পৃষ্ঠা:হেমকোষ.pdf/৭৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মধনী। 988 as a মধনী, স, শ. (সং, মথ, ঘেটু) ঘোটনী, মাখন কৰিবলৈ গাখীৰ ঘোটা মাৰি, a chmurning-stick. মধৰি, স. শ. (সং, মস্তক, বং মাথা+উৰু, পিন্ধ) পাগুৰিৰ দৰে মূৰত মেৰোৱা কাপোৰ, a cloth wrapped round the head. মথাউৰি, স, শ, { অং. মৰি, ঐ; নৈৰ মধাৰি, পাগুৰি নিচিনা, এতেকে) বাঢ়নী পানী ভেটিবৰ কাৰণ নৈৰ গতিত বন্ধ et estra, an embankment, along the edge of a river, a dike. মথি, কদ, বি. (সং. মৰ্থিত-মথ, ঘেটু। মথ, ঘোঁটা, stirred, churned. খুৰা, স. শ. আঘাত থকা এক মগৰ, ভাত কৃষ্ণৰ জন্ম হৈছিল, এতেকে সি এক তীৰ্থ, a town in the North-West Provinces celebrated the birthplace of Krishna and consequently as Hindu shrine. মদ, স. শ. { সং, মদ- মদ, বলীয়া হ) মদ্য, সুৰা, ফটিকা; বলিয়া হাতীৰ কাণসতাৰ বিন্ধাই দি ওলোৱা এবিধ সুগন্ধ ৰস, হাতী-হিমেজু, অহঙ্কাৰ, গৰ্ব্ব, wine, spirituous liquor, the juice flowiny fron an elephant's temples when the animal is mast, pride. মদন, স. শ. (সং. মদন-মদ, বলিয়া ক) কামদেৱ চিৰোবাৰে সহবাসৰইচ্ছা, lust. মদন-কলি, স, শ. (সং. মদনকেলি, মদন- মান-ক্ৰীড়া, ক্ৰীড়া-মদন, কাম+কেলি, ক্ৰীড়া বা ধেমালি ) শৃঙ্গাৰ, খ্ৰীপুৰুষৰে পৰস্পৰে কৰা চুম্বন আলিঙ্গন আদি, মভা তিৰোতাৰ প্ৰেমালাপ, sexual inter- course, dalliance. মদনা, স, শ, (হিং, মনা, ভাটৌ ) এবিধ ভাল ভাটো, a kind of parrot. মদপড়া, স. শ. (সং. মদনড়া-মদন, কামদেৱ + পড়া, দুখী কামপীড়া, কাম- দেৱে লোৱা পীড়া, তিনোতা.. মাৰ সহবাসৰ ইচ্ছা প্ৰবল হৈ হোৱা তুখ, the মদ, বি. (সং, মদ্যপত, মদ পান কৰা} ফটিকা খোৱা, মদত ৰত, মদাহী, addic- ted to spirituous liquors. *. *. মদ খোৱা লোক; মদত বৰকৈ ৰ লোক, one addicted to spirituous liquors, a drunkard. মদ-মত্ত, বি. {সং. মদমত্ত-মদ, সুৰা, অহঙ্কাৰ, হাতী-হিমেজু + মঙ, বলিয়া) মদ খাই হোৱা বলিয়া; অহঙ্কাৰেৰে মত্ত; মদ-বাৰি সুবি বলিয়া হোৱা, বলিয়া ভিওৱা; যেনে, মদমত্ত হী, drunk, very proud, mast as an elephant. মৰুৱা, বি. ( অৎ, মদাৰ, এবিধ গছ) মদাৰ কাঠৰ দৰে কোমল, অকাঠী, সাৰ নথকা, soft (said of wood). মলিয়া, অ, ধ, ধৰৰ চালৰ মুখত খেৰ বান্ধু, দপৰালি বা। মদবাৰি, স. শ. {সং, মদৱাৰি-মদ, হাতী- হিমেজু+বাৰি, পানী) বলিয়া তিৱা, হাতীৰ কাণৰ পৰা ওলোৰা ৰস, হাতী- fecun, the juice flowing from the temples of an elephant when mast. মদাঙ্ক, স. শ. (সং. মদাতঙ্ক---মদ, ফটিকাৰ ৰাগী + আতঙ্ক, ভয় ) অধিককৈ মদ খোৱাৰ পৰা হোৱা এবিধ ৰোগ, তাৰ দ্বাৰা মানুহৰ জ্ঞানব বিকৃতি হৈ সকলো- লৈকে ভয় আৰু বন্ধু লোকে শত্ৰু যেন Coty , delirium tremens. মদাৰ, স. শ. (সং. মন্দাৰ; হিং. মদাৰ; বং, মাদাৰ, এবিধ গছ এবিধ ৰঙ্গা ফুল ধৰা কঁইটীয়া গছ; তাৰ বগা ফুল ধৰা এজাতিও আছে, তা বগা মদাৰ catary 47, the coral tree, Erythrina indicu (Gamble). মদাষ, বি. (সং. যদা-মদ, অহঙ্কাৰ+অল্প, কপা) অহঙ্কাৰৰ দ্বাৰা কপা, মম, blind with pride. মাহী, বি. {সং মদ্যাশ, মদ খে) মদপ, মদত ৰত, সুপায়ী, addicted to spirituous liquors. . . অতিশয় pangs of lust. ,