পৃষ্ঠা:হেমকোষ.pdf/৭৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গত। one তিক বোগ, মৰক, অনেকক একে বাৰে ধৰা ৰোগ; অহনী, an epidemical discase, cholera. মাউৰা, বি, { অং. ম, মৃত হ) পি, মাতৃ দুধ্যে বা এজনা নথকা { লৰাত খাটে।, bereft of both parents or of them, স, শ. পিতৃ, মা, সুয়ো বা এজনা নথকা লৰা; যেনে, মাউক 7 #fany, an orphan. (01) fa. স. শ. মাউৰী। মাউৰীয়া, বি. (অৎ, মাউৰ, সাজাতিক ৰোগ } সাঙ্ঘাতিক ৰোগে ধৰা; অহনীত tay, attacked with cholera or some other pestilential disease. মাংস, স. শ. {সং. মাংস—মন, ইচ্ছা কৰ} মঙ্গহ, desh. মাংসস্থি, স, *. (সং. মৎসখস্থি-মাংস, মঙ্গহ+এস্থি, গাঁঠি বা খোপা) শৰীৰৰ কোনো কোনো ভাগত খোপ খাই ঘিলাৰ দৰে হোৱা মহ; তাৰ দ্বাৰা গাৰ অকামিলা ৰস পৃথক হয়, a gland, মাংসপিণ্ড, স. শ. (সং. মাংসপিণ্ড-মাংস, মঙ্গহ + পিণ্ড, ঘূৰীয় খণ্ড) এভোখৰ ডাঙ্গৰ মহ, a lump of flesh. মাংসাশী, বি. (সং. মাংসাশি-মাংস, মহ + আশি, খোৱ~-অশ, ভোজন ক) মঙ্গই খোৱা, flesh-cating, car- pivorous. মাংসাহাৰী, বি. (সং, মাংসাহাৰি+ মাংস, মহ+আহাৰি, খোৱা) মহ খোৱা, flesh-eating, carnivorous. মাক, স. শ. এবিধ হাবিত হোৱা গছ, কাৰাগৰ গছ, a kind of plant. মাকৰি-ঘিলা, স. শ. এবিধ ঘিলাৰ নিচিনা কিন্তু তাতকৈ সৰু লৰ গুটি আৰু তাৰ গছ, a kind of large climbing plant and its seeds which grow in a large pod; the latter are used by children in playing a game. মাকৰী-সমী, সশ, (সং. মাকৰীসপ্তমী মাকৰী, মকৰ শিত উপ + সপ্তমী, এক ভিখি) মাৰ্ঘ সপ্তমী, মাঘ-মাহৰ শুক্লা সপ্তমী, a fathing festival in the month of Magh. মাকো, স. শ. (সৎ, ম, গতি কৰ , বং মাকু, জাত বোৱা যতন } আঁতৰ দীঘ সূতাৰ মাজে বাণি-সূল সৰকোৱা যতন, a weaver's shuttle. মাখন, স. শ. (হিং. বং. মাখন, নৱনীত ) লৱনু, গাখীৰ মৰ্থি উলিওৱা তেলেতীয়া বস্তু বা গাখীৰৰ সাৰ ভাগ, butter. মাখি, স. শ. (সং. মক্ষিকা, হিং. মদি; ব, মাছি, এবিধ পতঙ্গ } এবিধ পাখি লগা পোক, a fly. মাখিছাল, স. শ. (মাখিৰ ছালৰ দৰে পাতিল ঘাই ছালৰ ওপৰৰ নিচেই পাতল হাল, cuticle, cpidermis. মাখি-মৰা, স, শ, এবিধ মাখি বধ কৰা সঁজুলি, a ſy-tlar মাখি-মৌ, স. শ. এবিধ ক্ষুদ্ৰ মৌ-মাখি, a kind of small bee. মাখিয়তী, স, শ, এবিধ সৰু লতাৰ নিচিনা গছ, গৰুক বছেৰেকলৈ ভঁহ আৰু মাখিৰ পড়াৰ পৰা ৰক্ষা কৰিবলৈ বহাগৰ বিহুৰ দিন তাৰে কোবোৱা যায়, এজেকে সেই নাম, a kind of srnall shrub, “মাখি- লতি” এনেও হয়। মাধুৰ্শী, স, শ, (হি. মনী, “মখনা" শব্দৰ স্ত্ৰীলিঙ্গ) মাইকী হাতী, a female ele- phant. . মাগ, স. ধ. {হিং, মাংনা, ভিক্ষা কৰ) ভিক্ষা কৰ, সাজ্ঞা কৰ, to beg, to solicit, to ask, as alms. মাগধূ, বি. মগধ দেশৰ, pertaining to Magadha. মাগন, কুদ, স. ভিক্ষা কৰা কাৰ্য, the act of begging alms. মাগনী, ৭. শ. মাগি খোৱা তিৰোতা, a female beggar. বি. মাগি খোৱা (ী); যেনে, মাগনী বুঢ়ী, supported by alms (Fem.). মা, স. শ. (গৎ, মাখ-মধ্য, এটা নক্ষত্ৰ,