পৃষ্ঠা:হেমকোষ.pdf/৭৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মদিৰা। a man ৰূপে মদত ৰত লোক, মদ পলক (স্ত্ৰী, পুং), one addicted to spirituous liquors, a drunkard. মদিৰা, স. শ. {স, মদিৰাম, উল্লাসিত হ) সুৰা, মদ; ফটিকা, wine, spiri- tuous liquor. মদোত্ত, বি. (সং. যদোও-মদ, সুৰা, অহঙ্কাৰ + উন্মত্ত, বলিয়া } মদ খাই হোৱা বলিয়া; অহঙ্কাৰৰ দ্বাৰা অজ্ঞান, মদমত্ত, drunk, arrogant. শ, স. শ. (সং. মদ্ৰৰ-মদ, আনন্দিত

  • ) 7767 , the sheet fish

or Siluroid. Silarus glanir. ম্য, স, শ, (সং. মদ্য—-মদ, বলিয়া কৰ) সুৰা, মদ, ফটিকা, wine, spirituous liquor. মদ্যপায়ী, স. শ. (সং. মদ্যপায়ি-মদ, ম + পাৰি, পিয়া) মদাহী, মদী, addicted to spirituous liquors. (স্ত্ৰী) মদ্যপায়িনী। মধা, স, শ, ভাঙ্গৰ আটি, মুঠা, পোলা; যেনে, খৰিৰ মধা, a large bundle of rood, &c. মধু, স, শ, (সং. মধুম, আদৰ ক) মৌ

ফুলৰ মিষ্ট ৰস; মিঠা সুৰা, ফুলৰ

মৌ বা স্ট্ৰাক্ষাৰ ৰসৰ পৰা কৰা মদ; এতেকে ফটিকা, honey, flower honey, wine, spirit. মধু-ক, স, শ, {স. মধুকৰ-মধু, মৌ+ক, ক) মৌ মাখি, ভোমোৰা, a vee, a humble bee. মধু-কোষ, স, প. ( সৎ, মধুকোষ-মধু, মৌ+কোষ, ভঁড়াল) মৌ-কোহ, ৰ ঘৰা, মৌৰ ৰাহৰ মৌ থকা ভাগ, honeycomb. মধুনা, স, শ, (সং. মধ্য, মা) থোক মেলা কলা গছৰ মাৰ ডিল বা সাৰ, the heart of a plantain tree. মধুপৰ্ক, স. শ. (সং. মধুপৰ্ক—মধু, মিঠা +পৃছ, ছটিয়া) দেৱতাক বা আদৰণীয় লোক খৰলৈ আহিলে ভাগৰ পমুৱাৰ নিমিত্তে তেওঁক পাণ কৰিবলৈ দিয়া বিউ, মধ্যম। মৌ আৰু দৈ-গাখীৰ, a refreshing draught consisting of curd, ghco and honey offered to a god or a respectable guest on his arrival. মধুপুৰ, স. শ. মধুৰা নগৰ, a name of মধুপুৰী, Mattra. মধুপুৰীয়া, বি. (মধুপুৰ, কেঁচবেহাৰত শঙ্কৰ দেৰে স্থাপিত কৰা এক সত্ৰ) মধুপুৰ সত্ৰৰ ধৰ্ম্মত প্ৰবা, মহাপুৰুষীয়া, fil- lowing the Mahapurusin sect. 4. শ, মহাপুৰুষীয়া ধৰ্ম্মত চলো, a fol- lowing of ditto. মধুফ, স. শ. {সং. মধু, মিঠা + ফল, গছৰ গুটি ) অমৃতা, fruit of the ]xjoy! tree. মধুময়, বি. (সং. মধুময়-মধু, মে+ময়, তুল্য) মৌৰ নিচিনা, বৰ সোৱাদ; সন্তোষ দিয়া, sivect, agrecable, মধুৰ, বি. (সং. মধুৰ—মধু, মৌ} মোৰ নিচিনা, সোদ, মিঠা; সন্তোষ-লগোৱা, sweet, agrecable, pleasant. মধুৰ, গু. শ, মধুৰ গুণ, sweetness, মধুৰিপু, স. শ. (সং, মধুৰিপু-মধু, এট। দৈত্য+ বিপু, শত্ৰু, মধুক বধিলে, এতেকে) মধুসূদন, বিষ্ণু, a name of ave tv, মধুৰি-আ, স, শ. (সং. মধুৰ, সোৱাদ + অং. আম, এবিধ ফল। এবিধ ফল, সঁফুৰি 7, the guava tree and its fruit. মধুসূদ, স. শ, (সং. মধুসূদন—মধূ, এটা দৈত্য + সূদম, নাশ কৰো) মধু দৈত্যক মাৰোতা, বিষ্ণু, #sea. মধ্য, স. শ. (স. মধ্যমা, সৌন্দৰ্ষা+ধা, ধাৰণ কৰ) মজ, ভিতৰ; কঁকাল, mid- dle, centre, the waist. মধ্যবৰ্তী, বি. (সং. মধ্যৱৰ্তন—মধ্য, মাজ+ বৃত্, থাক্‌+ইন) মাজত থকা, মাজৰ, central. . মধ্য, বি. (সং.) মজলীয়া, বৰ ভাল নো- হোৱা বেয়াও নোহোৱা; নিচেই গৰ নোহোৱা, নিচেই সৰুও নোহোৱা; মা, middling, middle-born, central.