পৃষ্ঠা:হেমকোষ.pdf/৭৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাউৰ। pin of a lock on which the key turus, a pivot. মাইকী, স. শ. (অ. মা, আই; সন্তানৰ মক হয়, এতেকে। স্ত্ৰী, তিৰোতা; স্ত্ৰী; মাতৃ, a woman, a female animal, a mother. মাইকী-পোৱালি, স. শ, পোৱালিৰ মাইকী-পোৱালী, সৈতে মাইকী; সন্তান- যুক্তা স্ত্ৰী; ৰূপ সোণৰ মোহৰ মৰা যতন ( সি দুখণ্ড, এতেকে), a lam with her offspring, a mother with her child, dies for coining. . মাই-শুটীয়া, স. শ. (অ. মাহু-গুটীয়া, মাহৰ নিচিনা। এবিধ ধান, kind of paddy. মাই, স, শ. ( অ.. মাৰ, প্ৰহাৰ) প্ৰভাৱ শক্তি, প্ৰবলতা; যেনে, কিলৰ মাইৰত চোৰে সৈ কৰিলে; হিলৈৰ গুলী যিমান qaca aty, force, violence, the range a of Hill, . মহেশ, স, শ, {সং, মহেশ-সহ, শ্ৰেষ্ঠ+ঈশ, ঈশ্বৰ) সদাশিৱ, ১৫. যহে, ম. শ, { সং, মহেশ্বৰ-মহ, শ্ৰেষ্ঠ + ঈশ্বৰ, দেৱতা) সদাশিৱ, St. {ী } মহেশ্বৰী, দুৰ্গা। মহোৎসৱ, স. শ. ( স. মহোসঃ-~-মহ, ভাঙ্গৰ উৎসৱ, আনন্দৰ কাৰ্য) ভাঙ্গ উস, অনেক লোকে গোট খাই কৰা ভাঙ্গৰ আমোদ, a great festival or jubilee . মহোদয়, স. শ. {সং. মহোদয়-মহ, শ্ৰেষ্ঠ + উদয়, দীপ্তি) শ্ৰেষ্ঠ লোক, ডাঙ্গ মানুহ, মান্ত ব্যক্তি, secut man, a respectable man. মহৌষধ, স. শ. (সং. মহৌষধ, মহৌষধি মহৌষধি, মহ, শ্ৰেষ্ঠ + ঔষধ, দৰব ) উত্তম দৰব, পৰিমাণী ঔষধ, ul infallille medicine. ম-খটি, স, শ, { অং. মহ, মহিষ +খুঁটি, মহ বন্ধা ঠাই। ৰাতি অনেক মই একে qust tary die, a place where buffalves arv kept together at night, , মহ-গুৱা, স. শ. (অ, মহু, মহিষ+ গুৱাল, মহ্ ৰখীয়া মই ৰখীয়া মানুহ, a buffalo- keeper. মহুৰঞ্জীয়া, বি. { অ, মহ, মশক + সং. ৰঞ্জ, বৰণ লগা) মহৰ বৰণীয়া, অলপ কলা-মুগা, dirty-brown. মক্ষিকা, স. শ. (সং. মক্ষিকা--ম মিহলি কৰ } মাখি, ally. মা, স, শ. ( স. মাতৃ, আই) আই, a inuthe.. মাই, স. শ. ( মোমাই শব্দৰ স্ত্ৰীলিঙ্গ) মোমাইৰ ভাৰ্যা, maternal uncle's wife, মাইকাঠী, স. শ. ( তাৎ, মা, মধ্য+কাঠী, শলা) যন্তৰৰ ডি বা আঁতৰ ঘূৰা মাৰি; সঁচাৰৰ ভিতৰত থকা আৰু সঁচাৰ কাঠৰ মূৰ সোমোৱা ক্ষুদ্ৰ শলা; এতেকে যি

  • লা বা মাৰিৰ মূৰত কোনো বস্তু ঘূৰে,

the axle of a spinning wheel, the মাই, ভা, অবা. হাতীক আঁঠু কছাৰ পৰা তুলিবলৈ মতা মাত, a word used to inake an elephant rise from a knculing postare. মাইহা, স. শ. ( আহম. } ৰজা আৰু আহম গঙ্গৰীয়াবিলাকে ভাত খোৱা ৰূপ সোণ আদিৰ খুৰা লগোৰা পাত্ৰ, a metallice plate used by Alams of rank. . মাউ, স, শ, (অ, মখা, সমুহ) একে লগে থকা জন্তু বা মানুহৰ সমূহ, a group, a multitude. মাউথ পাতু বা মাউথ বান্ধু, একত্ৰ হ, লগ লগ, সমাজ পা, বান্ধ, to wornbine together. মাউখে, ক্ৰি. বি. অনেকে একে লগ হৈ, গোট খাই; যেনে, মাউখে উটিলে গুড়ি পৰুৱাৰো মৰণ নাই, it a lowly. মাউত্, স. শ. (সং. মহামাত্ৰ; বৎ. মাহুত, হাতী ৰখীয়া) হাতী-চলাওঁতা, a cle. phant driver, , মাউ, স. শ. (অ. মা, বৰ কৰ} সাব-