পৃষ্ঠা:হেমকোষ.pdf/৭৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভিতৰুৱা ভিতৰুৱাল, বি. কোনো লোকৰ ঘৰৰ ভিতৰত থকা বা তালৈ যাব পৰা, বাহিৰৰ Cartay, having access, or relating, to the inside of atyone's house'. ভিতৰে, অব্য. মাজে দি; যেনে, ঘৰৰ ভিতৰে আহিবি; ভিতৰ ফালে; যেনে, ভিতৰে

  1. captaty, inwardly, within.

ভিতৰে ভিতৰে, ক্ৰি. বি. ভিতৰ ফালে অনেক দূৰৈলৈকে, মাজে দি; যেনে, খুটাটো ভিতৰে ভিতৰে ভঁইয়ে খালে; মনে মনে, উপ্তৰে; যেনে, ভিতৰে ভিতৰে কথা Geto, tavough the insiile, inter- nally, privately. ভিতৰ-গুটি, স. শ. { ভিতৰ। গুটি,গোল বস্তু) নাড়ীত হোৱা প ব ঘ!, at abscess in the bowels. . ভিতৰ ফালে, অব্য. ভিতৰত, মাজ ভাগত, inwarılly. ভিন, বি. (সং. ভিন্ন, পৃথক ) বেলেগ, পৃথক, separate. ভিনীহি, স. শ. (সং. ভগিনীশ; হিং. ভীন, ভগিনীৰ স্বামী } বাইৰ স্বামী, বৰ ভগিনীৰ fact, the husband of an elder sister. . ভিন্ন, বি. (সং. ভিন্ন-ভিদ, ভেদন কৰ) পৃথক, বালেগ, sea tate, different, ভিন-ভাৱ, স. শ. পাৰ্থক্য, প্ৰভেদ; অমিল; যেনে, তেওঁবিলাকৰ ভিতৰত ভিন ভাৱ 717, difference. ভিটোকা, স. শ. সম্পূৰ্ণৰূপে নবন্ধোৱা বা ভালকৈ বান্ধ নোলোৱা বলদ, an ini- perfectly emasculated bullock. জিম্বা, স. শ. ( সং, ভূজ, এবিধ চৰাই অনেক জাতিৰ চৰাইৰ মাত লব পৰা এবিধ কেঁহু জাতিৰ চৰাই, a variety of the forktailed shrike. ভিমূৰাজ, স. শ. (সং. ভৃঙ্গ, ব. ভিমৰাজ, এবিধ বন) এবিধ মোহাৰিলে হাত কলা কৰা বন, কেহৰা, a kind of herb. তি, স, শ, { অং. ভৰ, গধূৰত ভৰ, হেঁচা; যেনে, কামৰ বৰ ভিৰ হৈছে, এতেকে মেচ, বক্ৰতা; যেনে, ধেনুৰ ভিৰ, · heaviness, pressure, a curve, a bend. ভিৰ ৰা বা ল, পেঁ। খা, মেচ হ, বেঁকা হ, to be bent. ভি, অ. ধা, বেঁকা হ, মেচ হ; যেনে, cegata farfeca, to be heut. ভি, স. . ( হিং, ভিড়না, একে লগে আঁটু) এনী মহৰ ঠেং এটা আন এজনী মহৰ ঠেঙ্গত বান্ধি একে লগ ক; যেনে, মহ দুজনী ভিৰাই থৈছে, to uite two female b»uffalves by tying a leg of one to that of the other. ভি, স. ধ. বেক কৰু, ঘোৰা, মোকোটা, to bend. ভিৰাই লৰ মাৰ, পাচলৈ নোচাৱাকৈ লৰ দি, বৰ বেগেৰে পলা; যেনে, ওচৰ চাপিলে ভিৰাই লৰ মাৰে, to run away rapidly, to fly away swiftly. ভিৰাল, বি. (অং. ভিৰ, গধূৰতা গধূৰ; পুষ্ট, নোসোকা; মেনে, ভিৰাল পাই, heavy, plump. ভিৰি, বি. মোহৰ নমৰা, টকাৰ দৰে নচলা; যেনে, ভিৰি ৰূপ; কামিলা হোৱা, আগৰ ক্ষমতা বা সম্মান হেৰুওৱা; যেনে, ভগা বিষয় ভিৰি হয়, ১t goined a cireulatoil as inoney, deprived of power and prestig. 7. a. *** নমৰা বা টকাৰ দৰে নচলা ৰূপ, tul- coined silver, silver bullion. ভিক্ষ, স, শ, (সং, ভিক্ষা-ভিক্ষু খোজ ) কোনো বস্তু খোজা কাযা, যা; যেনে, সন্ন্যাসীয়ে ভিক্ষা কৰে; খুজি লোৱা বস্তু, the act of begging, alms. ভিক্ষাঃ, স. শ. ( সং. ভিক্ষান্ন--ভিক্ষা, খোজ+ অন্ন, খোৱা বস্তু) মাগি অলা ধান চাউল বা আন খোৰ। বস্তু, rice or other food obtained by begging. . ভিক্ষাশী, বি. (সং. ভিক্কাশি—ভিকা, ঐ + আশি, খোৱা) মাগি খোৱ, living upon alms. স. শ, মাগি খোৱা মানুহ, a beggar. (স্ত্ৰী) বি. স. শ, ভিক্ষাশিনী।