পৃষ্ঠা:হেমকোষ.pdf/৭৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

f ভুঞ্জন ভুঞ্জন, কদ, স. ভোগ কৰণ, tino act of enjoying or suffering. ভুখা, স. ধা. খুৱা, ভোজন কৰা; সুখত বা দুখ পেলা; যেনে, “ভুঞ্জাইব অনেক tal", tu cause to eat or to enjoy or suffer. ভুটীয়া, বি, ভোটৰ দেশত হোৱা বা থকা, burn, producel or living in Bhutan. ভুটুঙ্গাই, ক্ৰি. বি. পুটু কৰে, অকস্মাৎ, ভুটুং কৰে, আগেয়ে নজনোৱাকৈ (যো- ৰাত খাটে); যেনে, ভুট্‌ কৰে গুচি গল, suddenly, nexpectedly. ভুটুকুৰা, বি. সৰু, চুটি, কটীয়া, বাঢ়িব নোৱৰা; যেনে, ভুটকুৰা লৰা, small, short, divaried. (স্ত্ৰী) ভুটকুৰী। ভু, অনুক. মাখি আদিৰ অতি ক্ষুদ্ৰ শব্দৰ নিচিনা মাত, a.): Sinitative sound used to express the noise caused by the buzzing of Hius. ভুভুননি, স. শ. মাখিব ক্ষুদ্ৰ শব্দ; অতি সৰুকৈ কোৱা কথাৰ শব্দ, a loss lolz zing sound, the sound of words spukeut very low. , ভুনভুনা, অ. বা. মাখিৰ দৰে শব্দ কৰ, ভুতুন শব্দ কৰ; অতি সৰুকৈ কথা ক, to buza, to speak very low. ডুবুৰিয়া, সধা{ অং. ভোবোৰা, নোমাল) শিয়ৰ, থিয় কৰ (নোমত খাটে); যেনে,জাৰত ছাগলীয়ে নোম ভুবুৰিয়াইছে, to crect or bristle up, as the hair. . ধা, ভয় বা জাৰত থিয় হ বা শিয়; যেনে, ভূতৰ নাম শুনিলে গাৰ নোম ভুবুৰিয়াই tid, to stand on end, as the hair. ভু-ভটং, স. ম. (অং, ভু, বুজ+ ভটং ভু-ভা, আৰু ভা, অনুক, বাত্ৰা-বিত, বুজ-বাজ, উৱাদিহ, information, and so fortli, (মৌখিক }। ভুবন, স, শ. (সৎ, ভুন--ভু, উৎপন্ন হ) জগৎ, ব্ৰহ্মাণ্ড, a world. ভুব-লোক, স. শ(সং. ভুৱলোক, এখান সৰ্গ ) পৃথিৱীৰ আৰু সূৰ্য্যৰ মাজত থকা ভুকিয়া। সিদ্ধ সকলে বাস কৰা এখান জগৎ বা স্বৰ্গ, one of the scven regions above. ভুমুকাভুমুকি, স, প, তামাকভুমুক, আঁৰৰ পৰা সঘনে মুখ উলিয়াই আকৌ লুকোৱা PTÁS, the act of alternately showing and liding the face behind some- thing, ভুমুকি, স. শ. আৰৰ পৰা অলপকৈ মুখ উলিয়াই আকৌ লুকোৱা কাৰ্য্য; কোনো লোকৰ সাক্ষাত হৈ ততালিকে গুচি যোৰ PYÍT, the act of showing the facu from behind something, and quickly witlulrawing it, a short visit. ভুমুকি মাৰ বা ভুমুকি দি, আঁৰৰ পৰা অলপকৈ মুখ উলিয়া; যেনে, দুৱাৰে দি ভুমুকি মাৰিছে; এখন্তেকৰ কাৰণ কোনোৰ সাক্ষাত হ; যেনে, আইৰ ঘৰত ভুমুকি Att stø, to show the face from behind something, to pay a slurt visit. . ভুযুকিয়া, অ, ধ. আঁৰৰ পৰা অলপকৈ মুখ উলিয়া, ভুমুকি মাৰ; যেনে, মেঘৰ পৰা বেলিয়ে ভুমুকিয়াইছে, to show the face froin behind something. ভুতি, স. শ. এবিধ গছ, a kind of tree. ভুৰা, স. শ. গাত সেক দিয়া তপত ৰস্তুৰ Catcaptoty, a bundle of hot things used in fomenting. ভুৰামাছ, স. শ. মোৱা, উঁৰিকনা আদি সকলো বিধ সৰু মাছৰ সমূহ, small fishes of all kinds (collectively). ভুৰুং, অনুক, চৰাই উড়োতে হোৱাৰ নিচিনা

  • 7, um imitative sound used to

express that produced by the flight of a bird. ভুৰুকা, স, শ, মাটিৰ নিচেই সৰু টেকেলি, on, a small carthen vessel. ভুৰুকিয়া, স, ধা, এটা বস্তু বুলি আন এটা দি, ছল, ভাৰ; যেনে, কণা হাহক পান ধান দি ভুৰুকিয়ায়; ফাকি দি, to cheat, to deceive. .