পৃষ্ঠা:হেমকোষ.pdf/৭৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভগবতী ৭১১ চি। ভগবতী, স. শ. {সং. ভগৱতী ভগৱন্ত শব্দৰ স্ত্ৰীলিঙ্গ) দেৱী; দুৰ্গা, a goddess especially Durga . ভগৱন্ত, স. শ(সং. ভগৱৎ-গ, ভগৱান, } মহিমা) ঈশ্বৰ; যেনে, ভগৱন্তৰ ইচ্ছা, ভগৱানে যি কৰে সেয়ে হৰ, God, the Supreme Being. . ভগৱান, বি. মহিমাযুক্ত; পূজনীয়; যেনে, ভগৱান কৃষ্ণ, ভগৱান ব্যাস, aloraljle. ভগ, স. বা. ( স. ভাগ, অংশ ) ভাগ কৰ, অংশ কৰ, to divide. ভগিনী, স. শ. {সং, ভগিনী - ভগ, মঙ্গল। ay ay aft, a sister ভগিয়া, স. শ. { অং. ভাগ, ঐ ) ভাগ পাওঁতা, অংশী, ভাগী, a tishare, a martier. ভগীয়া, বি. ভাগ পোৱা, ভাগ সম্বন্ধীয়, wning, or relating to, a shari'. ভগী, স. শ. এজনা সৃয্যবংশী ৰজা, তেওঁ স্বৰ্গৰ পৰা গঙ্গা নমাই আনিছিল বুলি পুৰাণত লিখা আছে, a king of the sulia race who is said to have Ironght down the (ianyes from haven. ভঃ, কদ. বি. (সং. ভগ্ন-~~-তজু, ভাগ) ভগা, দুই বা অধিক খণ্ড হোৱা; ফটা; পৰা হৈ লৰ মৰ; যেনে, ভগ্ন দূত, roken, cracked, router ভগ্নাৱশেষু, স. শ. (সং. ভগ্নাৱশেষ~-ভগ্ন, ভগ+অৱশেষ, বাকী) কোনো বন্ধু ভাগি নষ্ট হোৱাৰ পাচত নষ্ট নহৈ থকা ভাগ, 1dmat purt of anything which rem mains after the parts have been clestroyed. ভঙ্গ, স, শ. {স ভঙ্গ—উঞ্জ, ভাগ) ভগ অৱস্থা; পৰাজয়; যেনে, শক্তৱে ৰণত face, the state of wing prohell, defeat. বি. পৰাস্ত, পৰাজিত; যেনে, বিবাদ কৰি ভঙ্গ হোৱা লাজৰ কথা; ভগা, ছেদ পৰা; যেনে, নিদ্ৰা ভঙ্গ হল; সিন্ধ নোহোৱা, বিষ্ণল হোৱা; যেনে, আশা ভঙ্গ হল, defeated, broken, interrupted, frustrated, become fruitless, ভঙ্গনীয়া, বি. (অ.. ভাঙ্গন, ধন সন) গোটা ৰূপ দি সলোৱা, সৰু বা অলপ মূলীয়া (ধনত খাটে }; যেনে, ভঙ্গনীয়া

  • , small, of small value (said of

coins). ভঙ্গ, স, ধ. (অং, ভাং, দ্বিধা কৰ} লোকৰ দ্বাৰা ভগ্ন কৰা; যেনে, হজুৱাৰ হতুৱাই ঘৰ ভঙ্গাইছে; বুধি দি অমন্তি ক; অমান্তি হবলৈ বুধি দি; যেনে, ভাল কাম কৰিব খোজোতাকে দুষ্টই ভঙ্গায়; খৰচ কৰা; সনে, অমুকে মোৰ পাঁচ টকা ভালে; গোটা ৰূপ সলাই সৰু বা অলপ মূলীয়া ধন ল বা দি; যেনে, টকা ভঙ্গাই পইচা আন্; ধনুৱা কাকত বা নোট দি 47 , tous l be brokeni, f. disstade, to tanse iu refuse, to change or give another kind of money for, to cash. ভঙ্গি, } স. শ, { সৎ- ভঙ্গি বা ভঙ্গী—ভঞ্চ, ভঙ্গী, ভা?) কোনো কথা বুজাবৰ নিমিত্তে অঙ্গ লাৰোৱাৰ ভাও; হাতৰ মুখৰ বা চকুৰ ঠাৰ; যেনে, হাতৰ ভঙ্গিৰে কলে; কথা কোৱাৰ বা লেখাৰ বেঁকা প্ৰণালী; যেনে, ভঙ্গি লগাই লেখা কথা; বহি, শুই বা থিয় হৈ থকাতে অঙ্গৰ ভাজ; যেনে, বহাৰ ভঙ্গি, a gesture, a greati- culation, a figurative or round about de of expression, at attitude. ভঙ্গুৱা, বি. (অ. ভাং, এবিধ ৰাগি লগা গছ) y (79), 573 40, addicted to the use of Indian liemp. *. *. Et ceyay cat, a nan adicted to the use of lem. (স্ত্ৰী) বি. স. শ. ভাঙ্গুৰী। উচি, স, শ, {স, ভক্ত, পৰিমাণ কৰ) বেচা। কিনাত পৰিমাণৰ অৰ্থাৎ জোখৰ বা লেখৰ ওপৰঞ্চি দিয়া বন্ধু, ফাও, a small quantity given over and above the quantity purchased. ভঙ্গ