পৃষ্ঠা:হেমকোষ.pdf/৭৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

& supposed to have been the active creator of the world. He is the first of the Hindu trinity. . ব্ৰহ্মাণ্ড, স. শ. (সং. ব্ৰহ্মাণ্ড --ব্ৰহ্ম, ব্ৰহ্ম + অণ্ড, কণী; ব্ৰহ্মাৰ খণ্ড বা কণী, গোলাকাৰ, এতেক) ডিম্ব, জগত, the globe, the world. ব্ৰহ্মা, স, শ, (স.. ব্ৰহ্মা---ব্ৰহ্ম, ব্ৰহ্মা + তা, আঘাত কৰা যত} পূৰ্বে ব্ৰহ্মাই সৃষ্টি কৰা এবিধ অমোঘ অস্ত্ৰ বা শৰ, at kind of werprin said to have been created by Brahma. সুহ্মো, স. শ. {সং. ব্ৰহ্মত, ব্ৰাহ্মণৰ ৰক্ষাৰ উপায় বা বৃত্তি ) বামুণক দিয়া নিৰ মাটি, tand granted to Brahman free of rent. ব্ৰহ্মোৰীয়া, বি. ব্ৰহ্মাৰ সম্বন্ধীয়; যেনে, ব্ৰহ্মৰীয়া পাইক, relating to land granted to a Brahman. ব্ৰাহ্ম, বি. (সং. ব্ৰাহ্ম—ব্ৰহ্ম, পৰমেশ্বৰ) পৰমেশ্বৰ সম্পৰ্কীয়; যেনে, ব্ৰাহ্ম ধৰ্ম, relating to the Supreme Being. স, শ. পৰমেশ্ববৰ উপাসক, আন দেৱতাক এৰি নিৰকাৰ ঈশ্বৰক ভাতা, a Forshipper of the Snpreme Being. ব্ৰাহ্মণ, স. শ. { সং, ব্ৰাহ্মণ-ৰহ্মন, বেদ; বেদ জানে, এতেকে। হিন্দবিলাকৰ প্ৰথম আৰু প্ৰধান জাতিৰ মানুহ, বামুণ, a man of the first and highest caste among the Hindus. (*) . (স্ত্ৰী) ব্ৰাহ্মণী। ভজ, স. শ. { অ, আজ, বেকা) ক্ষীণ বা বিকৃতি কাপ, বিগঢ়ী হোৱা আকুতি, বঠি, an altered or emaciated form. উজীয়া, বি. ( অং, ভজ, বেক) ভাজ থকা, (17) crooked. জুৱা, বি, { অং. ভাজ, মিহলি) মিহলি থকা, শুষ নোহোৱা; যেনে, ভজুৱা সোণ, alloyce). বলুৱা, বি. { অং. ভৰাল, ভণ্ডাৰ ভৰালৰ, ascotal, relating to or kept in a store.roon or corn-Ironse. ভঁৰাল, স. শ. {সং, ভাণ্ডাগাৰ, হিং. বং ভাণ্ডব, সমবণ বস্তু থোৰা অব? ধান, ধন বা আন বস্তু সামৰি থোৱা ঘৰ; যেনে, ধনৰ ভঁৰাল, বুদ্ধিৰ ভৰাল, a corn-house, store-ruom, repository of anything . ভঁৰালী, স. শ. ভৰালত বস্তু সামৰি থওঁত, a store-keeper. ভঁৰালীনী, স. শ. ভৰালত বস্তু সামৰি থোকা fatti, a female store-keeper, a store-keeping woman. ভৰালীয়নী, স. শ. ভৰালীৰ ভাৰ্যা, the wife of a store-kceper, ভক, স. শ. {সং. ভক্ত, দেৱতাৰ উপাসক) দেৱতাৰ উপাসক, ( যাইকৈ। কোনো সজত পাকি বিষ্ণুৰ নাম প্ৰসঙ্গ কৰা লোক; যেনে, কমলাবৰীয়া ভকত। { উপহাসত) কোনো বস্তুত বৰকৈ ৰত হোৱা মানুহ; যেনে, কণিৰ ভকত হলে হৰি-ভকতি নেথাকে, flvotary of a deity, especially a votary of Vishnu residing in a religious institution in Assam, (fig.) man much attached to a particular thing. (1) ভকতনী। ভকতালি, গু. শ. ভকতৰ গুণ, সভায় বা আচৰণ; ভকতৰ নিচিনা আচৰণ, reli- gious conduct or shost of it. ঊৰ্কভি, , শ. (সং. ভক্তি, উপাসনা। দেৱ- ভাৰ উপাসনা, দেৱতা; ঘাইকৈ ৪ ভ, ব্যঞ্জনবিলাকৰ চাৰি অধিক কুৰি আখৰ, the twenty-fourth letter of the consonants. উৎঙীয়া, বি. অকপটীয়া, পেটত কথা

  • 24, frank, open-hearted.

উইৰা, স, শ, (হিং বহেড়; গ, বয়ড়া, ভোমোৰা-গুটি ) ভোমোৰা-গুটি, জিলাৰ এবিধ ফল, the name of a tree, Terminalia belerica. (Gamble).