পৃষ্ঠা:হেমকোষ.pdf/৭৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বজাৰী। ঈশ্বৰ জ্ঞান, বোধ) পৰমেশ্বৰৰ বিষয়ৰ জ্ঞান, পৰমাৰ্থবিদ্যা, spiritual know- ledge. . জ্ঞানী, স. শ. (সৎ, ব্ৰহ্মজ্ঞানি-- ব্ৰজ্ঞান+ই) পৰমেশ্বৰৰ তত্ত্ব-জানোত, পৰমাৰ্থ বুজা লোক, one who has spiritual wisdom, a worshipper of the one true and all-pervading God. ব্ৰহ্মডি, স. শ. (সং. ডি----ব্ৰহ্ম, ব্ৰহ্মা + ডিম্ব, কণী; ব্ৰহ্মাৰ কণী, গোলাকাৰ এজেকে ) ব্ৰহ্মাণ্ড, জগত, the globe, the world. ব্ৰহ্মদত্ত, বি. (সং. ব্ৰহ্মদত্ত-ব্ৰহ্ম, ব্ৰহ্মা+ দত্ত, দিয়া) ব্ৰহ্মাই দিয়া, ব্ৰহ্মাৰ নিৰূপিত; যেনে, ব্ৰহ্মদ আয়ুস, given or ortlained by the Creator. . ব্ৰহ্মদৈত্য, স. শ. (সং. ব্ৰহ্মদৈত্য-ব্ৰহ্ম, ব্ৰাহ্মণ +দৈত্য, অপদেৱতা) দেৱতাৰ বস্তু চুৰ কৰা বামুণ মৰি হোৱা ভূত, a demon supposed to be the ghost of a Brahman who committed sacrilege while living. ব্ৰহ্মপদ, স, শ. { স.. ব্ৰহ্মপদ—ব্ৰহ্ম, ব্ৰহ্ম। বা ব্ৰাহ্মণ + পদ, বিষয় বা ব্যবসায় ) ব্ৰহ্মাৰ পদ বা স্থান, ব্ৰহ্মাৰ বিষয়; ব্ৰাক্ষ্মণত, ব্ৰাহ্মণৰ জাতি, the station or rank of Brahına, the rank or caste of a Brahman, Bralimanhood. ব্ৰহ্মপুল, স. শ. (সং. ব্ৰহ্মপুত্ৰ---ব্ৰহ্ম, ব্ৰক্ষা +পুত্ৰ, পুতেক; ব্ৰহ্মাৰ পৰা উৎপন্ন, এঞ্জেকে ) লুইত, অসমৰ ঘাই নৈ, the river Brahmaputra. ব্ৰহ্মবধু, স. শ. (স. ব্ৰহ্মবধ-ব্ৰহ্ম, বামুণ + বধ, হত্যা) ব্ৰহ্মহত, বামুণক মৰা পাপ, the murder of a Brahmani. ব্ৰহ্মবধী, স. শ. (স.) বামুণক বধোতা, a murderer of a Brahman. ঋ-ভোজ, স, শ. (সং. ব্ৰক্ষ্মভোজনব্ৰহ্ম, ব্ৰাহ্মণ +ভোজন, আহাৰ) বামুণক ভোজন কাৰোৱা কাৰ্য; যেনে, ব্ৰহ্মভোজন কৰালে; বামুণক দিয়া ভোজ্ঞ, the act of feeding Brahmans, a feast giren to Brahmans. ব্ৰহ্মময়, বি. (সৎ ব্ৰহ্মময়—ব্ৰহ্ম, পৰমেশ্বৰ) পৰমেশ্বৰস্বৰূপ,, ঈশ্বৰৰ দ্বাৰা ব্যাপ্ত; যেনে, ঈগত ব্ৰহ্মময়, এখsisting of, or identical with, the Supreme Beiny. ব্ৰহ্মমুহূৰ্ত, স, শ- (স.) প্ৰভৃষি, গোটেই পুৱা, সূৰ্য্য ওলাই অহা কাল, (asen, daybreak. ব্ৰহ্মৰ, স. শ. (স.) মূৰৰ ওপৰৰ খোল Syst, Et, the depression on the top of the head, the crown of the lread. ব্ৰহ্মৰাক্ষ, স, *, ( স. ব্ৰহ্মৰাক্ষস--- , বামুণ + ৰাক্ষস, এবিধ মানুহ খোৱা মানুহৰ আকৃতিৰ জীৱ) এবিধ ব্ৰাণৰ পৰা উe - পন্ন ৰাক্ষস; যেনে, বাবণ, let ( fiend of the Brabmanical class. ব্ৰহ্মৰ্ষি, স. শ. {সং. ব্ৰহ্মৰ্ষি-ব্ৰহ্ম, ব্ৰাহ্মণ + ঋষি, মুনি) জিতেন্দ্ৰিয় আৰু তপস্যাত ৰত ব্ৰাহ্মণ, বশিষ্ঠ আদি, a saint vl'; particular order, such as Binistra and other. ব্ৰহ্মলো, স. শ. {সং. ব্ৰক্ষলোক—ব্ৰহ্ম, ব্ৰহ্মা+লোক, জগত) ব্ৰহ্মাৰ পুৰি, ব্ৰহ্ম'। any Sto, the region or place of Brahma. ব্ৰহ্মম্ব, স, শ, { সং. ব্ৰহ্মস্বব্ৰহ্ম, বামুণ+, ধন। বামুণৰ ধন বা সম্পত্তি, toperty helonging to a Bralımai). ব্ৰহ্মহত্যা, স, শ, ( স. ব্ৰহ্মহত্য-ব্ৰহ্ম, বামুণ+ হত্যা, বধ) ব্ৰহ্মৰধ, বামুণক মৰা sptes, the murder of : Brahan, the sin of killing a Brahman. ব্ৰহ্মা, স. শ. {সং, ব্ৰহ্মন—বৃহ, বৰ্ধন কৰ, জগতক বঢ়াইছে, এতেকে) ত্ৰিমূৰ্ত্তিৰ প্ৰথম জনা; তেওঁ বিষ্ণুৰ নাইৰ পৰা উৎপন্ন, চতুৰ্মুখ, আৰু জগত সৃষ্টি prátot, Brahma, a four-lieadeil deity (said to have sprung from the navel of Vishnu). Brahnia is