ৰোগ, মাউৰ, epidemic, plague. . মাৰু, বি. (সং. মাৰক বধ কৰা), মৰাত পাৰ্গত ( ঘাই পতা বা যুজোৱা চৰাইত খাটে); যেনে, মাৰুক ঘাই, মাৰুক FPT}, killing (a term applied to a game cock also to a decoy bird). মাৰৈ, স. শ. (অং মাৰ, বধ কৰ, তেওঁ লক্ষীন্দৰক বধিছিল, এতেকে) মনসা দেৱীৰ চহা নাম; তেওঁৰ কোপ, চান্দ সদাগৰৰ পুতেক লক্ষীন্দৰক সাপে খাই মৰাৰ আৰু লক্ষীন্দৰৰ ভাৰ্যই তেওঁক পুনৰায় জীৱাৰ আখ্যান, the goddess of snakes, the legend of Lukhint- dlhar, son of Chand, who was killed by a snakc-bite, but was revived by his wife. মাৰ্গ, স. শ. (সং. মাৰ্গ, বাট—মৃগ, অন্বেষণ কৰু, বাট বিচৰা খায় বা বাটে দি কোনো বস্তু বিচৰা যায়, এতেকে) বাট, পথ; মলৰ দ্বাৰ, বহিৰ্ধাৰ, a way, a patli, the anus. বুধ মাৰ্গ, স. শ. (সং. মাৰ্গশীষ, আঘণ-মাহ - মৃগশিৰা, এটা নক্ষত্ৰ--এই নক্ষত্ৰেৰে যুক্ত পৃণিমা এই মাহত হয়, এতেকে) আখণ 7. November December. মাঘাত, স. শ. (অং. মাৰণ, বধ কৰণ + মাৰ্ধা, আঘাত, প্ৰহাৰ; আঘাত, টাঙ্গন) বৰ কষ্ট, বৰ হানি; যেনে, অমুকৰ ওপৰত মাৰত পৰিল, great distresk or misfortunc, heavy loss. মান্বত বা মাৰ্ধাত মাৰু, বহু বস্তু অপহৰণ কৰ বা বলেৰে নি; যেনে, অমুকৰ ঘৰত চোৰে মাৰাত মাৰিলে; বৰ হানি জম্ম; যেনে, অমুক ভায়েকে মাঘাত মাৰিলে, to steal or forcibly take e very large amount, to cause a great loss. মাৰ্ক, কদ, স. (সং, মাৰ্জন, মাজন-মৃত্ব, মা) ঘহন, মজ, the act of rubbing or wiping,