পৃষ্ঠা:হেমকোষ.pdf/৭৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহামায়া মহেন্দ্ৰ। মহামায়া, ম. শ. (সং. মহামায়া-মহ, প্ৰধান+মায়া, ভ্ৰান্তি। সেই ভ্ৰান্তি যাৰ ধাৰা মানুহবিলাকে জগতৰ বস্তুবিলাক ভাল যেন জ্ঞান কৰি সংসাৰত বদ্ধ হৈছে। দুৰ্গা ( তেওঁ সেই প্ৰম জন্মায়, এতেকে }, worldly illusion, Durgu. মহাৰথ, স, শ, (স. মহাৰথ—মহা, শ্ৰেষ্ঠ +ৰথ, এবিধ যান; শ্ৰেষ্ঠ ৰথ আছে যাৰ) বৰ বীৰ, বৰ যোদ্ধা, a night.y warrior. মহাখী, স. শ. (সং. মহাৰথি-মহা, শ্ৰেষ্ঠ +ৰথ, যান+ ইন্) বৰ বীৰ, পৰাক্ৰমী 1977, a great warrior. মহাৰ, স. শ. {সং. মহ, শ্ৰেষ্ঠ + ৰস, তৰল বস্তু) বস, হেলৰ পৰা কৰা বা আকত হোৱ জলজলীয়া তৰল বস্তু, (juicksilver'. মহাৰাজ, স, শ. (সং. মহাৰাজমহ, শ্ৰেষ্ঠ + ৰাজন, ৰজা) ডাঙ্গৰ ৰজা, চক্ৰ বৰ্ত্তী ৰজা; ৰজাক সম্বোধন কৰা মত, an en peror. মহাৰ্ঘ, বি. {সং. মহা-মহা, অধিক + অৰ্থ, মূল্য) মৰগ, অধিক ধন ভঙ্গ, costly, lear. মহাৰ্ণব, স, শ, (সং, মহাৰ্ণৰ মহা, বৃহৎ+ অৰ্ণৱ, সাগৰ ঘাই সাগৰ, বৃহৎ সাগৰ, the ocoan, biglı seas. মহাশক্তি, স. শ. (সং, মহাশক্তি-মহা, শ্ৰেষ্ঠ +শক্তি, দেৱী) দুৰ্গা দেৱী, 1 large. মহাশয়, স. শ. {সং. মহাশয়--মহ, শ্ৰেষ্ট + আশয়, মন মহামতি, শ্ৰেষ্ঠ লোক; ভদ্ৰলোকৰ সম্বোধন, a gential, Sir. মহিমা, স. শ. (সং, মহিম-মহৎ, শ্ৰেষ্ঠ + ইম) মহাত্মা, দেৱতাৰ শক্তি; যেনে, দুৰ্গাৰ মহিমা, গৌৰৱ, প্ৰভাৱ, প্ৰতাপ, glory, divine power, greatness, dignity, power. মসিমুৰ, “মষিমূৰ চোৱা। মহিলা, স. শ. (সং. মহিলা-মহু, পূজা ক ) স্ত্ৰী, তিৰোতা, a woman. হিষ, স. শ. (সং. মহিষ---মহ, পূজা কৰ) এজাতি শিঙ্গাল জন্তু, মহু, a buffalo. (স্ত্ৰী) মহিষা। মহিষাসুৰ, স. শ. (সং. মহিষাসুৰ-মহিষ, মহ + কাসুৰ, দৈত্য } মহৰ আকৃতি ধৰা এটা অসুৰ, তাৰু দুৰ্গাই বধ ৰে, the name of a lemon, মহিষী, স. শ. (সং. মহিষী--মহু, পূজা কৰ, মানুহে সম্মান কৰে, এতেকে) ৰজাৰ ঘাই কুৱৰী, পটেশ্বৰী; মাইকী মহ, a (jneeti, female buffalo. মহী, স. শ. (সং. মহীম, পূজা কৰ) পৃথিৱী, the earth. মহী, স. শ. {সং. মাসী, কালি) আখৰ লেখা জোল, ink. মহী, স. শ. { স’, মূযী, ধাতু দুৰ কৰা পত্ৰ) ধাতু দ্ৰৱ কৰা মাটিৰ পাত্ৰ, 2L (eilte. মহী-চুঙ্গা, স. শ. (অ. মহী, আখৰ লেখ। জোল+ চুঙ্গা, পোেলা বস্তু) মৈলাম, মহীৰ পাত্ৰ, an inlistanit. মহীতল, স. শ. {সং. মহীউল----মহী, পৃথিৱী + তল, পৃষ্ঠ ভাগ ) পৃথিৱী, the earth. মহীপতি, স. শ. {সং. মহীপতি--মহী, পৃথিৱী+পতি, গৰাকী ৰজা, a king. মহীপাল, স. শ. ( স. মহীপাল--মহী, পৃথিৱী+পাল, ৰক্ষা কৰা ৰজা, a king, মহীয়া, বি. এমহা জোখৰ, এমহা মুল্যৰ; Gate, weighing or valued one- fourth of a ripce, relating to a mouth. মহুৰা, স, শ, তঁত ববলৈ ইকৰাৰ চুঙ্গাত মেৰোৱা সূতা; পালেঙ্গৰ মূৰৰ ফালে লগোৱা গোটা কাঠি, a piece of reed with thread wound on it for weav- ing, a rod of a bed railing. মহুৰা পকা, মহুৰা-কাঠীত সূতা মে, to wind thread on a quill. মহুৰা-কাঠী, স, শ, বধৰ কাৰণ সূতা মেৰোৱা ইকৰাৰ চুঙ্গা, a weavers {juill. মহেন্দ্ৰ, স. শ{স, মহেন্দ্ৰ-মহ, শ্ৰেষ্ঠ ইন্দ্ৰ, স্বৰ্গৰ ৰজা) সৰ্গৰ ৰজা, ইন্দ্ৰ দেৱতা, the king of the gods.