পৃষ্ঠা:হেমকোষ.pdf/৭৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বস্তু। ৭৬ ব্যাপৃত। বস্তি, কদ, বি. (সং. বস্তু ---বি, উপস+ অস্, বিদ্যমান হ} টানত পৰি বিৰুদ্ধি, আকুল; যেনে, পুতেকৰ মৰিয়া দেখি বান্ত হৈছে; অতিশয়ৰূপে কামত নিযুক্ত; যেনে, অমুক কামত ব্যস্ত আছে, re- plexei, bewildered, distracted, deeply engaged in work. ৰাতা, গু. শ. (স.) ব্যন্ত হোৰ অবস্থা, perplexity, bewillerment. ব্যাকৰণ, স. শ. {স, ব্যাকৰণ—বি, অ, উপস. + , কৰ) ভাষা শুদ্ধৰূপে বৰ আৰু লিখিবৰ নিয়ম; সেই নিয়ম

  1. 1 pfer, grammar, a treatise on

grammar. . ব্যাকৰণ, বি. ( স. ব্যাকৰণুঙ্ক-- ব্যাকৰণ + জ্ঞা, জান। ব্যাকৰণ জন, versal in grammar. ব্যাকৰণু-বিৰুদ্ধ, বি. (সং. ব্যাকৰণ + বিৰুদ্ধ, বিপৰীত ) ব্যাকৰণৰ নিয়মৰ বিপৰী, angrammatical. . ব্যাকৰণ-সঙ্গ, বি. {সং. ব্যাকৰণসঙ্গত ব্যাকৰণ+সঙ্গত, উচিত) বাকৰণৰ মতে সঙ্গত বা শুদ্ধ, এraininatial. ব্যাকৰ-সিদ্ধ, বি. {সং. ব্ল্যাকৰণসিদ্ধ - ব্যাকৰণ + সিদ্ধ, সঙ্গত) ব্যাকৰণৰ মতে শুদ্ধ, grammatical, ব্যাকুল, বি. (সং. কুল-বি, উপস, + আকুল, বিবুদ্ধি) কষ্টত পৰি বুদ্ধি হেৰুওৱা, 27 28a, conforuulel, distractant. ব্যাকুলতা, গু. শ. (সং. ঐ ব্যাকুল হোৱা

    • 81, perplexity, distraetelness.

বাকুলি, কদ, বি. ‘ব্যাকুল” চোৱা। ব্যাখ্যা, স. শ. ( সৎ ব্যাখ্যা-বি, আ, উপস.+খ্যা, কথা ক} অৰ্থ ভাঙ্গন, ভাঙ্গি বুজোৱা অৰ্থ; যেনে, শ্লোকৰ ব্যাখ্যা, explanation, exposition. ব্যাঘাতৃ, স. শ. {সং, ব্যাঘাত—ৰি, আ, উপস.+হ, হিংস) বিপ্প, প্ৰতিবন্ধক, কাৰ্য্য-সিন্ধিত বিঘিনি, obstacle, im- [ pediment. ব্যাম, স, শ, (সং, ব্যায়-ৱি, উত্তমৰূপে + অ, সমুদায়ে + ভ্ৰ, গন্ধ ল; কোনো জন্তু নৌ দেখোতেই তাৰ গন্ধ পাই ওচৰ চাপে, এতেকে) বাঘ, ১৪ tiger'. (স্ত্ৰী। ব্যাঘ্ৰী। ব্যাধ, স. ( স. বধি-ব্যব, খণ্ড খণ্ড কৰ, জন্তুক) বনৰীয়া জন্তু বধি মঙ্গহ বেচি জীৱিকা কৰোতা, hunter, a huntsman. ব্যাধি, স. শ. { সং. ৱ্যাধি-ৰি, অ, উপস, + ধা, ধাৰণ ক) ৰোগ, নৰিয়া, sick- 14 ss, disease ব্যাধিগ্ৰস্ত, বি. (সং, ব্ৰাধিগ্ৰস্ত- ৰাধি + গ্ৰস্ত, ধৰা ৰোগে ধৰা, নৰিয়া পৰা, sick, ill. ব্যাপ, অ, ধা- (সং. ঝাপন, বহু দূৰ জোৰণ } অনেক ঠাই জোৰ, বহু দূৰলৈ বিস্তৃত হ; যেনে, পানীয়ে ইয়ালৈকে ব্যাপিছ, to lie extended or spruarl, 57. 81. fa পৰ ঢক্‌; যেনে, মেঘে গোটেই খান 177 17,5, to be extended for spread over. ব্যাপক, বি. (সং. ৱ্যাপক-বি, উপস+ আপ, অনেক ঠাই জোৰ) অনেক ঠাই জোৰ, বিস্তৃত, বহু দূৰলৈ বহল হোৱা, extending wildly, littersive. 5. *. যি বাপি থাকে, জুৰি থাকেঁাতা; যেনে, “ব্যাপকৰ কিবা বিসৰ্জন,” he acho " that which pervades or <iffuses. ব্যপাৰ, স, শ. (সং. ব্যাপাৰ-ৱি, আ, উপস++, নিযুক্ত হ) কাৰ্য্য, কৰ্ম্ম, যাক কৰা যায়; যেনে, গমন, শয়ন, পান, খাকন ইত্যাদি, act, business. ব্যাৰ্প, বি. (সং. ব্যাপি-ৰি, উপস. + আপ, অনেক ঠাই জোৰ + ইন্} ব্যাপি থক্য, বহু ঠাই জোৰা, বাপক { এটা সংজ্ঞা শব্দৰ পাচত থাকে }; যেনে, বিশ্বব্যাপ, llfussive, spreading widely. (স্ত্ৰী) ব্যাপিনী। ব্যাপৃত, কুদ, বি. (সং. ব্যাপৃত-ঐ) নিযুক্ত, লাগি থকা; যেনে, কামত বাপৃত, engaged,