পৃষ্ঠা:হেমকোষ.pdf/৭৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মধ্যস্থ। 98% মধ্যস্থ, বি. (সং, মধ্যস্থ-মধ্য, মাজ+ স্থা, থা) মাজত থকা, মধ্যবৰ্তী, central. স, শ, দুই পক্ষৰ দন্দভঙ্গ মেলুৱাই, an arbitrator, a mediator. মধ্যস্থতা, গু. শ. মাজত থকা অৱস্থা; মধ্যস্থৰ কাৰ্য্য; যেনে, এই বিবাদত মধ্যস্থতা কৰিব কোনে? the state of being in the middle, mediatorship. মধ্যস্থল, স. শ. (সৎ, মধ্যস্থল—মধ্য, মাজ + সুল, ঠাই) মাজ ঠাই, centre. মধ্যাঙ্গপুষ্ট, বি. (সং. মধ্যাঙ্গপুষ্ট-মধ্য, মাজ + অঙ্গ, গাৰ অংশ+পুষ্ট, শকত) ডাঙ্গৰ কঁকালযুক্ত, having a thick waist. ( খ্ৰী) মধ্যাঙ্গপুষ্টা। মধ্যাহ্, স. শ. (সং, মধ্যাহ্ন-মধ্য, মাঙ্গ+ অহন, দিন দুপৰ, দিনৰ মাজ ভাগ, the noon. মন্, স. . (সং. মন, বুজ) অৰ্ক, দেখ, চকুৰে দেখি চিনিব বা বুজিব পাৰ। যেনে, বুঢ়া মানুহে আখৰ নমনে, to discern. মনন, কদ, স, মনা বা দেখা কাৰ্য, দেখন, the act of discerning. মনঃশিলা, স. শ. (সং. মনঃশিলা---মনস, মন + শিলা, শিল) এবিধ ৰচীয়া হাই তালৰ নিচিনা আকৰত হোৱা বস্তু, red arsenic. . মনসা, স, শ, (সৎ, মনসামন, মন; সকলোৰে মনৰ প্ৰিয়, এই ভাবত) দুৰ্গাৰ এক ৰূপ, বিষহৰী, the goddess of snakes, “বিষহৰী” চোৱা। মনস্তত্ত্ব, স, শ, (সং. মনস্তত্ব-মম, মম + উত্ব, সভ্য) মনৰ গুণ আৰু স্বভাৰ gletal fourt, mental philosophy. মন, বি. (সং. মনঃস্থ; মনস+স্থা; মনত থকা) মনত থকা, মনেৰে ভৰ, intended, desirex, স, শ. স্থিৰ বাঞ্ছা বা ইচ্ছা, অভিপ্ৰায়, intention, desire, will, resolution. মনা, , , { অং. মান্, সম্ভম কৰ, বিশ্বাস ক) লোকৰ দ্বাৰা সম্মান কৰা; বিশ্বাস sal, to cause to be respected, tu cause to believe. মনাই, স. শ. { অৎ, মন, চিত্ত) মন, চিত্ত, অন্তঃকৰণ (পদ্য); যেনে, দিন যায়ৰে যায়, হৰিৰ পাৰে নজিয়া কি কৰ মনাই,” the ruind. মনা-কচু, স. শ. {সং. মানক; বৎ, মানকচু, এবিধ কচু) এবিধ ডাঙ্গৰ জাতিৰ বৰকৈ খজুওৱা বনৰীয়া কচু, a kind of arum. মনিছ, স. শ. “মনুষ্য” শব্দৰ অপভ্ৰংশ। মনিয়ৰি, স. শ, এবিধ চৰাই; এবিধ ধান, শুৱাগমণি ধান, a kind of bird, a kind of paddy. মনু, স, শ, (সং. মন, বুজিব পাৰ) ব্ৰহ্মাৰ পুতেক আৰু মনুষ্যবিলাকৰ আদি পুৰুষ। শাৰ মতে মনু চৈধ্য না; এই চৈধ্য খনাই অগা-পিচাকৈ জগতৰ অধিকাৰ মধ্যাহ্ন-সদ্ধা, ২. শ. (সং, মধ্যাহ্নসন্ধ্যা মধ্যাহ্ন, ঐ+ সন্ধ্যা, ৰাতি পুৱা, দুপৰীয়া, আৰু গধুলি কৰা উপাসনা) দুপৰীয়া ব্ৰাক্ষণদিয়ে কৰা দেৱতাৰ আৰাধনা, mid-day worship ম, স. শ. (সং. মনস্; মন, বুজ) মতি, চিত্ত, আশয়, বোধ, চৈধ্যটা ইন্দ্ৰিয়ৰ এটা, the mind. মন্ কৰ, মন দি, মনোযোগ কৰ, মন লগা, to pay attention. মন খা, মন লাগ, মনোনীত হ, ভাল পা, to like, to choose. মন্ যা ইচ্ছা হ, পাবলৈ বাঞ্ছা কৰ, to desire, to wish. মন পা, মন বুজ, আশয় পা, to under- stand one's inner feclinys. . মন পোৰ, লোকৰ দুখত দুঃখিত হ; যেনে, বন্ধুলৈ মন পোৰে, to sympathize. মন বাছু, কোনো বস্তু এবাৰ পাই আৰু অধিক পাবৰ ইচ্ছা হ; যেনে, যেতেক বায় ধন, তেন্তেক বায় মন; সাহ বাড়, to increase, as desire or courage. মন্ যে, ইচ্ছা কৰ, বাঞ্ছা কৰ, to wisli, to intend. 46