পৃষ্ঠা:হেমকোষ.pdf/৭৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যাপ্ত। ব্যাপ্ত, কদ, বি. (সং. ঐ) বহু ঠাই জোৰা, বহু ঠাইলৈ বহল হোৱা; যেনে, বাটনী পানী স্বৰৰ চোতাললৈকে ব্যাপ্ত হৈছে, outspread, expanded. ব্যাপ্তি, স. শ. (সং. ঐ ) পবিসৰ, বিস্তাৰ; CTCAT, TFT ante, expanse, extent. ব্যায়াম, স. শ. {সং. ৰায়াম-ৰি, উপস, + যম্, ক্ষান্ত হ} গা সবল কৰিবলৈ নিৰূ- পিত নিয়মেৰে কৰা অঙ্গবিলাকৰ পৰি চালনা, এy tnnastics. ব্যা, স. শ. (সং, ব্যাস-ৱি, অ, উপস. + অস্, বিদ্যমান হ) গোল বা গোটা বস্তু পলি জোখ; বেদ আৰু পুৰাণবিলাক সংগ্ৰহ কৰা এজনা ঋষি, কৃষ্ণদ্বৈপায়ন, the diameter of circle, &r., a celebrated saint, the compiler of the strea. বুৎপত্তি, স. শ. (সং. বুৎপঞ্জি:—বি, উপস, + পতু, গতি কৰ) জ্ঞান, বোধ; যেনে, ব্যাকৰণত ব্যুৎপত্তি হৈছে; শব্দৰ মূল, knowledge, proliciency, etymology, ব্যুৎপত্তিমন্ত, বি. (সং. ব্যুৎপত্তিম) বুৎপত্তিমান, জ্ঞান বা বোধ থকা, ity, greuta, learned, proficient. ব্যুৎপত্তিহীন, বি. ( সং.) বিদ্যাহীন, Gai, ignorant. ব্যুৎপন্ন, কদ. বি. (স', বুৎপন্ন - ৱি, উপস, + পত, গতি কৰ } বুৎপত্তিমন্ত, বোধ 71, ai, karnel, proticient. ৰূহ স. শ. (সং. ৰূহ—ৱি, উপস. + উহ, উক্তি কৰ) বেহু, ৰণৰ নিমিত্তে শ্ৰেণী লগাই AT PT P17, a phalanx of troops. ব, স. শ. (সং. ব্ৰজ---জু, গতি কৰ} গুৱাল গাওঁ; মথুৰাৰ ওচৰৰ এখান গুৱাল থকা ঠাই, যত কৃষ্ণই শিশু-ক্ৰীড়া

  • faf5a, a district near Mathura.

ব্ৰজনাথ, . শ, {সং. ব্ৰজনাথ, ব্ৰজপতি ব্ৰজপতি, --ব্ৰজ+নাথ, পতি, গৰাকী) কৃষ্ণ, Krishna. ব্ৰণ, স. শ. (সং. ব্ৰণ,ব্ৰণ, ঘা লাগ} হু, sity, a boil. ব্ৰহ্ম। ব্ৰত, স. শ. (সং, ব্ৰত, বাছি ল) পুণ্যৰ কাৰণে কৰা উপবাস, ভোজন, পান, শ্ৰী সঙ্গ আৰু তামোল আদি এৰি কৰা উপা- সনা; কোনো কাৰ্য্য কৰিবলৈ বা কোনো অৱস্থাত থাকিবলৈ দৃঢ়ৰূপে কৰা সঙ্কল্প, a religions fast, a vow. ব্ৰতী, বি. {সং, ব্ৰতিব্ৰত + ইন্} ব্ৰত কৰা, ব্ৰত নিযুক্ত, engaged in the observance of a religious fast or the performance of a vow. ব্ৰহ্ম, স. শ. (সং. ব্ৰহ্ম-বহ, বৃদ্ধি পা; জগতক বঢ়াইছে, এতেকে) সৃষ্টিকৰ্তা, আদি পুৰুষ, পৰমেশ্বৰ, (jol, the stipreme being ব্ৰহ্মক, স. শ. চাউলৰ কণ, খুদ, broken rice, ব্ৰহ্ম-কুণ্ড, স. শ ( স. ব্ৰহ্মকুণ্ডব্ৰহ্মনু, ব্ৰহ্মা + কুণ্ড, কুপ; ব্ৰহ্মাৰ পুতেক, এতেকে) আসামৰ পূৰ ফালৰ মিচিমি পৰ্বতত থকা ay syang put, a sacrul spring in the Mishmi lills. ব্ৰহ্মচ, স, শ. (সং. ব্ৰহ্মচৰ্য-ব্ৰহ্ম, বেদ + চৰ, অৱলম্বন কৰ } ব্ৰাহ্মণৰ লগুণ দিয়নিৰ পাচত বেদ পাঠ আৰু ধৰ্ম্মকৃত্য fa 79 791, the order of the religious student, the state or con- ( lition of a Brahman who devotes himself to the stuly of the Fedees and religious duties. ব্ৰহ্মচাৰী, স. শ. (সং. ব্ৰহ্মচাৰি, ঐ লগুণ দিয়নিৰ পাচত বেদ পাঠ আৰু ধৰ্ম্মকৃত নিযুক্ত হোৱা ব্ৰাহ্মণ; সেই নাম লোৱা afar parti, a Bralıman devoted to the study of the prices and to religious duties, one of a class of religious mendicant* Assuming that name. ব্ৰহ্মজ্ঞ, বি. (সং, ব্ৰহ্ম-ব্ৰ, ঈশ্বৰ+w, জান) ঈশ্বৰক জনা, পৰমাৰ্থ বুজা, having spiritual knowledge. ব্ৰহ্মজ্ঞান, স. শ. (সং, ব্ৰহ্মজ্ঞান--ব্ৰহ্ম,