পৃষ্ঠা:হেমকোষ.pdf/৭৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭১০ ভগৰু। ভক্তিমান } বিষ্ণুৰ নাম কীৰ্তন বা উপাসনা, devd- tion, worship, especially worship of Vishnu. ভকতী, স. শ. বিষ্ণুৰ নাম কীৰ্তন আৰু তেওঁত Ef any furate, a wounan deroter! ter the worslip of Fisku. . ভকতীয়া, বি. ঈশ্বৰক মনা, ঘাইকৈ হিন্দু ধৰ্ম্মত প্ৰবা; যেনে', এতিয়া কছাৰী ভকীয়া হৈছে; ভকত সম্বন্ধীয়, belissing in Gion, especially in the Hindu religion, pertaining to a ihakal. ভৰ্কতীয়া বন্ধু, মিঠা মুখেৰে টানকৈ ধৰা বা কোমল কথাৰে হেঁচি ধৰা কাৰ্য, tfit. act of pressing harel, 1st with mill or soft worts. এই দেশী গোৰ্সাই ভকতবিলাকে মিঠা কথাৰে ধনৰ নিমিত্তে শিষ্যক চেপি ধৰে, তাৰে পৰা এই খও বাক্য ওলাইছে। ভকৰা-মা, স, শ, { অং. শুভ, অনুৰূ, --- ভ কৰা অৰ্থাৎ, পোৰা ঘৰ দৰে পীড়। দিয়া+মাত্, কথা বেজে মাত, গালি; যেনে, ভকৰা মাত পাবি, larsh, tartar angry languay. ভকাৰ, স. ম. {সং. ভাৰত কাৰ, আখৰ) ভ আখৰ, the letter ভ। ভকুৱা,। স. শ. বাহু মাছৰ পোৱালি, ভকুৱা টেপ, a young as at fish. উজ, স. শ. (সং. ভক্ত-~-ভজ, উপাসনা কৰ দেৱভাৰ আৰাধনাত ৰত লোক, কত; 34777, 09757, a votary, a worship- per of a deity. ভক্তবৎসল, বি. {সং, ভক্তৱৎসল—ভক্ত, উপাসক + বুসল, কৃপানু। ভক্তৰ প্ৰতি দয়ালু, ভক্তি কৰোতলৈ সদয়, kind to votaries. ভক্তি, স. শ(সং. ভক্তিভঞ্জ, উপাসনা ক) উপাসনা, আৰাধনা, সেৰা, খাটনি, sudoration, devotion, service, humblo solicitation. ভক্তিভাৱে, ক্ৰি. বি. বৰ সন্মানেৰে, বৰকৈ সৎকাৰ কৰি; যেনে, ভক্তিভাৱে সেৱা afata, reverently, Jumbly. ভক্তিমন্ত, বি. ভক্তিযুক্ত, দেৱত শঙ্কা Pi, derout, pione.' ভক্তিহীন, বি. ভক্তি নথকা, দেৱতাত শ্ৰদ্ধা fagra, devoid of faith in Ciol. ভক্তিহীনতা, ৬. শ. ভক্তি নথকা অৱস্থা, want nf faith in Girl, glect divine worship ভক্ত, অনুক, জুইয়ে পোৰা ঘৰ পৰা যি বেদনা হয়, তাক বুজাৰৰ কাৰণে ব্যৱহাৰ May 13, an imitative such used! to express the smarting Nilsition caused by a burn. ভকৃভকনি, স. শ. চেংচেঙ্গনি, পোৰা ঘৰ বেদন, a smartingar tingling sensation caused by a burn. ভকৃতকা, অ, ধ, চেচেঙ্গা, পোৰাৰ দৰে 697AY *, to cause a starting or tingling sensation like that of a burn. উগ, স, শ, ( স. ভগ্ন, ভগ) ধন ভঙ্গ। কাৰ্য, খৰচ, ব্যয়; যেনে, উৎপন ভগনৰ লেখ; বিভ্ৰাট, বিপ্লৱ, শলৰ দ্বাৰা দেশ আক্ৰান্ত হোৱাত প্ৰজাৰ পলায়ন; যেনে, মনৰ ভগন; ভগ্ন হন, ভাগন, “xpe- diture, desertion of homes by the people owing to their entry being attacked by an enemy and its government overthrown. ভগনিয়া, স. শ, { অ'. স্থানান্তৰ হ} আপোনাৰ ঠাই এৰি আন ঠাইত বহ মানুহ, all nigriant. ভগনীয়া, বি. ভাগি যোৱা, আপদৰ নিমিত্তে স্থানান্তৰ হোৱা; যেনে, ভগনীয়া মানুহ, ভয়ত পলোৱা; যেনে, ভগনীয়া সৈঙ্গ, emigrant, fugitive. , ভগন্দৰ, স, শ. {সং, ভগন্দৰ --ভগ, যোনি + ধূ, বিদাৰণ কৰ) গুপ্তা আৰু বহি- দ্বাৰ, এই দুইৰ মাজত ঘা হোৱা এবিধ cast, an anal fistula.