পৃষ্ঠা:হেমকোষ.pdf/৭৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২৪ ভিক্ষুক, স. শ. মগনিয়া, a beggar. ভীত, কদ, বি. (সং. ভীত-ভী, ভয় কৰ} sky, SA (*121, afraid, terrified. ভীতি, স, শ, ভয়, আশঙ্কা, fear, ভী, বি. (সং. ভীম-ভী, ভয় কৰ) ভয়া- নক, ভয় জন্মোৱা, ডাঙ্গৰ; যেনে, বীৰৰ ভীম নাদ, terrible. স. শ. পাচ পাণ্ডৱৰ দ্বিতীয় জন, the 2ndl of the Palaya princes. ভীম, স. শ. (সং. ভীম ভাঙ্গৰ) কুঁহিয়াৰ শালৰ আঁতৰিৰ লগত ঘূৰি কুঁহিয়াৰৰ ৰস উলিওৱা ডাঙ্গৰ কাঠ, the principal roller of a native sugar-mill. ভীমসেন্, স. শ. দ্বিতীয় পাণ্ডৱ, ভীম. a name of Bhim. ভীম-কল, স. শ. {সং. ভীম, ডাঙ্গ। ভীম-কলা, কল, এবিধ ফল) আঠীয়া কল, এবিধ বৰ ডাঙ্গৰ কলা, ৫ kind of large plantain. ভীমকাৰ, বি. (সং. ভীমাকাৰ, বৰ ডাঙ্গৰ অকাৰ) ভিণ্ডাকাৰ, বৰকৈ উখহা, - larged by being swollen. দল” চোৱা। ভীদল, বি, উখহি ভাঙ্গৰ হোৱা, বৰকৈ উখা; যেনে, ভৰিটো উপহি ভীমদল। 2015, much swollen. সমা.-- ভিণ্ডাকাৰ, ভীমকাৰ, ভীমদ, প্ৰথম দুটাই মৰি বা অন্য প্ৰকাৰে উখহি ডাঙ্গৰ হোল বুজায়; ভীদল কেৱল বিষৰ দ্বাৰা গাৰ কোনো ভাগ উখহাত খাটে। ভী, বি. (সং. ভীক-ভী, ভয় কী ভয়াতুৰ যেনে, এই কথাৰ দু পোৱা নাই, in- formation, notice, conception, on- (lerstanding. উঁৰু, স. শ. {বং, ভুড়ি, পেট }পেটৰ ভিতৰত আহাৰ গোট থোৱা আৰু জীণ 1 Contattay, the stomaclı. তুলা, বি. ডাঙ্গৰ ভঁৰুযুক্ত, পেটাল, pot-bellied. (71)! ভুক, অ, ধ, (হিং. ভোনা; বং. ভুন, কুকুৰৰ দৰে শব্দ কৰণ-ভুক, কুকুৰৰ শব্দ। কুকুৰৰ দৰে শব্দ কৰ, to tark, ভুকনি, স. শ. কুকুৰৰ মাত, the larking of a dog. ভুকীয়া, বি. (অ. ভো ক্ষুধা) ক্ষুধিত, ভোকাল, lungry. ভুকু, স. শ. হাতৰ মুঠিৰে কৰা আঘাত, a blow with the list. ভুকুৱা, স. ধা, হাতৰ মুঠিৰে প্ৰহাৰ কৰ, sta, to strike with the fiet ভুকুৱাভুকি, স. শ. ই জনে সি জনক ভুকু TRY FÍT, the act of mutually strik- ing one another with the fists. ভুক্ত, কদ, বি. (সং. ভুক্ত-~-ভুজ, ভক্ষণ কৰ ) খোৱা, ভোজন কৰা (যাক খোৱা যায় ), eaten. ভুক্তি, স. শ. ভোজন; এতেকে সংসাৰৰ সুখ; যেনে, ঈশ্বৰে ভুক্তি আৰু মুক্তি facy, cating, worldly happiness. ভুজ, স, শ. (সং, ভুজ—ভুজ, বেঁকা হ) বাই, হাতৰ ঠাৰি; হস্ত; হাত, the aim, the hand. ভুজং, স, শ, কথাৰ নাল, বৎ। “নাল" চোৱা। ভুজঙ্গ,। স. শ. (স. ভুজঙ্গ, ভুজঙ্গম-- ভুজঙ্গম, বেঁকা হ; কেমেৰাই যায়, এতেকে) সৰ্প, সাপ, a snake. (স্ত্ৰী) ভুজঙ্গিনী, ভুজঙ্গী। তু, দ, ধ, (সং. ভুজ, ভোেগ কৰ) ভক্ষণ কৰ, খা; যেনে, ধনীয়ে পঞ্চামৃত স্কুঞ্জে; ভোগ কম্ (সুথ বা কুখ }; যেনে, সজ লোকে সুখ, দুষ্টই দুখ ভুঞ্জে, to eat, to enjoy or suffer, at ভী- ভয়যুক্ত, timid. ভীৰুতা, শু. শ. ভয়, ভয়াতুৰৰ স্বভাৱ বা গুণ, timidity. ভীষণ, বি. ভয়ানক, ভয়ঙ্কৰ, ভয় লগোৱা, terrible. ভীষ্ম, স. শ. কুৰু-পাণ্ডৱৰ ককাকৰ নাম, the grand uncle of the Kauravas and Pandavas. ভু, স. শ(সং, বুধ, বুজ পা) সম্বাদ, বাৰ্গ, বুজ, কোনো কথা শুনি হোৱা বোধ;