পৃষ্ঠা:হেমকোষ.pdf/৭৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মতাৱলম্বী 980 মথন বিধান অনুসাৰে; যেনে, শাষৰ মতে, দৰে, প্ৰকাৰে; যেনে, ভাল মতে, a৫- cording to the tenet or doctrine of, agreeably. মতোৱাল, বি, “মতলীয়া” চোৱা। ম-গঞ্জ, বি. (সং. মগজ, বলিয়া হাতী ) ডাঙ্গৰ, শকত, বলী { পুৰুষত খাটে); যেনে, মঙ্গজ মুনিহ, strong and stuut (said of it man). মভূগৰ্ব্ব, স. শ. ( স. মদগৰ্ব্ব, অহঙ্কাৰ) অহঙ্কাৰ; মইমতালি, pride,selfeconceit, মভৃগী, বি. অহঙ্কাৰী, মইমত, আপোনাৰ ইচ্ছাৰ দৰে চলা, , self-conceited. মত্ত, বি. (সং. মত্ত-মদ, বলিয়া হ) বলিয়া, ৰাগীয়াল বস্তুৰ, আনন্দব বা খঙ্গৰ দ্বাৰা জ্ঞানহীন হোৱা; যেনে, ভাং খাই মত্ত, আনন্দত মঙ, খঙ্গত মও, intoxicated by drugs ur withe pleasure or lect, lage, mad, অমিল; যেনে, দুই পণ্ডিতৰ মতান্তৰ হৈছে; আন এক মত বা বিধান; যেনে, এই বিষয়ত মতান্তৰ আছে, difference of opinion, a different opinion. মতাৱলী, বি. (সং. মতাৱলম্বি-মত, উপদেশ+অৱলম্বিন, আশ্ৰয় কৰা অৱ- ল+ই} কোনো এক মত অনুসাৰে চলা; যেনে, হিন্দু-মাৱলী, following a particular (loctrine or tenet. 4. *. কোনো এক বিধান বা পথত চলা লোক; যেনে, ব্ৰাহ্ম-মতাৱলীবিলাকে, a fol- lower of ditto. মতি, স, শ, (সং. মতি--মন, বাঞ্ছা কৰু ) মন, বুদ্ধি; আশয়, মনৰ গতি; যেনে, সেই লৰাৰ মভিটি ভাল, mind, intel- inclination, mental position. মতিচ্ছন্ন, বি. (সং. মতিচ্ছন্ন-মতি, বুদ্ধি + চ্ছন্ন, নষ্ট ) নষ্টবুদ্ধি, জ্ঞানহীন, হতবুদ্ধি; যেনে, মতিচ্ছন্ন হোৱা মানুহ বলিয়া, of terangeal intellect. স. শ. বুদ্ধিৰ নাশ বা বিকাৰ; যেনে, তাৰ মতিচ্ছন্ন ERE, luss of intellect, disturbance of understanding. . মতি-ভ্ৰ, স. শ. { সং, মতিভ্ৰম~মতি, মন +প্ৰম, ভুল ) বুদ্ধিৰ ভ্ৰম, বুজাত হোৱা they are an error, a mistake, misap- prehension, মতি, বি. (সং. মতিমা-মতি, বুদ্ধি + মৎ, যুক্ত। বুদ্ধিযুক্ত, বুধিয়ক, জ্ঞানী, intelligent, sensible. স. শ. বুদ্ধিমন্ত Ct, a sensible mau. মতি-হীন, বি. (সং. মতিহীন--মতি, বুদ্ধি + হীন, নথকা বুদ্ধিহীন, অজ্ঞানী, stupid, ignorant. মঙুল, বি, লোণ তেল টেকা আদি কম বেচ নোহাৱাত খাবলৈ ভাল লগা (আঞ্জাত RYCH ), toothsome, palatable. (77 চলিত নহয়)। মতে আনু, অ, (সং, মত, বিধান, বিধি) মত্ততা, ও. শ. ম হোৰ। অৱস্থা, বলিয়ালি, intoxication, ladiess, মৎসা, স. শ. (সং, মৎস্য-মদ, সন্তুষ্ট ) , a fish in general. মৎসৱতাৰ, স. *. ( স. মৎস্যৱতাৰKuldhar Rabha (talk) মৎসা, ঐ+অৱতাৰ, শৰীৰ গ্ৰহণ) বিষ্ণু প্ৰথম অৱতাৰ, প্ৰলয়ৰ ফলত নষ্ট হোৱা বেদ উদ্ধাৰিবৰ কাৰণে বিৰুৱে লোৱা আধা মাছ আধা মনুষ্যৰ আকুতি, one of the incarnations of Vishnu, which was partly fish and partly man. . মৎস্যশী, বি. (সং, মৎস্যাশি—মৎস্য, মাছ + অশ, খা + ইন) মাছ খোৱা, fisli eating : মধু, স. . (সং, মথ, ঘেটু) ঘোট, মাৰি ঘূৰাই পিঁহ বা বৰকৈ লৰা; যেনে, গাখীৰ মথি মাখন কৰে, to eliturn, to agitate violently. মথ, কদ, স, {সং- মন-মথ, ঘোঁটু, বধ ক) মথা বা ঘোঁটা কাৰ্য্য; বধ কৰোতা; যেনে, মুৰ-মথন, the act of churning, a killer.